নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ঢকুৱাখনাত এখন ফুটবল খেলত দেখা গ’ল ৰাইজৰ পাৰ ভগা উছাহ

🔹 অসমত ফুটবল -ক লৈ যেন ঘূৰি আহিছে অতীতৰ উন্মাদনা নিয়মীয়া বার্তা,  ৭ জুন : ৰাজ্যত কমা নাই ফুটবলৰ জনপ্ৰিয়তা। গ্ৰামাঞ্চলত এতিয়াও অব্যাহত আছে ফুটবলৰ উন্মাদনা। অসমৰ ফুটবলক লৈ যেন ঘূৰি আহিছে অতীতৰ উন্মাদনা। ঢকুৱাখনাত কালি অনুষ্ঠিত হোৱা এখন ফুটবল…

মূৰৰ উপৰি নম্রতা -ৰ শৰীৰৰ ভিন্ন স্থানত আঘাতৰ চিহ্ণ

🔹 মূৰৰ উপৰি নম্রতা -ৰ শৰীৰৰ ভিন্ন স্থানত আঘাতৰ চিহ্ণ 🔹 এতিয়াও স্পষ্ট হোৱা নাই মৃত্যুৰ কাৰণ 🔹দীর্ঘদিনে গায়ত্রী বৰাৰে হাতীগাঁৱৰ ফ্লেটত আছিল বিধায়ক পুত্ৰ আনায়াতুল বিশেষ বাৰ্তা, ৮ জুন : ৰহস্যজনক মৃত্যুৰ ৯৬ ঘণ্টা উকলি যোৱাৰ পিছতো স্পষ্ট…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ৮ জুন, জেঠ মাহৰ ২৪ তাৰিখ দেওবাৰ : তিথি–শুক্লা দ্বাদশী, নক্ষত্র : স্বাতী, যাত্রা : নাই মেষ : আজি পুৰণি বন্ধুৰ লগত যোগাযোগ হ’ব পাৰে৷ ব্যৱসায়ত সফলতা ভবা মতে নাপাব৷ ঘৰুৱাত উন্নত পৰিৱেশ গঢ়িব৷ আজি আপুনি পাতল নীলা ৰং…

চীন ভ্রমণলৈ যাব মার্কিন ৰাষ্ট্রপতি ট্রাম্প

🔹বাণিজ্য যুদ্ধৰ মাজতে দুই ৰাষ্ট্রপ্ৰধানৰ টেলিফোনিক বার্তালাপ নিউজ ডেস্ক, ৭ জুন ঃ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রুপতি ড’নাল্ড ট্রাম্পে ঘোষণা কৰা নতুন শুল্ক নীতিক লৈ চীনৰ মাজত চলা বাণিজ্য যুদ্ধই পাছলৈ যুদ্ধবিৰতি হ’লেও দুয়োখন দেশৰ মাজত…

পাকিস্তানৰ দুর্দশা : ১৬ শতাংশ লোক খোৱাৰ পৰাও বঞ্চিত

🔹 পাকিস্তানৰ দুর্দশা : ১৬ শতাংশ লোক দুবেলা খোৱাৰ পৰাও বঞ্চিত 🔹 পৰমাণু শক্তিসম্পন্ন পাকৰ ৪৫ শতাংশই দৰিদ্র : বিশ্ব বেংক নিউজ ডেস্ক, ৬ জুন : পৰমাণু শক্তিসম্পন্ন পাকিস্তানৰ দুর্দশাৰ প্রতিচ্ছবি এখন বিশ্ববেংকৰ প্রতিবেদনত প্রকাশ পাইছে৷ ভাৰতক…

সন্ত্রাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজ

🔹 ৰাজনাথ সিং, কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী সন্ত্রাসবাদ মানৱতাৰ ওপৰত এক প্রচণ্ড আঘাত৷ সভ্য সমাজৰ বাবে সন্ত্রাসবাদ মহামাৰীস্বৰূপ৷ সন্ত্রাসবাদ মূল্যবোধৰ বাবে এক অভিশাপ, ই বিপ্লৱৰ নামত বিপথে পৰিচালিত এক পন্থা আৰু হিংসা পৰিচালিত এক ভ্রান্ত…

চেনাব নৈত বিশ্বৰ সর্বোচ্চ ৰে’লৱে দলং উদ্বোধন প্রধানমন্ত্রী মোদীৰ

📌 পাক সন্ত্রাসবাদীৰ নৰসংহাৰৰ পাছত কাশ্মীৰৰ বিকাশত নতুন যুগৰ সূচনা 📌আইফেল টাৱাৰতকৈও সুউচ্চ দলংখনত আছে অত্যাধুনিক প্রযুক্তিৰ কৌশল নিউজ ডেস্ক, ৭ জুন : কাশ্মীৰৰ চেনাব নদীত বিশ্বৰ সর্বোচ্চ ৰে’লৱে দলং দেশবাসীক অর্পণ কৰিলে প্রধানমন্ত্রী নৰেন্দ্র…

১০ অক্টোবৰত ৰাজ্য চৰকাৰৰ মেগা নিযুক্তি

🔹 ফেচবুক লাইভত মুখ্যমন্ত্রী ড০ শর্মাৰ বৃহৎ ঘোষণা বিশেষ বাৰ্তা, ৭ জুন : ৰাজ্যৰ শিক্ষিত যুৱক–যুৱতীসকললৈ আশাৰ বতৰা কঢ়িয়াই অহা ১০ অক্টোবৰত ৰাজ্য চৰকাৰে দিব মেগা নিযুক্তি৷ ফেচবুক লাইভযোগে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই বৃহৎ ঘোষণা কৰিলে৷…

বাঘ মানৱ

বাঘ মানৱ ইংৰাজীত এশাৰী জনপ্রিয় বাক্য আছে–One Man Army. এজনীয়া সৈন্য বাহিনী৷ অর্থাৎ এজনেই এটা সেনাবাহিনীৰ সমান৷ এই বাক্যশাৰীৰে সাধাৰণতে এজন মানুহৰ অতুলনীয় কর্মদক্ষতা আৰু কর্মসক্ষমতাক বুজোৱা হয়৷ ... কুৰি শতিকাৰ মধ্যভাগলৈ ঘন জংঘল আৰু সেউজ…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ৭ জুন, জেঠ মাহৰ ২৩ তাৰিখ শনিবাৰ : তিথি–শুক্লা দ্বাদশী, নক্ষত্র : চিত্রা, যাত্রা : নাই মেষ : যুক্তিসংগত কথাৰ বাবে আপুনি কিছু কষ্ট অনুভৱ কৰিব৷ কোনো কথাৰ পৰিৱেশত অনাহক চিন্তিত হ’ব পাৰে৷ ঘৰুৱাত বাধা কম৷ শুভ ৰং বগা শুভ…