নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

assam

১৮ নৱেম্বৰৰ পৰা সংসদৰ অধিৱেশনঃ আহিব CAB!

নিউজডেস্ক, ১৫ নৱেম্বৰঃ বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন অহা ১৮ নৱেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ শীতকালিন অধিৱেশনত উত্থাপন কৰা হ'ব । বৃহস্পতিবাৰে লোকসভাৰ কাৰ্যক্ৰমণিকাৰ ১৬ সংখ্যক বিধেয়ক হিচাপে নাগৰিকত্ব সংশোধনী বিধেয়কখন…

আমগুৰিত মূল্যবৃদ্ধিৰ প্ৰতিবাদ যুৱ-ছাত্ৰৰ

নিয়মীয়া বাৰ্তা, আমগুৰি, ১১ নৱেম্বৰঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আমগুৰি আঞ্চলিক সমিতিৰ উদ্যাগত সোমবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰা হয় । যুৱ ছাত্ৰৰ…

বকোত কংগ্ৰেছৰ বিক্ষোভ-সমদল

বকো, ১১ নৱেম্বৰঃ অৰ্থনৈতিক মন্দাৱস্থাকে ধৰি সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ ব্যৰ্থতাৰ প্ৰতিবাদত কংগ্ৰেছে ৫ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ দেশজুৰি গ্ৰহণ কৰা সৰ্বাত্মক সোমবাৰে  আজি কামৰূপ জিলাৰ বকোতো ৰূপায়ণ কৰা হয়। সোমবাৰে  কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ…