নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা ১৫ নৱেম্বৰঃ  নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে। ইয়াৰ অংশ হিচাপে যোৱানিশা অভিযান চলাই নগাঁও চহৰৰ তেলিয়াপট্টীৰ পৰা বুজন পৰিমানৰ ড্ৰাগছৰ কণ্টেনাৰ জব্দ কৰে ৷ নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বীত যোৱা আৰক্ষীৰ দলে এই অভিযান চলাই ড্ৰাগছৰ ২৬ টা কণ্টেনাৰ সহ চুমন দেৱ নামৰ এগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ৷তদুপৰি আৰক্ষীয়ে ASO2N 8293 নম্বৰৰ এখন স্কুটি জব্দ কৰে ৷

You might also like