নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

DR. HIMANTA BISWA SARMA

ক’ৰোনা ভাইৰাছৰ নমুনা পৰীক্ষা কৰা পৰীক্ষাগাৰৰ সংখ্যা চাৰিটালৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধকল্পে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে বিভিন্ন পদক্ষেপ অব্যাহত ৰাখিছে৷ ইয়াৰ মাজতে অসমত ক’ৰোনা ভাইৰাছৰ নমুনা পৰীক্ষা কৰা পৰীক্ষাগাৰৰ সংখ্যা বৃদ্ধি পাইছে চাৰিটালৈ৷ শিলচৰ চিকিৎসা…

‘নিজক আৰু সাতটা পুৰুষক বদনাম কৰিবলৈ যাৰ ইচ্ছা আছে, তেওঁলোকেহে AIUDFৰ সমৰ্থনত ৰাজ্যসভালৈ…

নিয়মীয়া বার্তা, ৩ মার্চঃ "যাৰ আত্মসন্মান নাই, তেনেকুৱা ব্যক্তিয়েহে এআইইউডিএফৰ সমৰ্থনত ৰাজ্যসভালৈ যাব । যাৰ আত্মসন্মান আছে, তেওঁলোকেনো কিয় এআইইউডিএফৰ সমৰ্থনত ৰাজ্যসভালৈ যাব ।"- বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনা এই বিৰোধীক তীব্ৰ সমালোচনা…

অসমত আইএলপি লাগেনে ? কি ক’লে ড0 হিমন্ত বিশ্ব শৰ্মাই

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ "কোনো দল সংগঠনে অসমত আইএলপিক লৈ প্ৰস্তাৱ আগবঢ়োৱা নাই । অসম হ'ল উত্তৰ-পূবৰ দুৱাৰমুখ, তেন্তে ইয়াত কেনেকৈ ইনাৰ লাইন পাৰ্মিট প্ৰযোজ্য হ'ব ! অসমলৈ যদি ব্যৱসায়- বাণিজ্য কৰিবলৈ মানুহ আহিব নোৱাৰে, তেন্তে অসমত নিৱনুৱাৰ…

১৬ ফেব্রুৱাৰীত কলকাতাত অসম ভৱন উদ্বোধন

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ গড়কাপ্টানী বিভাগে নির্মাণ সম্পূর্ণ কৰা কলকাতাৰ ছল্টলেকস্থিত অসম ভৱনটো ১৬ ফেব্রুৱাৰীত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব৷ ২০.৬৫ কোটি টকা ব্যয়সাপেক্ষে নির্ধাৰিত সময়ৰ ভিতৰত এই…

২০২১ টিকট নাপাব পাৰে মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ! কাৰণটো ক’লে ৰঞ্জিত…

নিয়মীমা বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ ২০২১ ত টিকট নাপাব পাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে । মন্ত্ৰী হিচাপে নহয়, বিধায়ক হিচাপেহে হ'ব মূল্যাংকন । সমষ্টি ভিত্তিত মূল্যাংকন হ'ব…

আলফা(স্বাঃ)ক আলোচনালৈ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ উত্তৰ-পূৱত স্থায়ী শান্তি উভতাই আনি উত্তৰ-পূৱক এক অগ্ৰণী ভূমিকা দিবলৈ প্ৰধানমন্ত্ৰীয়ে আপ্ৰাণ চেষ্টা কৰি আহিছে। উপেন্দ্ৰ নাথ ব্ৰহ্মই দাবী কৰা বড়োলেণ্ড চুক্তিৰ এক সফল সমাপ্তি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত সফল…

শংকৰদেৱ সংঘৰ অধিৱেশনৰ আজি মুকলি সভাত উপস্থিত থাকিব মন্ত্রী হিমন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ শ্রীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বার্ষিক অধিৱেশনখনৰ তৃতীয় দিনা আজি পুৱা নাম–প্রসংগৰ পাছতেই শ্রীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে পতাকা উত্তোলন কৰে ৷ পতাকা উত্তোলন কার্যসূচীৰ অন্তত প্রায় ১৬ কিলোমিটাৰজোৰা…

আঠ হাজাৰ গাড়ীৰে বহু দল–সংগঠনে প্রধানমন্ত্রীৰ সভালৈ মানুহ আনিবঃ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ বড়ো চুক্তিৰ পাছত আজি কোকৰাঝাৰ চহৰৰ সমীপত থকা বিশাল জাংখ্ৰিথাই পথাৰত অনুষ্ঠিত হ'ব লগা জনসভাত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰোন্দ্ৰ মোদী । আজি প্রধানমন্ত্রীৰ সভালৈ বহু দল–সংগঠনে আঠ হাজাৰ গাড়ীৰে মানুহ আনিব৷…

ৰাজ্যত নতুনকৈ নিৰ্মাণ হ’ব ১৯ খন কেন্সাৰ হাস্পতাল

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ আজি ৭২৮ গৰাকী ষ্টাফ নাৰ্ছ আৰু ৪০০ গৰাকী ছাৰ্ভেলেন্স কৰ্মীক নিযুক্তি পত্ৰ প্ৰদান কৰে অসম চৰকাৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সভাত আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে ৰাজ্যচৰকাৰৰ…

ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে কি ব্যৱস্থা লৈছে অসম চৰকাৰে ? ক’লে বিত্তমন্ত্ৰী ড০ শৰ্মাই

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ চীনত ভয়ংকৰ ৰূপ ধাৰণ কৰা ক’ৰোনা ভাইৰাছৰ সংক্রমণ বিশ্বৰ বিভিন্ন দেশলৈ সংক্রমিত হৈছে ৷ লগতে ক’ৰোনা ভাইৰাছৰ সংক্রমণত এতিয়ালৈকে প্ৰায় অৰ্ধ শতাধিক লোকে প্রাণ হেৰুৱাইছে চীনত ৷ পিচে এই মাৰাত্মক ক'ৰোনা ভাইৰাছ সন্দৰ্ভত…