আহমেদাবাদত শিৱালী-উত্তৰাখণ্ডত ৰশ্মিতা : ২৪ ঘণ্টাত বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু ২ অসমীয়া জীয়ৰীৰ
আহমেদাবাদত শিৱালী-উত্তৰাখণ্ডত ৰশ্মিতা : ২৪ ঘণ্টাত বহিঃৰাজ্যত ৰহস্যজনক মৃত্যু ২ অসমীয়া জীয়ৰীৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ জুন : ২৪ ঘণ্টাৰ ভিতৰতে দুখন ৰাজ্যত ৰহস্যজনক পৰিস্থিতিত মৃত অৱস্থাত উদ্ধাৰ হৈছে অসমৰ দুগৰাকী যুৱতী।
প্ৰথমটো ঘটনা কালি…