নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

নিয়মীয়া বাৰ্তা

২০২১

২০২১ চনত অনুষ্ঠিত হ’ব লগা অসম বিধানসভাৰ নির্বাচনলৈ মাত্র এটা বছৰ আছে বুলিহে ক’ব পাৰি৷ প্রতিটো নির্বাচনেই গুৰুত্বপূর্ণ কিন্তু অসমত যোৱা কিছুদিন ধৰি চলি থকা কা–বিৰোধী আন্দোলনটোৱে ২০২১ চনৰ বিধানসভা নির্বাচনৰ গুৰুত্ব বহুগুণেই বঢ়াই তুলিছে৷ সেই…

নতুন ৰাজনৈতিক দল

নাগৰিকত্ব আইনৰ শেহতীয়া সংশোধনীৰ প্রতিবাদত প্রায় ডেৰ মাহ ধৰি আন্দোলনমুখৰ হৈ আছে ব্রহ্মপুত্র উপত্যকাৰ একাংশ অঞ্চল৷ উজনিৰ তিনিচুকীয়াৰ পৰা নামনিৰ পাঠশালালৈকে নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰুদ্ধে চলি থকা আন্দোলনৰ সময়তে এটা নতুন ৰাজনৈতিক দল গঠনৰ…

বিকল্প ৰাজনৈতিক দল

যোৱা কেইসপ্তাহমান ধৰি এটা নতুন ৰাজনৈতিক দলৰ প্রয়োজনীয়তা সম্পর্কে চিন্তা–চর্চা চলি আছে৷ এই চিন্তা–চর্চাৰ মূলতে হ’ল এই উপলব্ধি যে বিজেপিয়ে অসমীয়া জাতিৰ স্বার্থ ৰক্ষাৰ কাৰণে কাম কৰা নাই আৰু ভৱিষ্যতেও কৰাৰ আশা নাই অসমীয়া জাতিৰ স্বার্থ ৰক্ষাৰ…

আজি অমিত শ্বাহ–বিপ্লৱ শর্মা নেতৃত্বাধীন সমিতিৰ বৈঠক; ভাগ নলয় আছুৱে

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ সম্পৰ্কীয় উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ লগত আজি এক বৈঠকত মিলিত হ'ব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ । গৃহমন্ত্ৰীগৰাকীৰ নিমন্ত্ৰণমৰ্মে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা নেতৃত্বাধীন সমিতিৰ…

যুদ্ধৰ অশনি সংকেত

ইৰানৰ সেনা জেনেৰেল কাছেম ছোলেইমানী ইৰাকৰ ৰাজধানী বাগদাদৰ আন্তর্জাতিক বিমানবন্দৰত মার্কিন ড্র’ন আক্রমণত নিহত হোৱাৰ পিছতেই মধ্যপ্রাচ্যত যুদ্ধৰ আশংকা ঘনীভূত হৈছে৷ যোৱা সপ্তাহত ছোলেইমানী নিহত হোৱাৰ পিছতে ইৰানে আমেৰিকাৰ বিৰুদ্ধে প্রতিশোধৰ হুংকাৰ…

‘কা’ক লৈ ক্ষমতাৰ যুঁজ

নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰুদ্ধে বিগত প্রায় এমাহ ধৰি উত্তপ্ত হৈ আছে ব্রহ্মপুত্র উপত্যকাৰ অধিকাংশ অঞ্চল৷ শাসকীয় বিজেপি, অসম গণ পৰিষদ আৰু বিপিএফে বিতর্কিত আইনখনক সমর্থন কৰিলেও ৰাজ্যখনৰ অধিকাংশ দল–সংগঠনে ইয়াৰ বিৰোধিতা কৰি ৰাজপথলৈ ওলাই…

পাঁচনৈত হোমেন বৰগোহাঞিক সম্বর্ধনা আছু, যুৱ–ছাত্র, সাহিত্য সভাৰ

নিয়মীয়া বার্তা,৩০ ডিচেম্বৰঃ ঢেকীয়াজুলি ৰাজহ চক্রৰ পাঁচনৈ অঞ্চলৰ কনকা ভিলেজ ৰিজ’টত দেওবাৰে বিশেষ ভ্রমণসূচী লৈ সপৰিয়ালে আহি উপস্থিত হয় প্রসিদ্ধ সাহিত্যিক–বুদ্ধিজীৱী– হোমেন বৰগোহাঞি৷ ওৰাং ৰাষ্ট্রীয় উদ্যানত নিশা কটোৱাৰ পাছত আগবেলা…

যুৱশক্তিয়েই ভাৰতৰ ভৱিষ্যৎ

দেশ এখনৰ প্রগতিত যুৱ সমাজৰ গুৰুত্ব তথা ভূমিকা কি, কথাটো দুনাই কোৱাৰ প্রয়োজন নাই৷ সমগ্র বিশ্ব আজি ব্যস্ত যুৱ সমাজৰ শক্তি–সম্ভাৱনাক নিজ নিজ দেশৰ প্রগতিৰ হকে কিদৰে ব্যৱহাৰ কৰিব পাৰি, সেই ডপায় ডদ্ভাৱনত৷ শিক্ষাৰ পৰা শেহতীয়া প্রযুক্তিলৈকে, সকলো…

পুতলাৰ গুদামত অগ্নিকাণ্ড

পশ্চিমবংগৰ শিলিগুৰিৰ পুতলাৰ গুদামত ভয়ংকৰ অগ্নিকাণ্ড অগ্নিনিৰ্বাপন বাবে ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ দল  বৰ্তমানলৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই  

ৰাষ্ট্ৰীয় ভাৰোত্তোলনৰ শিবিৰলৈ অসমৰ তিনি খেলুৱৈ

স্পৰ্টছ ডেস্ক,১৩ নৱেম্বৰঃ চলিত বৰ্ষৰ ১ ডিচেম্বৰৰ পৰা পাটিয়ালাত আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলন প্ৰতিযোগিতাৰ বাবে ৰাষ্ট্ৰীয় প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে । এই শিবিৰলৈ অসমৰ তিনিগৰাকী খেলুৱৈক আমন্ত্ৰণ জনোৱা হৈছে । খেলুৱৈ তিনিগৰাকী হ'ল - চৰাইদেউৰ…