নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

DR. HIMANTA BISWA SARMA

আজি প্রধানমন্ত্রীক সৌজন্যমূলকভাৱে সাক্ষাৎ কৰে মুখ্যমন্ত্রী ড০ শর্মাই

নিয়মীয়া বাৰ্তা, ২ জুনঃ বিধানসভা নির্বাচনৰ পিছত আজি প্রথমবাৰৰ বাবে মুখ্যমন্ত্রীয়ে সাক্ষাৎ কৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক৷ মুখ্যমন্ত্রী হিচাপে দায়িত্ব লাভ কৰাৰ পিছত প্রথমবাৰৰ প্রধানমন্ত্রীক সৌজন্যমূলকভাৱে মুখ্যমন্ত্রীয়ে সাক্ষাৎ কৰাৰ লগতে…

সুখবৰঃ চৰকাৰৰ বৃহৎ নিযুক্তি ! শীঘ্ৰে পঞ্চায়ত বিভাগৰ ২৬৫৪ টা পদত হ’ব নিযুক্তি

নিয়মীয়া বাৰ্তা ৩১ মেঃ  শীঘ্ৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তি দিয়া হব বৃহৎ সংখ্যক যুৱক-যুৱতীক। বিভাগটোত ২৬৫৪ টা স্থায়ী আৰু অস্থায়ী পদ খালী হৈ আছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা ১ লাখ যুৱক-যুৱতীলৈ চাকৰিৰ অংশ হিচাপে…

বটদ্ৰৱাত উপস্থিত হৈ ‘বটদ্রৱা প্রকল্প’ৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী ড০ শৰ্মাই

 নিয়মীয়া বাৰ্তা, ২৯ মেঃ নির্বাচনত জয়লাভ কৰি মুখ্যমন্ত্রী ৰূপে শপত গ্রহণৰ পিছত প্রথমবাৰৰ বাবে গুৰুজনাৰ জন্মস্থান বটদ্রৱাত আজি উপস্থিত হ’ল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ বটদ্রৱা থানত উপস্থিত হৈ মুখ্যমন্ত্রী ড০ শর্মাই বটদ্রৱা থানৰ বৃহৎ…

বিধায়ক লেহোৰাম বড়োৰ মৃত্যুত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ

নিয়মীয়া বাৰ্তা, ২৯ মেঃ ক'ভিডত আক্ৰান্ত হৈ পুনৰ এগৰাকী বিধায়কৰ মৃত্যু। এইবাৰ ক’ভিডত আক্ৰান্ত হৈ জিএমচিএইচত চিকিৎসাধীন হৈ থকা তামুলপুৰৰ বিধায়ক লেহোৰাম বড়োৰ মৃত্যু ঘটিছে। গ্ৰামোন্নয়ন বিভাগৰ প্ৰাক্তন বিষয়া বড়োৱে প্ৰথমবাৰৰ বাবে বিধানসভালৈ…

আশাৰ খবৰঃ ৭ জুনৰ ভিতৰত উন্নত হ’ব ৰাজ্যৰ ক’ভিড পৰিৱেশ

নিয়মীয়া বাৰ্তা, ২৯ মেঃ ক’ৰোনাৰ দ্রুত সংক্রমণে জটিল কৰি তোলা ৰাজ্যৰ পৰিস্থিতি ক্রমাৎ নিয়ন্ত্রণৰ দিশে আহিছে৷ অহা ৭ জুন পর্যন্ত এটা ভাল ফলাফল ৰাইজক দিব পাৰিম৷ ভয়াৱহ দিনৰ পৰা ৰাজ্যখন ক্রমাৎ এটা সুস্থিৰ পৰিৱেশলৈ অহাৰ ইংগিত দিলে মুখ্যমন্ত্রী ড০…

মই মোৰ ভৰিৰ তলৰ মাটি এৰি নিদিওঁ

এনআৰচি পুনৰীক্ষণ হ’ব–খুলি দিয়া নহয় মাদ্রাছা প্রয়োজনত দৰমহা নলওঁ, তথাপি ৰেহাই দিয়া হ’ব মাইক্র’ফাইনেঞ্চৰ ঋণ গণি গণি এক লাখ নিবনুৱাকো চাকৰি ৰাজ্যক বানমুক্ত কৰিবলৈ আইআইটিৰ অভিযন্তাৰে বিশেষ গোট গঠনৰ পদক্ষেপ বর্তমানৰ চৰকাৰৰ দিনত…

বৃহৎ কনটেইনাৰত ৮০ টন অক্সিজেন লৈ অসম পালেহি প্রথমখন অক্সিজেন এক্সপ্রেছ ৰে’ল

নিয়মীয়া বাৰ্তা, ২৩ মেঃ ক’ভিডকেন্দ্রিক পৰিস্থিতিত আক্রান্ত লোকৰ বাবে অতি জৰুৰী হৈ পৰা দেশৰ চিকিৎসালয়লৈ অক্সিজেনৰ যোগান ধৰিবলৈ ভাৰতীয় ৰে’লৱেই যুদ্ধকালীন তৎপৰতা গ্রহণ কৰিছে৷ ইয়াৰ অংশ হিচাপে ভাৰতীয় ৰে’লৱেই ‘ওম মিছন’ৰ অধীনত দেশজুৰি ১৪,৫০০…

বিশ্বজিৎ দৈমাৰী এক বর্ণিল পৰিক্রমা

 ২০২১ বর্ষৰ ২১ মে’ তাৰিখটো অসম বিধানসভাৰ ইতিহাসৰ এক সোণালী দিন ৰূপে খোদিত হৈ ৰ’ব৷ এই দিনটোতেই পঞ্চদশ অসম বিধানসভাই বিশিষ্ট বড়ো জনগোষ্ঠীয় নেতা, এজন পৰিপক্ব ৰাজনীতিক শ্রীবিশ্বজিৎ দৈমাৰীক অধ্যক্ষ ৰূপে নির্বাচিত কৰে৷ ইতিহাসত এগৰাকী বড়ো…

বিশেষজ্ঞ চিকিৎসকৰ ঘোষণাঃ ব্লেক ফাংগাছ মানুহৰ মাজত সংক্রমিত নহয়, চিকিৎসা আছে

নিয়মীয়া বাৰ্তা, ২২ মেঃ ক’ৰোনাসৃষ্ট জটিল পৰিস্থিতিৰ মাজতে দেশবাসীক আতংকিত কৰি ৰখা ব্লেক ফাংগাছ বা মিউকৰ মাইক’ছিছক মহামাৰী ঘোষণাৰ প্রয়োজনীয়তা নাই বুলি মন্তব্য কৰিছে বিশেষজ্ঞ চিকিৎসকে৷ অসমতো ব্লেক ফাংগাছৰ উপস্থিতি ধৰাৰ পৰাৰ পাছতে গুৱাহাটী…

পুৱতি নিশা ২.৪০ বজাত GMCHত ছাডেন ভিজিট মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ১৬ মে’:  শনিবাৰে নিশা ২.৪০ত GMCHত মুখ্যমন্ত্ৰীৰ ছাডেন ভিজিট। নিশা ক'ভিড আক্ৰান্তই পৰ্যাপ্ত চিকিৎসা নোপোৱাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰে পৰিপ্ৰেক্ষিতত ছাডেন ভিজিট মুখ্যমন্ত্ৰীগৰাকীৰ। ইপিনে এতিয়াৰে পৰা ক'ভিড হাস্পতালত থাকিব…