বিহালীৰ অংগনৱাড়ী কেন্দ্ৰত কণ কণ শিশুৰ সৈতে মত-বিনিময় মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ
নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ আজি দিনজুৰা কাৰ্যসূচীৰে বিশ্বনাথ জিলাত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। বিশ্বনাথৰ বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তৰ বাসগৃহত উপস্থিত হোৱাৰ পাছতে বিহালীৰ কালী মন্দিৰ দৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।…