নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

এছএছচিত ৪৩৭টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ২৬ জুন ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্রালয়, বিভাগ তথা সংস্থাত গ্রুপ বিৰ কিছুসংখ্যক পদ পূৰণৰ বাবে আবেদন বিচৰা হৈছে৷

তিনিবাৰলৈ চেষ্টা বিফল, চতুর্থবাৰতহে ৰাজাক হত্যা সোনম গেঙৰ

🔹 ৫ অভিযুক্তৰ স্বীকাৰোক্তিত ‘হনীমুন কাণ্ড’ৰ শিহৰণকাৰী তথ্য বিশেষ বাৰ্তা, ১৪ জুন : সমগ্র দেশ কঁপাই তোলা ইন্দোৰৰ ট্রেন্সপ’ৰ্ট ব্যব্যৱসায়ী ৰাজা ৰঘুবংশীৰ নৃশংস হত্যাকাণ্ড যে প্রেম আৰু বিশ্বাসঘাতকতাৰ এক লোমহর্ষক কাহিনী সেয়া মেঘালয় আৰক্ষীৰ…

বিজে মেডিকেলৰ শিক্ষার্থী–চিকিৎসকসহ নিহত ৫৬

🔹 আহমেদাবাদ ট্রেজেডীত মৃতকৰ সংখ্যা ২৯৭লৈ বৃদ্ধি 🔹 একমাত্র জীৱিত যাত্রী ৰমেশ কুমাৰৰ শিহৰণকাৰী বর্ণনা নিউজ ডেস্ক, ১৪ জুন : দেশৰ অন্যতম শোকাৱহ আহমেদাবাদ বিমান দুর্ঘটনাত মৃতকৰ সংখ্যা ২৯৭লৈ বৃদ্ধি পাইছে৷ ১২ জুনত আহমেদাবাদ চর্দাৰ বল্লভ ভাই…

যুদ্ধ আৰম্ভ ! ইজৰাইলৰ বোমাত বিধ্বস্ত ইৰানৰ নিউক্লিয়াৰ প্রকল্প

🔹 যুদ্ধ আৰম্ভ ! ইজৰাইলৰ বোমাত বিধ্বস্ত ইৰানৰ নিউক্লিয়াৰ প্রকল্প 🔹 ৬ বিজ্ঞানীসহ ইৰানৰ শীর্ষ সেনা বিষয়া নিহত 🔹 ইজৰাইলৰ তেল আভিভত মিছাইলেৰে ইৰানৰ ভয়ংকৰ প্ৰত্যুত্তৰ নিউজ ডেস্ক, ১৪ জুন : ইজৰাইল আৰু ইৰানৰ মাজত প্রত্যক্ষ সংঘাত আৰম্ভ হৈছে৷…

ধুবুৰীত সন্ধিয়া অপৰাধীক ‘শ্বুট এট ছাইট’ৰ নির্দেশ মুখ্যমন্ত্রীৰ

 🔹 হনুমান মন্দিৰত গো–মাংস পেলোৱাৰ পাছতে কঠোৰ ড০ শর্মা 🔹 অহাবাৰ ঈদত মই ধুবুৰীত থাকিম : মুখ্যমন্ত্রী নিয়মীয়া বার্তা, ধুবুৰী, ১৩ জুন : ধুবুৰী চহৰৰ ৩নং ৱার্ডৰ হনুমান মন্দিৰ চৌহদৰ ভিতৰত শেহতীয়াকৈ নিষিদ্ধ মাংস উদ্ধাৰ হোৱা ঘটনা সন্দর্ভত সৃষ্টি…

উৰন্ত কফিন

উৰন্ত কফিন এতিয়া আৰু বিমান যাত্রা লাক্সাৰী পৰিবহণ সেৱা হৈ থকা নাই৷ দূৰণিবটীয়া ভ্রমণৰ বাবে বিমান যাত্রা এতিয়া এক সুলভ যাত্রা৷ যোৱা এটা দশকত ভাৰতৰ দৰে উন্নয়নশীল দেশ এখনতো অভাৱনীয় হাৰত বৃদ্ধি পাইছে বিমানত ভ্রমণ কৰা যাত্রীৰ সংখ্যা৷…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ১৪ জুন, জেঠ মাহৰ ৩০ তাৰিখ শনিবাৰ : তিথি–কৃষ্ণা তৃতীয়া, নক্ষত্র : উত্তৰাষাঢ়া, যাত্রা : নাই মেষ : নানাধৰণৰ চিন্তা থাকিব৷ অৱশ্যে পূর্বতে দিয়া কথাৰ প্রতি বেছি সক্রিয় হোৱা দৰকাৰ৷ আপোনাৰ শুভ বর্ণ বগা৷ বগা ৰং ব্যৱহাৰ কৰিব৷…

নামিবিয়াৰে এদিনীয়া শৃংখলা : দলৰ নেতৃত্বত ৰিয়ান পৰাগ

বিশেষ বাৰ্তা, ১৩ জুন : পাঁচখন এদিনীয়া মেচৰ শৃংখলাত অংশ লোৱাৰ উদ্দেশ্যে নামিবিয়া ভ্রমণ কৰিব অসম ক্রিকেট দলে৷ ২১ জুনৰ পৰা আৰম্ভ হ’বলগীয়া এদিনীয়া শৃংখলাটোৰ বাবে তাৰকা খেলুৱৈ ৰিয়ান পৰাগক অসম দলটোৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে৷ শৃংখলাটো…

ব্রহ্মপুত্র ভেলী ফার্টিলাইজাৰ কর্প’ৰেচনত ভিন্ন বর্গৰ পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ২০ জুন ভাৰত চৰকাৰৰ অধীনস্থ সংস্থা ব্রহ্মপুত্র ভেলী ফার্টিলাইজাৰ কর্পৰেচন লিমিটেডত ভিন্ন বর্গৰ কেইটামান পদ পূৰণ কৰাৰ বাবে প্রস্তুতি চলোৱা হৈছে৷

আমি প্রস্তুত আছোঁ! ইৰানৰ বার্তাৰ পিছতে মধ্যপ্রাচ্যত পৰমাণু যুদ্ধৰ আশংকা

🔹 কৌশলেৰে ইজৰাইল চৰকাৰক সকীয়নি তেহৰান প্রশাসনৰ নিউজ ডেস্ক, ১৩ জুন : ইৰানৰ অৱস্থানে মধ্যপ্রাচ্যত পৰমাণু যুদ্ধৰ আশংকা ঘনীভূত কৰিছে৷ শেহতীয়াকৈ ইৰানৰ পৰা ঘোষণা কৰা হৈছে– ‘আমি প্রস্তুত আছোঁ’৷ পৰহি মাজনিশা ছ’চিয়েল মিডিয়াত ইৰানৰ চৰকাৰী একাউণ্টৰ…