নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

অসমীয়া মুছলমানে লাভ কৰিব স্বকীয় পৰিচয়

🔹 দেশজুৰি হ’বলগীয়া জাতি জনগণনাক লৈ মুখ্যমন্ত্রী ড০ শৰ্মা বিশেষ বাৰ্তা, ৬ জুন : ২০২৭ চনৰ মার্চ মাহৰ পৰা দেশজুৰি আৰম্ভ হ’ব লগা পৰৱর্তী জাতি জনগণনাক লৈ সৃষ্টি হোৱা চর্চাৰ মাজতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জাতি জনগণনাক লৈ প্রতিক্রিয়া…

পাকিস্তানত বকৰি-ঈদ পালনত নিষেধাজ্ঞা, কুৰবানী দিলেই ৫ লাখ টকা জৰিমনা

পাকিস্তানত বকৰি-ঈদ পালনত নিষেধাজ্ঞা, কুৰবানী দিলেই ৫ লাখ টকা জৰিমনা নিউজ ডেস্ক, ৬ জুন : পাকিস্তানত বসবাস কৰা আহমদিয়া মুছলমান সম্প্ৰদায়ে মহম্মদ আলী জিন্না আৰু মুছলিম লীগক সমৰ্থন কৰি দেশ গঠনত ঐতিহাসিক অৱদান আগবঢ়াইছিল। আজি একেখন দেশতে…

ভাল খবৰ : ঘৰ-গাড়ীকে ধৰি সকলো Loan-EMI হব সস্তা, ৰেপো ৰেট কৰ্তন

ভাল খবৰ : ঘৰ-গাড়ীকে ধৰি সকলো Loan-EMI হব সস্তা, ৰেপো ৰেট কৰ্তন ঋণ লোৱা বা ঋণত ইএমআই দিয়া লোকসকলৰ বাবে এইটো এটা ডাঙৰ সকাহৰ খবৰ। ভাৰতীয় ৰিজাৰ্ভ বেংকে শুকুৰবাৰে বজাৰৰ আশাতকৈ অধিক কৰ্তন কৰিছে ৰেপো ৰেট। ৪ জুনৰ পৰা আৰম্ভ হোৱা আৰ বি আইৰ…

চিমেন চাপৰিত পৰিভ্রমী পক্ষী হ*ত্যা কৰি ইউটিউবত ভিডিঅ’

🔹 বিশ্ব পৰিৱেশ দিৱসৰ দিনাই উন্মোচিত জীৱশ্রেষ্ঠৰ ভয়ংকৰ কাণ্ড নিয়মীয়া বার্তা, জোনাই, ৬ জুন : কালি বিশ্ব পৰিৱেশ দিৱসৰ দিনা প্রকৃতি ৰক্ষাৰ শ্লোগানেৰে সর্বত্র গছপুলি ৰোপণ আদি কার্যসূচী ৰূপায়ণ কৰা হয়৷ কিন্তু এই বিশেষ দিনটোতে পোহৰলৈ আহিছে…

মৰিয়নিত তিনিমহীয়া কেঁচুৱাক কুঁৱালৈ নিক্ষেপ পাষণ্ড পিতৃ-ৰ

মৰিয়নিত তিনিমহীয়া কেঁচুৱাক কুঁৱালৈ নিক্ষেপ পাষণ্ড পিতৃ-ৰ নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ জুন : মৰিয়নিৰ ডালিম চাহ বাগিচাত মৰ্মান্তিক ঘটনা। পিতৃয়ে তিনিমহীয়া কেঁচুৱাক নিক্ষেপ কৰিলে কুঁৱালৈ। মৰিয়নিৰ চেলেংহাটত সংঘটিত হৈছে এক বুকু কঁপি যোৱা মৰ্মান্তিক…

মৰিগাঁৱত ৫টাকৈ চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৬ জুনঃ মৰিগাঁৱত চাইবাৰ অপৰাধী-ৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। মৰিগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) সমীৰণ বৈশ্যৰ নেতৃত্বত অভিযান চলাই ৫টাকৈ চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। লাহৰীঘাটৰ বোৱালগুৰি আৰু কছাৰীবড়ীত…

চিন্নাস্বামীৰ ঘটনাৰ গোচৰত গ্ৰেপ্তাৰ আৰচিবিৰ নিখিল ছ’ছলে, জানক কোন ছ’ছলে

চিন্নাস্বামীৰ ঘটনাৰ গোচৰত গ্ৰেপ্তাৰ আৰচিবিৰ নিখিল ছ’ছলে, জানক কোন ছ’ছলে নিউজ ডেস্ক, ৬ জুন : ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ আই পি এল ট্ৰফী জয়ৰ উদযাপনত ১১জন লোকৰ মৃত্যুৰ পিছতে আৰক্ষীয়ে নিখিল ছ’ছলেক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ পূৰ্বে আৰক্ষীয়ে…

৩০ কিলোগ্ৰামৰ কেক কাটি ২১৩ বছৰীয়া বটবৃক্ষৰ জন্মদিন পালন

৩০ কিলোগ্ৰাম ওজনৰ কেক কাটি বজালীত ২১৩ বছৰীয়া বটবৃক্ষৰ জন্মদিন উদযাপন নিয়মীয়া বাৰ্তা, ৬ জুনঃ এজোপ ২১৩ বছৰীয়া সুবৃহৎ বটবৃক্ষক কেন্দ্ৰ কৰি বজালীৰ জালিখাটাত গঢ় লৈ  উঠিছে পৰ্যটকক আকৰ্ষণ কৰিব পৰা এটি ধৰ্মীয় অনুষ্ঠান৷ বজালীৰ ঐতিহ্যমণ্ডিত…

বাইচাইকেল

বাইচাইকেল পৰিৱেশৰ লগত বাইচাইকেলৰ প্রত্যক্ষ সম্পর্ক নাই যদিও পৰোক্ষভাৱে ইয়াৰ সম্পর্ক অতি বিচার্যৰ বিষয়৷ ২১ শতিকাত মানৱ জাতিয়ে জলবায়ু পৰিৱর্তনৰ ভয়াৱহতা-প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ জীৱাশ্ম ইন্ধনসৃষ্ট সেউজগৃহ গেছ নির্গমনে গোলকীয় উষ্ণতা…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ৬ জুন, জেঠ মাহৰ ২২ তাৰিখ শুকুৰবাৰ : তিথি–শুক্লা একাদশী, নক্ষত্র : হস্তা, যাত্রা : নাই মেষ : ব্যৱসায়ত মধ্যম৷ আকস্মিক সংযোগত সুখ৷ যাত্রা কৰিলে পুৱাবেলা কৰিব আৰু প্রথম যাত্রাটো পূব দিশত কৰিব৷ শুভ ৰং বগা, শুভ সংখ্যা ৬৷…