নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

লক্ষ্ণৌ বিমানবন্দৰ-ত ২৫০জন হজ তীৰ্থযাত্ৰী বৃহৎ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা

নিউজ ডেস্ক, ১৬ জুন : আজি পুৱা লক্ষ্ণৌ বিমানবন্দৰ এক বৃহৎ বিমান দুৰ্ঘটনা ৰ পৰা ৰক্ষা পৰে। দৰাচলতে ছৌদি আৰবৰ জেদ্দাৰ পৰা SV 3112 বিমান অৱতৰণ কৰাৰ সময়ত বিমানখনৰ চকাৰ পৰা স্ফুলিংগ আৰু ধোঁৱা ওলাবলৈ ধৰিলে। এই বিমানত প্ৰায় ২৫০জন হজ তীৰ্থযাত্ৰী…

এপেক্স কাউন্সিল সিদ্ধান্ত : ৰঞ্জি ট্রফীৰ ফর্মেট সলনি, মুস্তাক আলীত ছুপাৰ লীগ

নিউজ ডেস্ক, ১৬ জুন : ভাৰতীয় ক্রিকেট ব’ৰ্ডৰ এপেক্স কাউন্সিল-ৰ বৈঠকত কিছু গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়৷ বৈঠকত গ্রহণ কৰা সিদ্ধান্ত অনুসৰি ৰঞ্জি ট্রফী আৰু ছৈয়দ মুস্তাক আলী ট্রফীৰ ফৰ্মেটো কিছু সলনি হ’ব৷ সেই অনুসৰি ৰঞ্জি ট্রফী অনুষ্ঠিত…

ড্রৰে ফিফা ক্লাব বিশ্বকাপ-ত অভিযান আৰম্ভ মেচিৰ

নিউজ ডেস্ক, ১৬ জুন : ফিফা ক্লাব বিশ্বকাপ-ৰ প্রথম মেচখনতে ড্র খেলিবলৈ বাধ্য হ’ল লিঅ’নেল মেচিৰ ইণ্টাৰ মিয়ামীয়ে৷ মিচৰৰ দল আল আহলিৰ সৈতে ড্র খেলি খেলপথাৰ এৰিবলগীয়া হয় মেচিৰ দলটোৱে৷ মেচখনত কোনো এটা দলেই গ’ল দিবলৈ সক্ষম নহ’ল৷ মিয়ামিৰ হার্ড ৰ’ক…

জানক আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ১৬ জুন, আহাৰ মাহৰ ১ তাৰিখ সোমবাৰঃ তিথি–কৃষ্ণা পঞ্চমী, নক্ষত্রঃ ধনিষ্ঠা, যাত্রাঃ শুভ মেষঃ কর্ম আৰু ইচ্ছাশক্তি বৃদ্ধি পাব৷ ভ্রমণত শুভ৷ নিবনুৱাই কর্মসংস্থাপন পোৱাৰ সম্ভাৱনা আছে৷ দাম্পত্যত শুভ৷ বিদ্যাত কিছু খেলিমেলি৷…

২৭ বছৰ পূৰ্বেও ৰক্ষা পৰিছিল ‘11A’ আসনৰ যাত্রী

🔹 আহমেদাবাদৰ দুর্ঘটনাৰ পিছত থাই অভিনেতাৰ পোষ্ট নিউজ ডেস্ক, ১৫ জুন : আহমেদাবাদত ভয়ংকৰ বিমান দুর্ঘটনাত অবিশ্বাস্যভাৱে জীৱন ৰক্ষা পৰিছে ভাৰতীয় বংশোদ্ভৱ ব্রিটিছ নাগৰিক বিশ্বাস কুমাৰ ৰমেশৰ৷ ‘11A’ আসনৰ যাত্রী আছিল ৰমেশ৷ কার্যতঃ ভাইৰেল হৈছে ৰমেশৰ…

ধুবুৰীৰ ৰহস্যজনক দেৱাল লিখন : আটক ভাৰত-বাংলাদেশ সীমান্তৰ বৃদ্ধ

🔹 ধৃত নুৰুল হকে পিন্ধি থকা পাঞ্জাবী কুৰ্তাতো আছে অজানা-ৰহস্যজনক লিখনি নিয়মীয়া বাৰ্তা, ১৫ জুন : ধুবুৰী চহৰৰ ৰহস্যজনক দেৱাল লিখন সন্দৰ্ভত আৰক্ষীয়ে এজন ব্যক্তিক আটক কৰে। ধৃত ব্যক্তিজন ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ভাৰত-বাংলাদেশ সীমান্তৰ…

২০৩১ চনলৈ লণ্ডনতে অনুষ্ঠিত হ’ব ডব্লিউটিচিৰ ফাইনেল

🔹 ৰোহিত শর্মা-পেট কামিনছৰ দাবীক প্রত্যাখ্যান আইচিচিৰ নিউজ ডেস্ক, ১৫ জুন : ২০৩১ চনলৈকে লণ্ডনতে অনুষ্ঠিত হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল মেচ৷ আন্তঃৰাষ্ট্রীয় সংবাদ মাধ্যমৰ প্রতিবেদন অনুসৰি এই সন্দর্ভত ইতিমধ্যে ইংলেণ্ড ক্রিকেট ব’ৰ্ডৰ…

WTC : চেম্পিয়ন দক্ষিণ আফ্রিকাই লাভ কৰিলে ৩০.৭৮ কোটি টকা

🔹 WTC : চেম্পিয়ন দক্ষিণ আফ্রিকাই লাভ কৰিলে ৩০.৭৮ কোটি টকা 🔹 তৃতীয় স্থানত থকা টীম ইণ্ডিয়াই পালে ১২.১৩ কোটি টকা নিউজ ডেস্ক, ১৫ জুন : ডিফেণ্ডিং চেম্পিয়ন অষ্ট্রেলিয়াক পৰাস্ত কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ জিনিলে দক্ষিণ আফ্রিকাই৷ সুদীর্ঘ…

পৰিয়ালক লৈ বিৰক্ত ! ঘৰ–সংসাৰ এৰি গুহাত বাস চীনৰ যুৱকৰ

🔹 বিয়া মানে সময় আৰু ধনৰ অপচয় : হেংচাই 🔹 ছ’চিয়েল মিডিয়াত ছিচুৱানৰ মীন হেংচাইক লৈ ব্যাপক চর্চা নিউজ ডেস্ক, ১৫ জুন : বিয়া, সাংসাৰিক জীৱনক লৈ বিৰক্ত! দিনৰ পিছত দিন ধৰি পৰিয়ালৰ ইচ্ছা পূৰণ কৰিবলৈ গৈ ক্লান্ত৷ ইয়াৰ উপৰি আত্মীয়সকলে কৰিছে…

উত্তৰ–পূর্বাঞ্চল পুলিচ একাডেমী -ত ২২টা পদত চাকৰি

🔹 উত্তৰ–পূর্বাঞ্চল পুলিচ একাডেমী -ত ২২টা পদত চাকৰি 🔹 আবেদনৰ অন্তিম তাৰিখ ১৬ জুলাই ভাৰত চৰকাৰৰ গৃহ মন্ত্রালয়ৰ অধীনস্থ নর্থ–ইষ্টাৰ্ন পুলিচ একাডেমীত কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷