নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটত আছু আৰু অসম সেনাৰ চুমিলা ৰংহাংপিলৈ শ্ৰদ্ধাঞ্জলী

 

নিয়মীয়া বাৰ্তা,২৭ এপ্ৰিল: বৰ্বৰ আৰু নৃশংসতাৰ বলি হৈ মৃত্যুক আকোৱালী লোৱা ১২ বছৰীয়া কিশোৰী চুমিলা ৰংহাংপিৰ আত্মাৰ সদগতি অৰ্থে আজি যোৰহাটৰ মিলেনিয়াম পাৰ্কস্হিত সহশ্ৰাব্দী কাননত অসম সেনা,যোৰহাট মহানগৰ সমিতি আৰু যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাই ভগৱানৰ ওচৰত বন্তি প্ৰজ্বলনৰে প্ৰাৰ্থনা কৰে |লগতে অনতি পলমে নৰপিশাচ কালপ্ৰীত বিচাৰি উলিয়াই যঠোপযুক্ত শাস্তি প্ৰদানৰ বাবে চৰকাৰলৈ দাবী জনায়।

You might also like