নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ভিতৰতে ঢকুৱাখনাত সৰ্বাধিক পেট্ৰ’ল-ডিজেলৰ মূল্য

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চ: ৰাজ্যৰ ভিতৰতে ঢকুৱাখনাত সৰ্বাধিক পেট্ৰ’ল-ডিজেলৰ মূল্য।ঢকুৱাখনাত আজিৰ দিনটোত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম – ১০৪.১০ টকাৰ বিপৰীতে ডিজেলৰ দাম হৈছে ৮৯.৮৪ টকা। মঙলবাৰৰ দিনটোত পেট্ৰ’লৰ দাম আছিল ১০৩.২১।ডিজেলৰ দাম আছিল ৮৯.০০ টকা। এটা ৰাতিৰ ভিতৰত প্ৰতিলিটাৰ পেট্ৰ’লত ৮৯ পইছা বৃদ্ধি পোৱাৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পালে ৮৪ পইছা।।

You might also like