আধুনিক ছাহজাহান ! তাজমহলসদৃশ বাসগৃহ উপহাৰ দিলে পত্নীক
🔹 প্রেমৰ প্রতীক হিচাপে মধ্যপ্রদেশৰ ব্যক্তিয়ে নির্মাণ কৰিলে বিলাসী প্রাসাদ
নিউজ ডেস্ক, ১৭ জুন : প্রেমেই সর্বোচ্চ ! প্রেমৰ বাবে মানুহে কঠিন প্রত্যাহ্বানো সহজতে অতিক্রম কৰিব পাৰে৷ প্রেমৰ পথত নামিয়েই পত্নী মমতাজৰ স্মৃতি যুগমীয়া কৰিবলৈ আগ্রাত…