Browsing Tag
Featured
আজি দিনটোৰ ৰাশিফল
আজি দিনটোৰ ৰাশিফল, আজি ৬ জুন, জেঠ মাহৰ ২২ তাৰিখ
শুকুৰবাৰ : তিথি–শুক্লা একাদশী, নক্ষত্র : হস্তা, যাত্রা : নাই
মেষ : ব্যৱসায়ত মধ্যম৷ আকস্মিক সংযোগত সুখ৷ যাত্রা কৰিলে পুৱাবেলা কৰিব আৰু প্রথম যাত্রাটো পূব দিশত কৰিব৷ শুভ ৰং বগা, শুভ সংখ্যা ৬৷…
আমেৰিকাৰ কৃষি ধ্বংসৰ ষড়যন্ত্র চীনা বিজ্ঞানীৰ
🔹 চীনৰ পৰা ভয়াৱহ ভেঁকুৰ সৰবৰাহ গৱেষক দম্পতীৰ, গ্ৰেপ্তাৰ জিয়ান
নিউজ ডেস্ক, ৫ জুন : আমেৰিকাৰ বিৰুদ্ধে এইবাৰ ভয়ংকৰ অর্থনৈতিক যুদ্ধৰ ষড়যন্ত্র ৰচিছে চীনে! বিশ্বৰ সমৃদ্ধিশালী দেশখনৰ কৃষি অর্থনীতি সম্পূর্ণৰূপে ধ্বংস কৰাৰ বাবে বিষাক্ত ভেঁকুৰ…
লোকপ্ৰিয় বৰদলৈ বিদ্যালয়ৰ ছাত্ৰ সংসদৰ নিৰ্বাচন সম্পন্ন
🔹 বিশ্ব পৰিৱেশ দিৱস পালন : 'গছ ভালপোৱা ককাৰ খং' কবিতা আবৃত্তি
গুৱাহাটী, ৫ জুন : কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী শিক্ষাখণ্ডৰ অন্তৰ্গত মালিগাঁওস্থিত লোকপ্ৰিয় বৰদলৈ বিদ্যালয় এম ইৰ ছাত্ৰ সংসদৰ সাধাৰণ নিৰ্বাচন গণতান্ত্রিক পদ্ধতিৰে আজি অনুষ্ঠিত…
ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰে বাংলাদেশলৈ অবাধে প্ৰেৰণ পশু
🔹 ঈদ-উল-আজহাৰ পূৰ্বে সক্ৰিয় গো-ধন সৰবৰাহকাৰী
নিয়মীয়া বাৰ্তা, ৫ জুন : পূৰ্বৰ দৰেই গতানুগতিকভাৱেই আগন্তুক ঈদ-উল-আজহাৰ পূৰ্বে বৰ্তমান বৃদ্ধি পাইছে অবৈধভাৱে বাংলাদেশলৈ পশুধনৰ সৰবৰাহ। বিগত এসপ্তাহে ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী ধুবুৰী আৰু দক্ষিণ…
অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতি : ২৪ ঘণ্টাত ২জনসহ মুঠ ১৬জনৰ প্ৰাণহানি
নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ জুন : ৰাজ্যৰ বান পৰিস্থিতি কোনো উন্নতি হোৱা নাই। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জাৰি কৰা শেহতীয়া তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত আৰু দুজন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। মুঠৰ ওপৰত ৰাজ্যত বানপানী আৰু ভূমিস্খলনৰ…
এনটিপিচি লিমিটেডত ১৫০টা পদত চাকৰি
🔹 আবেদনৰ অন্তিম তাৰিখ ৯ জুন
এনটিপিচি লিমিটেডত খালী হোৱা কিছুসংখ্যক পদ পূৰণৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷
কৰ্ণাটক চৰকাৰৰ ভুলৰ বাবেই চিন্নাস্বামী ষ্টেডিয়াম-ত মৃত্যুৰ কিৰীলি, জানক সবিশেষ
কৰ্ণাটক চৰকাৰৰ ভুলৰ বাবেই চিন্নাস্বামী ষ্টেডিয়াম-ত মৃত্যুৰ কিৰীলি, জানক সবিশেষ
নিউজ ডেস্ক, ৫ জুন : বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত সংঘটিত হোৱা ভয়াৱহতাত ১১জন লোকে প্ৰাণ হেৰুৱাইছে। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ খিতাপ জয়ৰ পাছত…
আঠ ছেপ্টেম্বৰৰ পৰা আৰম্ভ ভূপেন হাজৰিকা -ৰ বছৰজোৰা জন্ম শতবর্ষ
🔹 এশ বছৰলৈ সুধাকণ্ঠক নৱপ্রজন্মৰ মাজত জীয়াই ৰখাৰ প্ৰয়াস
🔹 আৰম্ভণী কার্যসূচীত অংশ ল’ব প্রধানমন্ত্রীয়ে
বিশেষ বাৰ্তা, ৫ জুন : বিশ্ববন্দিত গণশিল্পী, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপনৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব…
৪০০ কোটিৰে গহপুৰত স্থাপন হ’ব কনকলতা বৰুৱা বিশ্ববিদ্যালয়
🔹 ৪০০ কোটিৰে গহপুৰত স্থাপন হ’ব কনকলতা বৰুৱা বিশ্ববিদ্যালয়
🔹 কেবিনেটৰ গুৰুত্বপূর্ণ সিদ্ধান্ত
বিশেষ বাৰ্তা, ৫ জুন : মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেটে গ্রহণ কৰিলে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত৷ মুখ্যতঃ শ্বহীদ…