ক’ৰোনা অতিমাৰীতকৈও ভয়াৱহ চীনৰ ‘কৃষি সন্ত্রাস’
🔹 চীনা দম্পতীক গ্রেপ্তাৰৰ পাছতে মার্কিন বিশেষজ্ঞৰ সতর্কবাণী
নিউজ ডেস্ক, ৯ জুন : ক’ৰোনা অতিমাৰীতকৈ ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰে বিশ্ব৷ এই সতর্কবাণী কৰিছে মার্কিন বিজ্ঞানীসকলে৷ শেহতীয়াকৈ ফচল নষ্ট কৰা ভয়াৱহ ভেঁকুৰ আমেৰিকালৈ সৰবৰাহৰ…