নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

প্রেমিকৰ দ্বাৰা নিজৰ সন্মুখতে কন্যাক ধর্ষণ হৰিদ্বাৰৰ বিজেপি নেত্রীৰ

নিউজ ডেস্ক, ৬ জুন : উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ বিজেপি নেত্রীৰ বিৰুদ্ধে প্রেমিকৰ জৰিয়তে নিজৰ কন্যাক ধ*র্ষণ কৰোৱাৰ অভিযোগ! ধ*র্ষণত জড়িত আছিল প্রেমিকৰ এজন সহযোগীও৷ অভিযোগ অনুসৰি, মাতৃৰ সন্মুখতে দুয়োজনে ধ*র্ষণ কৰিছিল কিশোৰীক৷ এইক্ষেত্রত মাতৃৰ সন্মতি…

ট্ৰাম্প-মাস্কৰ বন্ধুত্ব ভংগ! টেছলাৰ CEO-এ গঠন কৰিব নতুন দল

ট্ৰাম্প-মাস্কৰ বন্ধুত্ব ভংগ! টেছলাৰ চিইঅ’ৱে গঠন কৰিব নতুন দল নিউজ ডেস্ক, ৬ জুন : আমেৰিকাত ইলন মাস্ক আৰু ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মাজৰ দূৰত্ব গভীৰ খাদত পৰিণত হৈছে। ইয়াৰ আৰম্ভণি হৈছিল যেতিয়া মাস্কৰ ঘনিষ্ঠ সহযোগী জেৰেড আইজাকমেনৰ নাম…

ছত্তিশগড়ত শীর্ষ মাওবাদী নেতা সুধাকৰ নিহত

🔹 ৪০ লাখ টকা আছিল সুধাকৰৰ মূৰৰ মূল্য নিউজ ডেস্ক, ৬ জুন : মাওবাদীবিৰোধী অভিযানত পুনৰ বৃহৎ সফলতা নিৰাপত্তা বাহিনীৰ৷ ছত্তিশগড়ৰ বিজাপুৰত নিৰাপত্তা বাহিনীৰ গুলীত নিহত হৈছে মাওবাদী নেতা নৰ সিংহচলম ওৰফে সুধাকৰ৷ বিজাপুৰৰ ৰাষ্ট্রীয় উদ্যানত…

সুকন্যা : স্বনামধন্য অভিনেত্রী মৃদুলা বৰুৱা-ৰে সাক্ষাৎকাৰ

সুকন্যা : স্বনামধন্য অভিনেত্রী মৃদুলা বৰুৱা-ৰে সাক্ষাৎকাৰ চলচ্চিত্রত অভিনয়ে মোক সুকীয়া পৰিচয় দিলে সাক্ষাৎগ্রহণঃ কুমুদ তালুকদাৰ ফোনঃ ৮৬৩৮৪–১৪৯৫৪ ৭০ৰ দশকৰ পৰা বিগত প্রায় ৪০ বছৰে অসমৰ চলচ্চিত্রৰ অনুৰাগীক সন্মোহিত কৰি ৰাখিছে খ্যাতনামা…

কাশ্মীৰী যুৱকক সামৰিক প্রশিক্ষণ বিএছএফ -ৰ

🔹 কাশ্মীৰী যুৱকক সামৰিক প্রশিক্ষণ বিএছএফ -ৰ 🔹 ‘অপাৰেচন সিন্দূৰ’ৰ পিছতে সীমান্তত বৃহৎ পদক্ষেপ কেন্দ্রীয় চৰকাৰৰ নিউজ ডেস্ক, ৬ জুন : অপাৰেচন সিন্দূৰৰ পিছত পাকিস্তান সীমান্তত নিৰাপত্তা সন্দর্ভত বৃহৎ পদক্ষেপ গ্রহণ কৰিছে কেন্দ্রীয় চৰকাৰে৷…

কামৰূপ জিলা আয়ুক্ত কার্যালয় -ত চাকৰি

🔹 কামৰূপ জিলা আয়ুক্ত কার্যালয় -ত চাকৰি 🔹 আবেদনৰ অন্তিম তাৰিখ ১২ জুন কামৰূপ মহানগৰ জিলা আয়ুক্ত কার্যালয়ত ১টা পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

ইউএছটিএমৰ পাহাৰ খনন : তদন্তৰ বাবে আহিব ছুপ্রিম ক’ৰ্ট -ৰ বিশেষ কমিটী

🔹 ইউএছটিএমৰ পাহাৰ খনন : তদন্তৰ বাবে আহিব ছুপ্রিম ক’ৰ্ট -ৰ বিশেষ কমিটী বিশেষ বাৰ্তা, ৬ জুন : গুৱাহাটীৰ কৃত্রিম বানৰ মূল কাৰণ হিচাপে দেখা দিয়া মেঘালয়ৰ পাহাৰ খননক লৈ এইবাৰ তদন্ত আৰম্ভ কৰিব উচ্চতম ন্যায়ালয়ৰ বিশেষ কমিটীয়ে৷ শেহতীয়াকৈ…

চেনাব নদীত বিশ্বৰ সৰ্বোচ্চ ৰেলৱে দলং উদ্বোধন প্ৰধানমন্ত্ৰীৰ

চেনাব নদীত বিশ্বৰ সৰ্বোচ্চ ৰেলৱে দলং উদ্বোধন প্ৰধানমন্ত্ৰীৰ #WATCH | J&K: Prime Minister Narendra Modi waves the Tiranga as he inaugurates Chenab bridge - the world’s highest railway arch bridge.#KashmirOnTrack (Video: DD)…

ভাৰতীয় বিমান বাহিনী -ত ২৮৪টা পদত চাকৰি

🔹 ভাৰতীয় বিমান বাহিনী -ত ২৮৪টা পদত চাকৰি 🔹 আবেদনৰ অন্তিম তাৰিখ ১ জুলাই ভাৰতীয় বিমান বাহিনীৰ ২০২৬ চনৰ জুলাই মাহত আৰম্ভ হ’বলগীয়া ফ্লাইং ব্রাঞ্চ আৰু গ্রাউণ্ড ডিউটীৰ শাখাত নিয়োগৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

অসমীয়া মুছলমানে লাভ কৰিব স্বকীয় পৰিচয়

🔹 দেশজুৰি হ’বলগীয়া জাতি জনগণনাক লৈ মুখ্যমন্ত্রী ড০ শৰ্মা বিশেষ বাৰ্তা, ৬ জুন : ২০২৭ চনৰ মার্চ মাহৰ পৰা দেশজুৰি আৰম্ভ হ’ব লগা পৰৱর্তী জাতি জনগণনাক লৈ সৃষ্টি হোৱা চর্চাৰ মাজতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জাতি জনগণনাক লৈ প্রতিক্রিয়া…