নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

DR. HIMANTA BISWA SARMA

জৰাজীর্ণ টাই যাদুঘৰ ১৫ দিনৰ ভিতৰত উন্নীতকৰণৰ নির্দেশ ড০ শর্মাৰ

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ সাংস্কৃতিক সঞ্চালকালয়ৰ দৰে এটা গুৰুত্বপূর্ণ বিভাগ থকাৰ পিছতো শিৱসাগৰৰ টাই যাদুঘৰৰ জৰাজীর্ণ অৱস্থাক লৈ উদ্বেগৰ সৃষ্টি হৈছে৷ পুৰাতাত্ত্বিক সমল সংৰক্ষণ কেন্দ্রটোৰ জহি–খহি যোৱা পৰিস্থিতিৰ বুজ ল’বলৈ কালি হঠাৎ শিৱসাগৰত…

বিটিচিত চীফ নহয়, ৰাইজৰ সেৱক হ’ব লাগিবঃ এতিয়াৰে পৰা নচলিব পিঠা চুৰিৰ ৰাজনীতি

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ বিটিচি নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিটিএডিত নির্বাচনী বতাহ উত্তপ্ত হৈ উঠিছে৷ ৰাজনৈতিক দলসমূহে আৰম্ভ কৰিছে নির্বাচনী প্রচাৰ৷ ইয়াৰ মাজতে বিপিএফ আৰু বিজেপিৰ মাজত চলা নির্বাচনী যুঁজখন আকর্ষণীয় হৈ উঠিছে৷…

এটা ৰাজনৈতিক ধমকিতে ভাৰত জিন্দাবাদো দিব, মিঞা মিউজিয়ামো বন্ধ হ’ব

নিয়মীয়া বাৰ্তা, ১৫ নবেম্বৰঃ ৰাজ্যৰ ৰাজনীতিত শেহতীয়াকৈ বিতর্ক সৃষ্টি কৰি থকা মিঞা মিউজিয়াম আৰু এ আই ইউ ডি এফৰ সমর্থকৰ পাকিস্তান জিন্দাবাদ ধ্বনিক লৈ পুনৰ সৰৱ হ’ল বিত্ত, স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ বাইহাটা চাৰিআলিৰ এক ক্রীড়া…

প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাক প্রত্যাহ্বান বিত্তমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই  এখন সংবাদ মেলযোগে বর্তমানৰ বিজেপি চৰকাৰৰ আমোলত বাজেট ৰূপায়ণ হোৱা নাই বুলি কৰা মন্তব্যক প্রত্যাহ্বান জনাইছে ৰাজ্যৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ কালি এখন সংবাদ মেলত মন্ত্রী…

ৰহা-গড়মাৰী তিনিসুঁতিত গৰাখহনীয়া, শীঘ্ৰে মেৰামতিৰ নিৰ্দেশ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰঃ ক'ৰোনা মহামাৰীৰ মাজতে ৰাজ্যত শাৰদীয় দুৰ্গাপূজাৰ সাময়িক আনন্দৰ মাজতে নগাঁও জিলাৰ ৰহাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। শেহতীয়াকৈ তিনি মাহৰ ভিতৰত সপ্তমবাৰৰ বাবে ভয়ংকৰ বানত আক্ৰান্ত হোৱা ৰহা সমষ্টিৰ বৃহৎ এলেকা ক্ষতিগ্ৰস্ত…

ৰাজ্যত নতুনকৈ ১৬খন ফ্লাই অভাৰৰ কাম চলি আছেঃ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ অতি কম সময়ৰ ভিতৰতে উৰণীয়া সেতুৰ কাম সম্পূৰ্ণ হোৱাৰ লগতে অসমৰ বিৰামহীন উন্নয়নৰ কাম চলি থাকিব। এইক্ষেত্ৰত অসম আত্মবিশ্বাসী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ১৬খন উৰণীয়া সেতুৰ কাম চলি আছে। মালিগাওঁ আৰু ছুপাৰ মাৰ্কেটৰ দুখনকৈ…

২২ অক্টোবৰত উদ্বোধন হ’ব গণেশগুৰিৰ উৰণীয়া সেতু

নিয়মীয়া বাৰ্তা, ১৮অক্টোবৰঃ গণেশগুৰিৰ পৰা আৰ জি বৰুৱা পথ সংযোগী নির্মীয়মাণ উৰণীয়া সেতুখন অহা ২২ অক্টোবৰত শুভ উদ্বোধন কৰা হ’ব৷ গড়কাপ্টানী মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শনিবাৰে এই কথা প্রকাশ কৰি কয় যে উৰণীয়া সেতুখনৰ নির্মাণৰ কাম ইতিমধ্যে…

বাঢ়িব মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ দৰমহা, সংবাদ মেলত বিত্তমন্ত্ৰীৰ ঘোষণা

নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰঃ ৰাজ্যৰ মধ্যাহ্ন কৰ্মচাৰীৰ দৰমহা বৃদ্ধি হ'ব। আজি জনতা ভৱনত আয়োজিত সংবাদ মেলত বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ দৰমহা বঢ়োৱাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে…

অসমত অহাবছৰৰ প্ৰথম ভাগতে উপলব্ধ হ’ব ক’ৰোনা ভেকচিন

নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰঃ আজি জনতা ভৱনত আয়োজিত সংবাদ মেলত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ ক'ভিড পৰিস্থিতি সম্পৰ্কে অৱগত কৰে। সংবাদমেলখনত মন্ত্ৰীগৰাকীয়ে কয় যে ক'ভিড-১৯ৰ লগত ১ মাৰ্চৰ পৰা যুঁজ দি থকা ৰাজ্যখনে আজি ১,৯৫,০০০…

কেনে হ’ব ক’ৰোনাকালীন দুৰ্গাপূজা? পূজা কমিটী-পূজাৰীৰ ক’ভিড টেষ্ট বাধ্যতামূলকঃ ড০…

নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰঃ ক'ৰোনাকালীন দুৰ্গাপূজাৰ সময়ত মানি চলিব লাগিব ক'ভিড প্ৰট'কল। আজি জনতা ভৱনত সম্বোধন কৰা সংবাদমেলযোগে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুৰ্গাপূজাত মানি চলিবলগীয়া নীতি-নিৰ্দেশনা সম্পৰ্কে অৱগত কৰে।…