নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Assamese film industry

জুবিন ক্ষেত্ৰত প্ৰৱেশৰ সময়সীমা বৃদ্ধি : জুবিন গাৰ্গ ফেন ক্লাবৰ আহ্বানলৈ সঁহাৰি মুখ্যমন্ত্ৰীৰ

জুবিন গাৰ্গৰ স্মৃতিৰক্ষাৰ স্থান জুবিন ক্ষেত্ৰত জনসাধাৰণৰ প্ৰৱেশৰ সময়সীমা বৃদ্ধি কৰা হৈছে। সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাবে দিয়া আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ফেন ক্লাবে আগতে নিশা ১২ বজালৈ ক্ষেত্ৰখন খোলা…

বালিপৰাত মৰ্মিতা মিত্ৰৰ সংগীতৰ মায়াজালত মুগ্ধ বালিপৰীয়া লোক

নিয়মীয়া বাৰ্তা, ১৬ মে' : শোণিতপুৰৰ বালিপৰাত যোৱানিশা বৃহত্তৰ বালিপৰা যুৱ মঞ্চ, পেপচি ক্লাব আৰু বয়জ ক্লাবৰ সমূহীয়া উদ্যোগত বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ ৰংগমঞ্চত অনুষ্ঠিত হয় বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান। পোনপ্ৰথমবাৰৰ বাবে…

স্বাগতম ২০২০ : অসমীয়া ছবি পৰিচালকসকলৰ পৰিকল্পনা কি ?

২০২০ ... নতুনক আদৰাৰ বাবে এতিয়া বিদায় দিব লাগিব ২০১৯ ক । মাজত মাত্ৰ কেইটামান ক্ষণ , তাৰ পাচতেই আমি ভৰি দিম ২০২০ ত । নতুন দিনবোৰক লৈ সকলোৰে থাকে পৰিকল্পনা আৰু আশা । অতীতৰ ভেটিৰে ভৱিষ্যতক শক্তিশালী কৰাৰ মানসেৰে সকলোৰে থাকে সপোন । অসমীয়া ছবি…

আজি মুক্তি পালে বহু প্ৰতিক্ষিত ছবি ‘প্ৰতিঘাত’

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ অসমীয়া চলচ্চিত্ৰ উদ্যোগলৈ আশাৰ বাৰ্তা কঢ়িয়াই অনা ‘কাঞ্চনজংঘা’, ‘ৰত্নাকৰ’ আৰু 'আমিষ'ৰ পিছত শুকুৰবাৰে মুক্তি লাভ কৰিলে দৰ্শকৰ বহু প্ৰতিক্ষিত ছবি ‘প্ৰতিঘাত’-এ। মুক্তিৰ পূৰ্বেই ইতিমধ্যে চলচ্চিত্ৰ প্ৰেমীৰ মাজত ব্যাপক…

আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত চর্চিত ‘আমিষ’ আজি ছবিগৃহলৈ

গুৱাহাটী, ২২ নৱেম্বৰঃ এটি সুন্দৰ প্রেম কাহিনীক আধাৰ হিচাপে লৈ বলীউদৰ জনপ্রিয় প্রযোজক–পৰিচালক অনুৰাগ কাশ্যপৰ দ্বাৰা নির্মিত ‘আমিষ’ ছবিখন শুকুৰবাৰে ৰাজ্যৰ কেইবাটাও ছবিগৃহত মুক্তি লাভ কৰিব ৷ অনুৰাগ কাশ্যপৰ দ্বাৰা নির্মিত ছবিখনৰ কাহিনী…

আজি ছবিগৃহলৈ আহিব ‘ইপাৰ-সিপাৰ’

নিয়মীয়া বাৰ্তা, ১৫ নৱেম্বৰঃ অসমীয়া ছবিজগতৰ বাবে সুখবৰ । চলিত বৰ্ষত জুবিন গাৰ্গৰ কাঞ্চনজংঘা, যতীন বৰাৰ ৰত্নাকৰ আদিয়ে বিশেষ সফলতা লাভ কৰি অসমীয়া ছবি জগতলৈ সুখৰ দিন ঘূৰাই অনাৰ পিছতেই শুকুৰবাৰে মুক্তি লাভ কৰিব আন এখন অসমীয়া ছবি  'ইপাৰ-সিপাৰ' ।…