নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি কৰাটো অনুচিত

হার্টথ্রব জুবিন গার্গৰ দেহাৱসানক ৰাজ্যত যি পৰিস্থিতি চলি আছে, তাৰ মাজতো কোনো কোনোৱে ৰাজনীতি কৰি থকাৰ অভিযোগ উঠি আছে!

ইয়াৰ মাজতে আজি মন্তব্য কৰিছে মন্ত্রী পীয়ুষ হাজৰিকাই!

তেওঁ কয়, জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি কৰাটো অনুচিত। দোষীয়ে শাস্তি পাবই। তদন্ত ক্ষীপ্ৰগতিত আগবাঢ়িছে। মুখ্যমন্ত্ৰীও এইক্ষেত্ৰত কঠোৰ স্থিতি গ্রহণ কৰিছে!। শীঘ্ৰেই অসমৰ ৰাইজে ভাল খবৰ পাব!

Niyomiya barta  desk, 30 september

You might also like