আঞ্চলিকক্রীড়া-জগত তৰংগ গগৈ অসম ক্ৰিকেট সন্থাৰ নতুন সভাপতি By নিয়মীয়া বাৰ্তা On Nov 27, 2022 Share বিশেষ বাৰ্তা, ২৭ নৱেম্বৰঃ তৰংগ গগৈ অসম ক্ৰিকেট সন্থাৰ নতুন সভাপতি। ঘোষণা হ’ল অসম ক্ৰিকেট সন্থাৰ নিৰ্বাচনী ফলাফল। নতুন সাধাৰণ সম্পাদক ত্ৰিদীপ কোঁৱৰ, উপ-সভাপতি ৰাজদ্বীপ ওজা, কোষাধ্যক্ষ চিৰঞ্জীৱ লাংথাছা, যুটীয়া সম্পাদক ৰাজেন্দ্ৰ সিং, এপেক্স কাউন্সিলৰ সদস্য অনুপম দাস। ১ ডিচেম্বৰত নতুন কমিটীয়ে ল’ব দায়িত্ব। বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী সকলো প্ৰাৰ্থী। Featured Share