নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফার্ষ্ট এইড বক্সত কি ৰাখিব

আপোনাৰ ঘৰত ফার্ষ্ট এইড বক্স আছেনে? কটা–ছিঙা হ’লে ডেটল, কপাহ, বেণ্ডেজ বিচাৰি হাবাথুৰি খাব নালাগে যদিহে এটা ফার্ষ্ট এইড বক্স থাকে৷ এনে চিকিৎসাৰ জৰিয়তে ৰোগ সামান্য উপশম হোৱাৰ লগতে জীৱনলৈ অহা বিপদো বহুখিনি কমে৷ এই বক্সত কি ৰাখিব–
* এটা বার্নল বা পোৰা ঠাইত লগোৱা মলম৷
* এটা এণ্টিবায়’টিক মলম৷
* বিভিন্ন ধৰণৰ বেণ্ডেজ৷
* কপাহ৷
* এটা থার্মোমিটাৰ৷
* ঘা ধুবৰ বাবে এটুকুৰা চাবোন আৰু ডেটলজাতীয় তেল৷
* ক্রেপ বেণ্ডেজ৷
* বিষ নিৰাময়ৰ স্প্রে৷

You might also like