অসম গেছ কোম্পানীৰ অনলাইন পৰ্টেল “মাতৃদ্বীপ” শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী ড০ শৰ্মাই
নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ অসম গেছ কোম্পানী লিমিটেডে মুকলি কৰা অনলাইন আঁচনি "মাতৃদ্বীপ" আজি শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই। আঁচনি উদ্বোধন কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই কয় যে অসম গেছ কোম্পানীয়ে প্ৰাকৃতিক গেছ…