নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ট্ৰেনজিট ৰিমাণ্ড-ত শ্বিলঙলৈ সোনম, চেৰাপুঞ্জীৰ পৰা সোনমৰ ইন্দোৰ যাত্ৰাৰ A2Z

ট্ৰেনজিট ৰিমাণ্ড-ত শ্বিলঙলৈ সোনম, চেৰাপুঞ্জীৰ পৰা সোনমৰ ইন্দোৰ যাত্ৰাৰ A2Z নিউজ ডেস্ক, ১১ জুন : ইন্দোৰৰ পৰ্যটক ৰাজা ৰঘুবংশীৰ নৃশংস হত্যাকাণ্ডৰ অন্যতম প্ৰধান সন্দেহযুক্ত তেওঁৰ পত্নী সোনম ৰঘুবংশীক আজি স্থানীয় আদালতত হাজিৰ কৰা হ’ব। ইষ্ট খাছি…

অনিৰ্দিষ্টকাললৈ পিছুৱালে শুভাংশু শুক্লাৰ মহাকাশ অভিযান

অনিৰ্দিষ্টকাললৈ পিছুৱালে শুভাংশু শুক্লাৰ মহাকাশ অভিযান নিউজ ডেস্ক, ১১ জুন : আজি স্পেচএক্সে লিকুইড অক্সিজেন (এল অ’ এক্স) লিক মেৰামতি কৰিবলৈ অতিৰিক্ত সময়ৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ এক্স-৪ অভিযানৰ ফেলকন…

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজিৰ দিনটোৰ ৰাশিফল আজি ১১ জুন, জেঠ মাহৰ ২৭ তাৰিখ বুধবাৰ : তিথি–পূর্ণিমা, নক্ষত্র : জ্যেষ্ঠা, যাত্রা : নাই মেষ : কন্যা সন্তানৰ বিবাহৰ সংযোগ৷ আর্থিকত ভাল বুলি ক’ব পৰা যায়৷ কর্ম স্থানত কিছু অসুবিধা পাব৷ শুভ ৰং হালধীয়া৷…

হানীমুন হত্যা : ৰাজাক হত্যা কৰি ইন্দোৰৰ ৰাজৰ ভাৰাঘৰত আছিল সোনম ৰঘুবংশী

হানীমুন হত্যা : ইন্দোৰলৈ গৈ ৰাজৰে ভাৰাঘৰত আছিল সোনম ৰঘুবংশী নিউজ ডেস্ক, ১০ জুন : ইন্দোৰৰ ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ নতুন নতুন গোপনীয়তা অহৰহ পোহৰলৈ আহিছে। এই হত্যাকাণ্ডৰ ৰহস্য সমাধানৰ বাবে মেঘালয় আৰু ইন্দোৰ আৰক্ষীয়ে একেলগে কাম কৰি আছে।…

অনুৰাগীক স্তম্ভিত কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ নিকোলাছ পুৰাণ-ৰ

অনুৰাগীক স্তম্ভিত কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ নিকোলাছ পুৰাণ-ৰ নিউজ ডেস্ক, ১০ জুন : মাত্ৰ ২৯ বছৰ বয়সতে বিস্ফোৰক বেটিঙৰ বাবে বিখ্যাত তাৰকা বেটছমেন নিকোলাছ পুৰানে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লৈছে। এসময়ত তেওঁ ৱেষ্ট ইণ্ডিজৰ…

প্ৰচণ্ড গৰম : গুৱাহাটীৰ বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি

প্ৰচণ্ড গৰম : মহানগৰৰ বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ জুন : 📌প্ৰচণ্ড গৰম-ৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰৰ বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি। 📌প্ৰাথমিক বিদ্যালয়ৰ সময় পুৱা ৭.৩০ বজাৰ পৰা ১১.৩০ বজালৈ। 📌মাধ্যমিক…

বক্স অফিচত Housefull 5-ৰ হাল্লাবোল : বিশ্বজুৰি হাউছফুল

বক্স অফিচত Housefull 5-ৰ হাল্লাবোল : বিশ্বজুৰি হাউছফুল কমেডী ছবি ‘Housefull 5’ৰ উন্মাদনা দৰ্শকৰ মাজত শিখৰত উপনীত হৈছে। ৬ জুনত ছবিগৃহত মুক্তি পোৱা ছবিখনে প্ৰথম দিনাৰ পৰাই বক্স অফিচত শাসন চলাই আহিছে। অক্ষয় কুমাৰ অভিনীত ছবি ‘হাউছফুল ৫’-এ…

বন্দুক লৈ স্কুলত ছাত্ৰ, গুলীচালনাত নিহত ৯জন, আক্ৰমণকাৰীৰ আ/ত্ম/হত্যা

অষ্ট্ৰিয়াত বন্দুক লৈ স্কুলত ছাত্ৰ, গুলীচালনাত নিহত ৯জন, আক্ৰমণকাৰীৰ আ/ত্ম/হত্যা নিউজ ডেস্ক, ১০ জুন : অষ্ট্ৰিয়াৰ দ্বিতীয় বৃহত্তম চহৰ গ্ৰাজৰ এখন বিদ্যালয়ত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। অষ্ট্ৰিয়া প্ৰেছ এজেন্সীৰ প্ৰতিবেদন অনুসৰি গ্ৰাজ চহৰৰ…

অচিৰেই ‘ আধুনিক পানীবিহীন মহানগৰ ’ হৈ পৰিব কাবুল

🔹 শুকাই আহিছে আফগানিস্তানৰ ৰাজধানীৰ ভূগর্ভস্থ জলস্তৰ নিউজ ডেস্ক, ১০ জুন : এফালে দ্রুত নগৰায়ন, আনফালে জলবায়ু পৰিৱর্তন৷ ইয়াৰ ফলত ভয়াৱহ প্রভাৱ পৰিছে ভূগর্ভৰ জলস্তৰত৷ ইয়াৰ ফলতে অদূৰ ভৱিষ্যতে বিশ্বৰ প্রথম আধুনিক চহৰ হিচাপে ‘পানীবিহীন মহানগৰ’লৈ…

এভাৰেষ্টতকৈ উচ্চ আগ্নেয়গিৰি আৱিষ্কাৰ মঙলৰ বুকুত

🔹 নতুন বিস্ময় ! ৰঙা গ্রহত আগ্নেয়গিৰি ‘আৰছিয়া মনছ’ নিউজ ডেস্ক, ১০ জুন : ৰঙা গ্রহ মঙলক লৈ বিজ্ঞানীসকলে যিমানেই পৰীক্ষা–নিৰীক্ষা আৰম্ভ কৰিছে, সিমানেই বিস্ময়ৰ পাছত বিস্ময়ৰ সন্মুখীন হ’বলগীয়া হৈছে বিজ্ঞানীসকল৷ শেহতীয়াকৈ আমেৰিকান মহাকাশ গৱেষণা…