নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

শুভাংশু শুক্লা -ৰ মহাকাশ যাত্ৰাৰ দিন ২২ জুন ধাৰ্য

শুভাংশু শুক্লা -ৰ মহাকাশ যাত্ৰাৰ দিন ২২ জুন ধাৰ্য নিউজ ডেস্ক, ১৮ জুন : আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ চতুৰ্থটো ব্যক্তিগত মহাকাশচাৰী অভিযান Axiom-4ৰ উৎক্ষেপণৰ সময় ২২ জুন দেওবাৰৰ পূৰ্বে নহয়। লক্ষ্য নিৰ্ধাৰিত উৎক্ষেপণৰ তাৰিখৰ পৰিৱৰ্তনে…

সোণাপুৰত ধনৰ বিনিময়ত অবৈধ পাহাৰ খনন, মুখ্যমন্ত্ৰীৰ নিৰ্দেশক অংগুষ্ঠ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ জুন : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডিমৰীয়াত পাহাৰ খনন বন্ধ কৰা নিৰ্দেশ দিছে। কিন্তু সেই সময়তে মুখ্যমন্ত্ৰীৰ কথা অংগুষ্ঠ প্ৰৰ্দশন কৰি সোণাপুৰৰ মৈৰাকুছিত নিশাৰ আন্ধাৰত চলিছে পাহাৰ খনন। জনৈক বৰ্মন উপাধিৰ বন…

ভাঙিল কালাইন-শিলচৰ সংযোগী দলং, বৰাকসহ ত্ৰিপুৰা-মিজোৰামৰ যাতায়াত বন্ধ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ জুন : বৰাক উপত্যকাৰ যোগাযোগ সম্পূর্ণ বিচ্ছিন্ন। কাছাৰৰ কালাইন-শিলচৰ সংযোগী ভাঙ্গারপাৰ দলং ভাঙি পৰিল নদীত। বুধবাৰে নিশা প্ৰায় ১.৩০ বজাত দুটা অভাৰলোড ট্ৰাক একেলগে দলং পাৰ হোৱাৰ সময়ত সংঘটিত হয় এই ভয়ংকৰ…

ধুবুৰীৰ পিছত লখিমপুৰত নামঘৰৰ সমীপত উদ্ধাৰ গো-মাংস

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ জুন : ধুবুৰীৰ পিছত এইবাৰ লখিমপুৰত ধৰ্মীয় স্থানৰ সমীপত উদ্ধাৰ গো মাংস। ঢকুৱাখনীয়া চিৰিংচুক নামঘৰৰ সমীপত গো মাংস উদ্ধাৰক লৈ চাঞ্চল্য। লখিমপুৰত ধৰ্মীয় স্থানৰ সমীপত গো মাংস উদ্ধাৰক লৈ চাঞ্চল্য। ঢকুৱাখনীয়া চিৰিংচুক…

দিগন্ত বিশ্ব শর্মাক IIT গুৱাহাটীৰ অনুশীলন অধ্যাপক ৰূপে নিযুক্তি

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ জুন : বক্তা, কবি, অনুবাদক তথা সাহিত্য অকাডেমি অনুবাদ বঁটাপ্রাপক ড০ দিগন্ত বিশ্ব শর্মাক আইআইটি গুৱাহাটীৰ চেণ্টাৰ ফৰ ইণ্ডিয়া ন’লেজ ছিষ্টেমৰ অনুশীলন অধ্যাপক হিচাপে নিযুক্তি দিয়া হৈছে৷ যোৱা ১৪ মে’ৰ পৰা কার্যকৰী…

অসমত প্রবল বৃষ্টিপাতৰ আগজাননী, হেল্পলাইন মুকলি

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ জুন : প্রবল অতিবৃষ্টিয়ে ৰাজ্যজুৰি সৃষ্টি কৰিব বিপর্যয়৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ে এই আগজাননী প্রেৰণ কৰিছে৷ আজি আৰু কাইলৈ ৰাজ্যজুৰি বিভিন্ন প্রান্তত ভয়ংকৰ বতাহ–বৰষুণ আহিব বুলি সম্ভাৱনা ব্যক্ত কৰি গৃহ মন্ত্রালয়ে ৰেড…

২০ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত চলিব ইণ্ডিগোৰ ৩খন নতুন বিমান

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ জুন : উজনিৰ লগতে ডিব্রুগড়বাসীলৈ মুখ্যমন্ত্রীৰ উপহাৰ৷ এতিয়াৰে পৰা পুৱাই ডিব্রুগড়ৰ মোহনবাৰীৰ পৰা গুৱাহাটীলৈ উৰা মাৰিব বিমান৷ মুখ্যমন্ত্রীৰ প্রচেষ্টাত এক দীর্ঘদিনীয়া অভাৱ পূৰণ হ’ল৷ ডিব্রুগড়ৰ মুখ্যমন্ত্রীৰ সচিবালয়ত…

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ১৮ জুন, আহাৰ মাহৰ ৩ তাৰিখ বুধবাৰ : তিথি–কৃষ্ণা সপ্তমী, নক্ষত্র : পূর্বভাদ্রপদ, যাত্রা : মধ্যম মেষ : এই ৰাশিৰ জাতক–জাতিকাই বগা কাপোৰ পৰিধান কৰিব৷ বিদ্যার্থীসকলৰ বাবেও ভাল দিনটো৷ ৰাজনৈতিক ক্ষেত্রত উন্নতিৰ যোগ৷ শুভ…

ৰেপিড’ চালকৰ পূর্ণহতীয়া চৰত ছিটিকি পৰিল মহিলা

🔹 বাইকৰ গতিবেগ বঢ়োৱাক লৈ কাজিয়া নিউজ ডেস্ক, ১৭ জুন : গন্তব্যস্থানত উপস্থিত হ’বলৈ ৰেপিড’ বাইক বুক কৰিছিল এগৰাকী মহিলাই৷ মাজপথতে চালকৰ সৈতে কিবা বিষয়ক লৈ কাজিয়া হয় মহিলাগৰাকীৰ৷ অভিযোগ কৰাৰ লগে লগে মহিলাগৰাকীক চৰিয়াবলৈ ধৰে ৰেপিড’চালকে৷…

তেজপুৰত ৰূপকোঁৱৰৰ ১২৩সংখ্যক ওপজা দিন উদযাপন

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ জুন : ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত-কবিতা আৰু নাটকৰ সংলাপেৰে আজি জীপাল হৈ পৰিল তেজপুৰ সাহিত্য সভা ভৱন প্ৰাংগন। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১২৩সংখ্যক ওপজা দিন উপলক্ষে আজি পুৱা তেজপুৰ সাহিত্য সভা ভৱনৰ…