নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শচীনৰ কন্যা ছাৰাৰ সৈতে গোপন প্ৰেম শুভমন গিলৰ

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ শচীন তেণ্ডুলকাৰৰ জীয়ৰী ছাৰা তেণ্ডুলকাৰৰ কি শুভমান গিলৰ সৈতে প্ৰেম হৈছে নেকি? ছাৰা তেণ্ডুলকাৰৰ এটি ইনষ্টাগ্রাম প’ষ্টৰ জড়িয়তে এই কথা পোহৰলৈ আহিছে। আৰু তাৰপাছত মুহূর্ততে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এই খবৰ।

কেকেআৰ বনাম মুম্বাই ইণ্ডিয়ান্সৰ এখন খেলত ফিল্ডিংৰ সময়ত শুভমান গিলৰ এটি চাৰি বছোৱাৰ ছবি প’ষ্ট কৰিছিল ছাৰাই। লগতে দিছিল লাভ ইমোজি। যাক লৈয়ে বৰ্তমান তুমুল চৰ্চা চলিছে ছ’চিয়েল মিডিয়াত।

উল্লেখ্য যে বর্তমান ছাৰা লণ্ডন বিশ্ববিদ্যালয়ত ডাক্তৰি পঢ়ি আছে।

You might also like