নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

সুদীর্ঘ ২৭ বছৰৰ পিছত শাপমুক্ত দক্ষিণ আফ্রিকা

🔹 কৃষ্ণাংগ অধিনায়কৰ নেতৃত্বত স্বাধীন হ’ল দক্ষিণ আফ্রিকাৰ ক্রিকেট নিউজ ডেস্ক, ১৫ জুন : অৱশেষত শাপমুক্ত হ’ল দক্ষিণ আফ্রিকা৷ এজন কৃষ্ণাংগ অধিনায়কৰ নেতৃত্বত স্বাধীন হ’ল দক্ষিণ আফ্রিকাৰ ক্রিকেট৷ সুদীর্ঘ ২৭ বছৰৰ পাছত দক্ষিণ আফ্রিকাই জয় কৰিলে…

লণ্ডন যাত্রাৰ পূর্বে দুবাৰ টিকট কাটিও বাতিল কৰিছিল বিজয় ৰূপানিয়ে

🔹 অভিশপ্ত বিমানত উঠাৰ কথা নাছিল প্রাক্তন মুখ্যমন্ত্রীৰ ! নিউজ ডেস্ক, ১৫ জুন : আহমেদাবাদৰ ভয়াৱহ বিমান দুর্ঘটনাত এজন যাত্রীৰ জীৱন ৰক্ষা পৰিলেও বিমানত থকা বাকী ২৪১জনৰেই মৃত্যু হৈছে৷ ইয়াৰ ভিতৰত আছিল গুজৰাটৰ প্রাক্তন মুখ্যমন্ত্রী বিজয় ৰূপানিও৷…

গুৱাহাটীত ভাৰত-নিউজিলেণ্ডৰ টি–২০ মেচ

🔹 গুৱাহাটীত ভাৰত-নিউজিলেণ্ডৰ টি–২০ মেচ 🔹 ৰাজ্যৰ ক্রিকেটপ্রেমীৰ বাবে সুখবৰ নিউজ ডেস্ক, ১৫ জুন : ৰাজ্যৰ ক্রিকেটপ্রেমীৰ বাবে এক সুখবৰ৷ অহা বর্ষৰ আৰম্ভণিতে ৰাজ্যবাসীয়ে গুৱাহাটীত উপভোগ কৰিব পাৰিব এখন আন্তঃৰাষ্ট্রীয় টি–২০ মেচ৷ তিনিখন এদিনীয়া…

ধুবুৰীত পুনৰ ৰহস্যজনক দেৱাল লিখন, এজনক আটক

🔹 বাংলাদেশী শক্তিৰ প্ৰৰোচনাত দুষ্কাৰ্য সংঘটিত কৰাৰ সন্দেহ নিয়মীয়া বাৰ্তা, ১৫ জুন : ধুবুৰী চহৰত বিগত ৬ জুনৰ নিশা প্ৰত্যক্ষ কৰা ৰহস্যজনক দেৱাল লিখনৰ ৰহস্য মাৰ নেযাওঁতেই যোৱানিশা চহৰখনত পুনৰ কোনো অজ্ঞাত শক্তিয়ে লিখা দুটাকৈ দেৱাল লিখনে…

যোৰহাটত ২০টা গাঁওপ্রধানৰ পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ১৬ জুন যোৰহাট জিলা আয়ুক্ত কার্যালয়ৰ তৰফৰ পৰা পূব যোৰহাটৰ ২০টা গাঁওপ্রধানৰ খালী পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

মূৰত বটলেৰে মৰিয়াই চাৰি বন্ধুৱে হ*ত্যা কৰিছিল নম্রতাক

🔹 আদ্যশ্রাদ্ধৰ দিনাই পিতৃৰ বিস্ফোৰক অভিযোগ বিশেষ বার্তা, ১৫ জুন : মেঘালয়ৰ নংপোত যোৱা ৪ জুনত নিহত হোৱা অধিবক্তা নম্রতা বৰাক হত্যা কৰা হৈছিল৷ ৪ বন্ধুৱে বটলেৰে মূৰত মৰিয়াই নম্রতাক হত্যা কৰিছিল৷ দুর্ভগীয়া নম্রতাৰ আদ্যশ্রাদ্ধৰ দিনাই কালি এই…

ইন্দোৰৰ ফ্লেটত ১৪ দিন আত্মগোপন স্বামীহন্তা সোনমৰ

🔹 ইন্দোৰৰ ফ্লেটত ১৪ দিন আত্মগোপন স্বামীহন্তা সোনমৰ 🔹 আইএছবিটিত বাছত উঠি কলৈ গৈছিল সোনম 🔹 মেঘালয় আৰক্ষীৰ জেৰাত এটাৰ পিছত আন এটা বিস্ফোৰক স্বীকাৰোক্তি নিউজ ডেস্ক, ১৫ জুন : ৰহস্যৰ ওৰ পৰা নাই চাঞ্চল্যকৰ ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ৷ ইতিমধ্যে…

কেদাৰনাথত দুৰ্ঘটনা -ত পতিত হেলিকপ্টাৰ

🔹 কেদাৰনাথত দুৰ্ঘটনা -ত পতিত হেলিকপ্টাৰ 🔹 গৌৰীকুণ্ডৰ অৰণ্যত পাইলটসহ ৭জন যাত্ৰীৰ মৃত্যু নিউজ ডেস্ক, ১৫ জুন : উত্তৰাখণ্ডৰ এক দুৰ্গম অঞ্চলত আজি এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ পাইলটসহ কমেও ৭জন লোক নিহত হয়। কেদাৰনাথলৈ যোৱাৰ পথত দুৰ্ঘটনাত…

আছাম পেট্র’কেমিকেলছ লিমিটেড -ত ১৭টা পদত চাকৰি

🔹 আছাম পেট্র’কেমিকেলছ লিমিটেড -ত ১৭টা পদত চাকৰি 🔹 আবেদনৰ অন্তিম তাৰিখ ১৬–১৮ জুন আছাম পেট্র’কেমিকেলছ লিমিটেডত কিছুসংখ্যক পদ পূৰণৰ বাবে প্রস্তুতি চলোৱা হৈছে৷

আইৰন ডোম -ৰ দর্পচূর্ণ কৰি ইজৰাইলৰ বক্ষত আঘাত ইৰানৰ

🔹 আইৰন ডোম -ৰ দর্পচূর্ণ কৰি ইজৰাইলৰ বক্ষত আঘাত ইৰানৰ 🔹 মধ্যপ্রাচ্যত ভয়ংকৰ যুদ্ধৰ আশংকা নিউজ ডেস্ক, ১৫ জুন : ভয়াৱহ যুদ্ধৰ জুই জ্বলি উঠিছে মধ্যপ্রাচ্যত৷ ইজৰাইলৰ আক্রমণত ইৰানৰ সেনাৰ মুৰব্বী আৰু ৯গৰাকী পৰমাণু বিজ্ঞানীসহ ৭৮গৰাকী লোক নিহত…