নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

সত্যজিৎ ৰায় ফিল্ম ইনষ্টিটিউটত চাকৰিৰ সুযোগ

🔹 আবেদনৰ অন্তিম তাৰিখ ৯ জুন কলকাতাৰ সত্যজিৎ ৰায় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটত খালী পদ পূৰণৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

চীনত চিনাক্ত ক’ৰোনাৰ নতুন প্রজাতি

🔹 চীনত চিনাক্ত ক’ৰোনাৰ নতুন প্রজাতি 🔹 পুনৰ বিশ্বজুৰি অতিমাৰীৰ আশংকা 🔹 মৃত্যু হ’ব পাৰে লক্ষ লক্ষ লোকৰ নিউজ ডেস্ক, ৮ জুন : চীনত প্রাদুর্ভাৱ ঘটা ক’ভিড–১৯ৰ সংহাৰী ৰূপত ত্রাসিত বিশ্ববাসীয়ে স্বস্তিৰ নিশ্বাস পাবলৈ সক্ষম হোৱাৰ পাছত পুনৰ চীনত…

১১ বছৰত চৰম দৰিদ্রতাৰ পৰা মুক্ত ২৬.৯ কোটি লোক

🔹 বিশ্ব বেংকৰ প্রতিবেদনত মোদী চৰকাৰক প্রশংসা নিউজ ডেস্ক, ৮ জুন : প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰৰ কার্যকালত অর্থাৎ ১১ বছৰত ২৬.৯ কোটি লোক চৰম দৰিদ্রতাৰ পৰা মুক্ত হৈছে৷ বিশ্ব বেংকৰ প্রতিবেদনত এই তথ্য প্রকাশ পাইছে৷ প্রতিবেদনৰ…

প্ৰাক্তন সেনা জোৱান অমিয় কুমাৰ সিংহৰ আকস্মিক বিয়োগ

🔹 আত্মীয়, অঞ্চলবাসী ৰাইজ, প্ৰাক্তন সেনা জোৱানৰ উপস্থিতিত শেষকৃত্য সম্পন্ন বিশেষ বাৰ্তা, ৮ জুন : বাসুগাঁও ৰাজাচাৰাং নিৱাসী অৱসৰপ্ৰাপ্ত সেনা জোৱান অমিয় কুমাৰ সিংহ আকস্মিকভাৱে ৬৪ বছৰ বয়সত মৃত্যুমুখত পৰে ।‌ পৰিয়ালৰ সদস্যৰ পৰা জানিব পৰা…

ব্রহ্মপুত্র ক্রেকাৰ এণ্ড পলিমাৰ লিমিটেড -ত ২৭টা পদত চাকৰি

🔹 ব্রহ্মপুত্র ক্রেকাৰ এণ্ড পলিমাৰ লিমিটেড -ত ২৭টা পদত চাকৰি 🔹 আবেদনৰ অন্তিম তাৰিখ ১৭ জুন ডিব্রুগড়স্থিত বিচিপিএলত খালী হোৱা কিছুসংখ্যক পদৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

এটা ৰান্ধনী ঘৰতে প্রস্তুত হ’ব ২৫ হাজাৰ ছাত্র–ছাত্রীৰ মধ্যাহ্ণ ভোজন

🔹 মধ্যাহ্ণ ভোজনৰ হিচাপ–নিকাচ এতিয়াৰে পৰা প্রধান শিক্ষকে কৰিব নালাগে : মুখ্যমন্ত্রী বিশেষ বার্তা, ৮ জুন : এদিনীয়া কার্যসূচীৰে নলবাৰীত উপস্থিত হোৱা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি গন্ধিয়াত অক্ষয়পাত্র ফাউণ্ডেচনৰ কেন্দ্রীয় সামূহিক…

ফ্রেন্স অ’পেন -ৰ নতুন সম্রাজ্ঞী ক’ক’ গফ

🔹 ফ্রেন্স অ’পেন -ৰ নতুন সম্রাজ্ঞী ক’ক’ গফ 🔹 পুৰুষ ছিংগলছৰ ছেমিফাইনেলত স্তব্ধ ন’ভাক জক’ভিচ নিউজ ডেস্ক, ৮ জুন : আমেৰিকাৰ ক’ক’ গফে ফ্রেন্স অ’পেনৰ মহিলা শাখাৰ ছিংগলছৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছে৷ কালি অনুষ্ঠিত খিতাপ যুঁজৰ মেচখনত দ্বিতীয়…

কেন্দ্রীয় সংস্থা ইৰকন ইণ্টাৰনেচনেল -ত চাকৰিৰ সুযোগ

🔹 কেন্দ্রীয় সংস্থা ইৰকন ইণ্টাৰনেচনেল -ত চাকৰিৰ সুযোগ 🔹 আবেদনৰ অন্তিম তাৰিখ ১৩ জুন কেন্দ্রীয় ৰে’ল মন্ত্রালয়ৰ অধীনস্থ সংস্থা ইৰকন ইণ্টাৰনেচনেল লিমিটেডত নিযুক্তি দিবলগীয়া কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

টাইপেইত সোণ জিনিলে অসম সন্তান অম্লান বৰগোহাঁই -এ

🔹 টাইপেইত সোণ জিনিলে অসম সন্তান অম্লান বৰগোহাঁই -এ 🔹 ইণ্টাৰনেচনেল অ’পেন এথলেটিকছৰ প্রথম দিনাই ৬ স্বর্ণ ভাৰতৰ নিউজ ডেস্ক, ৮ জুন : টাইপেইত স্বর্ণ জিনি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিলে অসম সন্তান অম্লান বৰগোহাঁয়ে৷ টাইপেই চিটীত চলি থকা টাইৱান…

‘ ইমিগ্রেণ্ট এক্সপেল ’ৰ অধীনত পোনে পোনে বিতাড়ন হ’ব বিদেশী

🔹 ‘ ইমিগ্রেণ্ট এক্সপেল ’ৰ অধীনত পোনে পোনে বিতাড়ন হ’ব বিদেশী 🔹 অবৈধ নাগৰিকক বহিষ্কাৰ সন্দর্ভত মুখ্যমন্ত্রী ড০ শৰ্মাৰ ঘোষণা বিশেষ বাৰ্তা, ৮ জুন : অসমৰ জনগাঁথনিত বিৰূপ প্রভাৱ পেলোৱা তথা দেশৰ সার্বভৌমত্ব–অখণ্ডতাৰ প্রতি তীব্র ভাবুকিৰ কাৰক হৈ…