নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱৰ ৰাধাকৃষ্ণ মন্দিৰত লুঙী উদ্ধাৰ, ক্ষুব্ধ ৰাইজ

মৰিগাঁও জিলাৰ মালপোতা অঞ্চলস্থিত ৰাধাকৃষ্ণ মন্দিৰত পুৱতিনিশা চুৰিৰ অপচেষ্টা সংঘটিত হৈছে। মন্দিৰৰ তলা ভাঙি ভিতৰলৈ প্ৰৱেশ কৰাৰ চেষ্টা চলাই এৰি থৈ গৈছে সন্দেহজনক লুঙী।

মন্দিৰ পৰিসৰত লুঙী উদ্ধাৰ হোৱাৰ লগে লগে স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয়। ঘটনাস্থলী পৰিদৰ্শন কৰি স্থানীয় লোকসকলে সন্দেহভাজনক শীঘ্ৰেই চিনাক্ত কৰি গ্ৰেপ্তাৰৰ দাবী জনাইছে।

ডিজিটেল ডেস্ক, ১৯ নৱেম্বৰ

You might also like