নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

DR. HIMANTA BISWA SARMA

বিজেপিৰ যুৱ সমাৰোহত ড০ হিমন্ত বিশ্ব শৰ্মাই পাঠ কৰিলে স্বৰচিত কবিতা

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ উদ্যোগত আজি ডিব্ৰুগড়ত অনুষ্ঠিত যুৱ সমাৰোহত উপস্থিত থাকি স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাষণৰ মাজতে আবৃত্তি কৰে স্বৰচিত কবিতা। অসমৰ প্ৰতি ৰাজনীতিকগৰাকীৰ প্ৰেমৰ লগতে…

ক’ভিডক লৈ উৰাবাতৰিৰে একাংশই সৃষ্টি কৰিছে আতংকঃ ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ  ৰাজ্যত পুনৰ ক’ৰোনাৰ সংক্রমণ বৃদ্ধিক লৈ ৰাজ্যবাসী সন্ত্রষ্ট হৈ পৰাৰ সময়তে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ঘোষণা– ক’ভিডক লৈ চিন্তা কৰাৰ কোনো কাৰণ নাই৷ আজি সংবাদ মাধ্যমৰ আগত স্বাস্থ্যমন্ত্রীগৰাকীয়ে এই…

বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য নিযুক্তি

নিয়মীয়া বার্তা, ২১ ফেব্রুৱাৰীঃ আজি বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ অধ্যাপক ড০ জ্যোতি প্ৰসাদ শইকীয়াক নিযুক্তি দিয়া হয়। শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে…

তাজ ভিভান্তাত ড০ হিমন্ত বিশ্ব শৰ্মাৰ গ্ৰন্থ ‘এটা সপোনৰ পম খেদি’ উন্মোচন

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ আজি হোটেল তাজ ভিভান্তাত উন্মোচন হ'ল অসমৰ দ্বিগগজ ৰাজনীতিক ড০ হিমন্ত বিশ্ব শর্মাৰ এলানি আশাব্যঞ্জক বত্তৃণতাৰ প্রথমখন সংকলন গ্ৰন্থ ‘এটা সপোনৰ পম খেদি’। মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমা, অসম বিধানসভাৰ অধ্যক্ষ…

কৰ্কট ৰোগীৰ বাবে সুখবৰঃ জি এম চি এইচত টমো থেৰাপিৰ অংকলজী ব্লক মুকলি

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত আজি মুকলি কৰা হয় নতুন ৰেডিয়েচন অংকোলজী ব্লক। উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে টমো থেৰাপি দিব পৰা যন্ত্ৰ স্থাপন কৰা ৰেডিয়েচন অংকোলজী ব্লকটো…

‘এটা সপোনৰ পম খেদি’-আজি উন্মোচন হ’ব ড০ হিমন্ত বিশ্ব শর্মাৰ চতুর্থখন গ্রন্থ

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ অসমৰ ৰাজনীতিত এক বিশেষ স্থান অধিকাৰ কৰি অহা অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা এতিয়া ৰাজ্যবাসীৰ বাবে এগৰাকী ৰাজনীতিবিদ হিচাপেই চিনাকি নহয়, স্বকীয় বত্তৃণতাশৈলীৰে যোৱা দীর্ঘ সময় ধৰি তেওঁ…

অসমলৈ আহি সময় নষ্ট কৰিলে ৰাহুল গান্ধীয়েঃ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা ১৪ ফেব্ৰুৱাৰীঃ "কংগ্ৰেছ নেতা ৰাহুল গান্ধী শিৱসাগৰ বৰ্ডিং থেলপথাৰলৈ আহিছে। কেইদনমান পূৰ্বে মই তাত মিটিং কৰি আহিছো। তাত খুব বেছি ১৫ হাজাৰ মানুহ ধৰে। সেইখিনি তেওঁ ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তেই কৰিব পাৰিলেহেতেন। তেতিয়া কংগ্ৰেছ দলৰ…

গুৱাহাটীত মুকলি হ’ল আন ৩খনকৈ ফুট অভাৰব্ৰীজ

নিয়মীয়া বাৰ্তা ১৪ ফেব্ৰুৱাৰীঃ আজি মুকলি কৰা হ'ল বহু প্ৰতিক্ষিত কামাখ্যাগেট, গণেশগুৰি আৰু খানাপাৰাৰ ফুট অভাৰ ব্ৰীজ। লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাইজলৈ উৎসৰ্গা কৰে এই ফুট অভাৰব্ৰীজ ৩খন। কামাখ্যাগেটৰ ফুট অভাৰব্ৰীজ…

১৭ ফেব্ৰুৱাৰীত আৰম্ভ হ’ব ২য় পৰ্যায়ৰ স্কুটী বিতৰণ কাৰ্যসূচীঃ ড০ শৰ্মা

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ আজি বিধানসভাত লেখানুদান দাখিল কৰে বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বিত্তমন্ত্ৰী ড০ শৰ্মাই ছাত্ৰীসকলক স্কুটি বিতৰণৰ কথা উল্লেখ কৰি কয় যে বৰ্তমানলৈকে ২৩,২৪৫ গৰাকী ছাত্ৰীয়ে স্কুটি লাভ কৰিছে আৰু আগন্তুক সময়ত…

ক’ভিড-১৯, অসম মালা, ভিন্ন আঁচনিৰ বাবে মোদীলৈ কৃতজ্ঞতা প্ৰকাশ স্বাস্থ্যমন্ত্ৰী ড০ শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বীৰভূমি ঢেকীয়াজুলিলৈ স্বাগতম জনায় ৰাজ্যিক বিজেপিৰ বিশিষ্ট নেতা ড০ হিমন্ত বিশ্ব শৰ্মাই আজি আদৰণি ভাষণ আগবঢ়ায়। ভাষণত শিক্ষামন্ত্ৰী ড০ শৰ্মাই প্ৰধানমন্ত্ৰী মোদীয়ে ক'ভিডকালীন…