নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

বিবাহত সন্মতি দিও মাতৃক সকীয়াই দিছিল সোনম -এ

🔹 বিবাহত সন্মতি দিও মাতৃক সকীয়াই দিছিল সোনম -এ 🔹 মই ৰাজাৰ সৈতে কি কৰোঁ চাই থাকা, ইয়াৰ পৰিণতি ভুগিব লাগিব 🔹 মা কামাখ্যাৰ দোহাই দি স্বামীক শাৰীৰিক সম্পর্ক স্থাপনত বাধা দিছিল সোনমে নিউজ ডেস্ক, ১২ জুন : বিবাহৰ পূর্বেই স্বামী ৰাজা ৰঘুবংশীৰ…

চীনৰ চৰকাৰী বৈঠক-ত নিষিদ্ধ সুৰা–চিগাৰেট–বিলাসী খাদ্য

চীনৰ চৰকাৰী বৈঠক-ত নিষিদ্ধ সুৰা–চিগাৰেট–বিলাসী খাদ্য নিউজ ডেস্ক, ১২ জুন : চীনৰ সকলো চৰকাৰী আমোলা মিতব্যয়ী হোৱাৰ কঠোৰ নির্দেশ দিছে ৰাষ্ট্রপতি ঝি জিনপিঙে৷ যোৱা মার্চ মাহত জিনয়াঙত এক দলীয় বৈঠকত ৪গৰাকী সতীর্থৰ সৈতে সুৰাপান কৰিছিল চীনৰ এগৰাকী…

NRC-ত ছলে-বলে সোমাইছে সন্দেহযুক্তৰ নাম, মুখ্যমন্ত্রীৰ স্পষ্ট বার্তা

নিয়মীয়া বাৰ্তা, ১২ জুন : ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী NRC ত নাম থাকিলেও বিদেশী বুলি তথ্য লাভ কৰিলে সেই লোকজনক পুছ বেক কৰা হব‌ই। NRC সন্দৰ্ভত বিধানসভাৰ মজিয়াত নিজৰ অসন্তুষ্টি প্ৰকাশ কৰাৰ পিছত পুনৰ NRC সন্দৰ্ভত সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত…

২০২৬ৰ ফিফা বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন ব্ৰাজিলৰ

২০২৬ৰ ফিফা বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন ব্ৰাজিলৰ নিউজ ডেস্ক, ১২ জুন : চাও পাওলোৰ কৰিন্থিয়ানছ এৰেনাত পাৰাগুৱেক ১-০ গ’লত পৰাস্ত কৰি অহা বছৰৰ ফিফা বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় ব্ৰাজিলে। খেলখনৰ ৪৪ মিনিটত ৰিয়েল মাদ্রিদৰ…

ভাৰতীয় মূলৰ প্ৰথম ব্যক্তি আমেৰিকান মেডিকেল এছ’চিয়েচন-ৰ মুৰব্বী নিৰ্বাচিত

ভাৰতীয় মূলৰ প্ৰথম ব্যক্তি আমেৰিকান মেডিকেল এছ’চিয়েচন-ৰ মুৰব্বী নিৰ্বাচিত নিউজ ডেস্ক, ১২ জুন : শ্ৰীনিবাস মুক্কামালা আমেৰিকান মেডিকেল এছ’চিয়েচনৰ সভাপতি হিচাপে নিৰ্বাচিত হয়, তেওঁ এই সংস্থাটোৰ ১৭৮ বছৰীয়া ইতিহাসত নেতৃত্ব দিয়া ভাৰতীয় মূলৰ…

MLC 2025-ৰ পৰা আঁতৰি থাকিব তাৰকা স্পিনাৰ ৰছিদ খান

নিউজ ডেস্ক, ১২ জুন : মেজৰ লীগ ক্ৰিকেট ২০২৫ MLC 2025 আৰম্ভ হোৱাৰ পূৰ্বে আফগানিস্তানৰ স্পিনাৰ ৰছিদ খানে এটা ডাঙৰ সিদ্ধান্ত লৈছে। তেওঁ লীগৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছে, এতিয়া তেওঁক ইয়াত খেলা দেখা নাযাব। এম আই নিউয়ৰ্কৰ দলত তেওঁক…

৬০০ ছোৱালী-ৰ লগত মোৰ সম্পৰ্ক আছিল…’ এগৰাকী ক্ৰিকেটাৰৰ বক্তব্যত আলোড়ন

৬০০ ছোৱালী-ৰ লগত মোৰ সম্পৰ্ক আছিল...' এগৰাকী ক্ৰিকেটাৰৰ বক্তব্যত আলোড়ন নিউজ ডেস্ক, ১২ জুন : ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰসকল বৰ শীতল, তেওঁলোকে সদায় উপভোগ কৰে। তেওঁলোকৰ সংস্কৃতিয়েও তেওঁলোকক এনেদৰে উপভোগ কৰাৰ স্বাধীনতা প্ৰদান কৰে। এটা শ্ব’ত এজন…

আমেৰিকাত বিক্ষোভৰ জুই

আমেৰিকাত বিক্ষোভৰ জুই আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ কঠোৰ প্রব্রজন নীতিক লৈ এতিয়া সমগ্র দেশখন বিক্ষোভৰ জুইত জ্বলিবলৈ ধৰিছে৷ ইতিমধ্যে নির্বাচনত দিয়া প্রতিশ্রুতি অনুসৰি ৰাষ্ট্রপতিৰ ক্ষমতাত আৰোহণ কৰিয়েই ড’নাল্ড ট্রাম্পে আমেৰিকাত…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ১২ জুন জেঠ মাহৰ ২৮ তাৰিখ, বৃহস্পতিবাৰ মেষ : ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম৷ সৰু–সুৰা বিৰোধী কথাত বেছি মন নিদিলে কর্মক্ষেত্রতো শুভ ফল৷ দাম্পত্যত শুভ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ২৷ বৃষ : আর্থিক উন্নতিৰ ক্ষেত্রত যিকোনো…

ভয়াৱহ তাপ দহনৰ কবলত দেশৰ ৬ ৰাজ্য, ৰাজস্থানৰ চহৰত তাপমাত্রা ৪৭ ডিগ্রী

ভয়াৱহ তাপ দহনৰ কবলত দেশৰ ৬ ৰাজ্য, ৰাজস্থানৰ চহৰত তাপমাত্রা ৪৭ ডিগ্রী নিউজ ডেস্ক, ১১ জুন : প্রচণ্ড তাপ দহনৰ গ্রাসত পৰিছে ভাৰত৷ বিশেষকৈ উত্তৰ ভাৰতজুৰি আৰম্ভ হৈছে দেই পুৰি যোৱা গৰম৷ দেশৰ ৬ ৰাজ্যৰ ১৮খন চহৰত ইতিমধ্যে তাপমাত্রাই ৪৫ ডিগ্রী…