নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

নিয়মীয়া বাৰ্তা

মৰাণত সাংবাদিক পূর্বজ্যোতি চুতীয়াৰ শেষকৃত্য সম্পন্ন, ৰহস্যজনক মৃত্যুৰ তদন্ত আৰম্ভ

নিয়মীয়া বাৰ্তা, ৩১ মার্চ: জ্যেষ্ঠ সাংবাদিক, ‘নিয়মীয়া বার্তা’ৰ সহকাৰী সম্পাদক পূর্বজ্যোতি চুতীয়াৰ মৃত্যু ৰহস্য এতিয়াও উদ্ঘাটন হোৱা নাই৷ মঙলবাৰে পুৱা হাতীগাঁৱৰ লখিমী নগৰৰ নামঘৰ পথত এটি নলাত উদ্ধাৰ হৈছিল সাংবাদিকগৰাকীৰ মৃতদেহ৷ দেওবাৰে নিশাৰে…

ক’ৰোনাৰ কাল ৰূপ; বিবাহশূণ্য বহাগ

নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ অৱশেষত ৰাহি যোৰা আহিছিল । বহু দিন পূৰ্বেই বিয়াৰ দিন বাৰো থিক হৈছিল । বিয়াৰ বাবে সকলো প্ৰস্তুতিয়ে যেন সম্পূৰ্ণ হৈ উঠিছিল । কিন্তু সকলোৰে আশাত যেন চেচা পানী ঢালিলে ক'ৰোনাই । দীৰ্ঘদিনৰ পৰা বহাগতেই পাতিম পাতিম বুলি…

ক’ৰোনাক তৃতীয় স্তৰৰ পূর্বেই ৰুধিব লাগিব

তৃতীয়টো স্তৰত ক’ৰোনা ভাইৰাছৰ ধ্বংসলীলা কিমান ভয়াৱহ আৰু হূদয়বিদাৰক হ’ব পাৰে, তাৰ অন্যতম উদাহৰণ হ’ল ইটালী৷ দেশখনত বুধবাৰে ৪৭৫গৰাকী লোকৰ মৃত্যু হয়৷ দেশখনত এতিয়ালৈকে প্রায় তিনি হাজাৰ লোকৰ মৃত্যু হৈছে৷ আজিৰ তাৰিখত ক’ৰোনা ভাইৰাছে তাণ্ডৱলীলা চলোৱা…

বিজেপিৰ নির্বাচনী অংক বিপিএফৰ ভৱিষ্যৎ

নৰেন্দ্র মোদীৰ নেতৃত্বত ২০১৪ চনত দিল্লী দখল কৰাৰ পিছত অসমত অনুষ্ঠিত প্রতিটো নির্বাচনত অভূতপূর্ব সাফল্য লাভ কৰা বিজেপিয়ে এইবাৰ বি টি চিৰ পৰিষদীয় নির্বাচনত অকলেই প্রতিদ্বন্দ্বিতা কৰিব৷ দেওবাৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ চৰকাৰী বাসগৃহত…

নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতাক ‘সংবাদ প্রহৰী’ বঁটা প্রদান

নিয়মীয়া বার্তা, ৩ মার্চঃ বঁটা-বাহনৰ উদ্দেশ্যে কাম কৰিলে সমাজৰ ক্ষতি হয় । কিন্তু বঁটা বাহনে উৎসাহিত কৰে ।- ৰাজ্যৰ অগ্ৰণী সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী, অসমৰ পঞ্চম বৰ্ষপূৰ্তি অনুষ্ঠানৰ মুকলি সভাত সংবাদ প্ৰহৰী বঁটা ২০২০ গ্ৰহণ কৰি…

দিল্লীৰ ৰক্তক্ষয়ী সংঘর্ষ

নাগৰিকত্ব সংশোধনী আইন(কা)বিৰোধী বিক্ষোভ–প্রতিবাদে এতিয়া ৰক্তক্ষয়ী সংঘর্ষৰ ৰূপ লৈছে দেশৰ ৰাজধানী নতুন দিল্লীত৷ ‘কা’বিৰোধী বিক্ষোভ বিগত দুমাহতকৈ অধিককাল ধৰি অব্যাহত আছে দিল্লীৰ শ্বাহিনবাগ অঞ্চলত৷ শ্বাহিনবাগৰ এই বিক্ষোভে দেশৰ বিভিন্ন স্থানলৈ…

ট্রাম্পৰ প্রতি বৃদ্ধি আস্থা

বিশ্বৰ সর্বশ্রেষ্ঠ গণতন্ত্র খ্যাত আমেৰিকাত ৰাষ্ট্রপতি নির্বাচনৰ কুচকাৱাজ আৰম্ভ হৈছে৷ বিগত ৰাষ্ট্রপতি নির্বাচনত অভাৱনীয়ভাৱে ড’নাল্ড ট্রাম্প নির্বাচিত হোৱাৰ পাছত দেশৰ বিদ্বৎ মহলৰ লগতে প্রগতিশীল সংগঠনসমূহে আশ্চর্য প্রকাশ কৰিছিল৷ ড’নাল্ড…

প্রাণঘাতী ভাইৰাছ

১৮ বছৰৰ ব্যৱধানত চীনত পুনৰ প্রাণঘাতী মাৰাত্মক ভাইৰাছৰ প্রাদুর্ভাৱ৷ ২০০২ চনত অতি কম দিনৰ ভিতৰতে মহামাৰীৰ ৰূপ ধাৰণ কৰা ‘ছিভিয়াৰ একিউট ৰেছপিৰেটৰী ছিণ্ড্রম’ (ছার্ছ) নামৰ ভাইৰাছবিধে দেশখনত ৮ শতাধিকৰ প্রাণ কাঢ়িছিল৷ এইবাৰো অনুৰূপ পৰিস্থিতিৰেই…

মই গান্ধীজীক দেখিছিলো

মোৰ বয়স তেতিয়া খুব বেছি হ'লে দহ বছৰমান হ'ব । এদিন আমাৰ ঘৰলৈ দুজন ভদ্ৰলোক আহিল । চাফ-চিকুণ সাজ-পোছাক দেখিয়েই বুজিলো যে তেওঁলোক চহৰৰ মানুহ; মূৰত গান্ধী টুপী দেখি বুজিলোঁ যে তেওঁলোক কংগ্ৰেছী ভলণ্টিয়াৰ । দেউতাৰ লগত বহু সময় কথা পাতি এসময়ত…

ঐতিহাসিক বড়ো চুক্তি

বিদ্রোহী সংগঠন এনডিএফবিয়ে অস্ত্র সম্বৰণ কৰি শান্তিৰ পথলৈ ঘূৰি অহাটো সমগ্র বিটিএডি তথা অসমৰ বাবে এক সুখৰ খবৰ৷ শান্তি আলোচনাৰ মাজেৰে বিদ্রোহী সংগঠনসমূহৰ সৈতে সমস্যা সমাধানৰ পথ উলিয়াব লাগিব কেন্দ্রীয় চৰকাৰে৷ গতিকে এনডিএফবি আলোচনাৰ মাজলৈ অহাটো…