নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

একেৰাহে পঞ্চম দিনলৈ হ্ৰাস সোণৰ দাম

একেৰাহে পঞ্চম দিনলৈ হ্ৰাস সোণৰ দাম আজি আপোনাৰ চহৰৰ নতুন হাৰ জানি লওক গুৱাহাটীত আজি ২৪ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯৭,৩১০ টকা। আনহাতে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৯, ২০০ টকা। বিত্তীয় ৰাজধানী মুম্বাইত ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৮৯,৩৪০ টকা…

উত্তৰ ছিকিমত ১০০০ ফুট দত পৰিল পৰ্যটকৰ বাহন, এজন নিহত, ৮ সন্ধানহীন

উত্তৰ ছিকিমত ১০০০ ফুট দত পৰিল পৰ্যটকৰ বাহন, এজন নিহত, ৮ সন্ধানহীন নিউজ ডেস্ক, ৩০ মে' : উত্তৰ ছিকিমৰ চুংথাং আৰু মুনশ্বিথাঙৰ মাজত বৃহস্পতিবাৰে সন্ধিয়া যোৱা পৰ্যটকৰ বাহন এখন প্ৰায় ১০০০ ফুট তীস্তা নদীত ডুব যোৱাৰ পিছত এজন পৰ্যটকৰ মৃত্যু হয়,…

আমাৰ সেনাই তত্ নাপাওঁতেই সেনাৰ ঘাটিত ভাৰতৰ ব্রাহ্ম’ছেৰে আক্রমণ

আমাৰ সেনাই তত্ নাপাওঁতেই সেনাৰ ঘাটিত ভাৰতৰ ব্রাহ্ম’ছেৰে আক্রমণ নিউজ ডেস্ক, ৩০ মে' : পাকিস্তানৰ ভূমিত ভাৰতে ব্রাহ্ম’ছ মিছাইলেৰে আক্রমণ কৰি দেশখনৰ ৰাৱালপিণ্ডি বিমানবন্দৰকে ধৰি কেইবাটাও বায়ুসেনা ঘাটি বিধ্বস্ত কৰা বুলি অকপট স্বীকাৰোক্তি পাক…

আইপিএলৰ ফাইনেলত RCB, প্রথম কোৱালিফায়াৰত পৰাস্ত PBKS

আইপিএলৰ ফাইনেলত RCB, প্রথম কোৱালিফায়াৰত পৰাস্ত PBKS নিউজ ডেস্ক, ৩০ মে' : তিনিবাৰৰ ৰানার্ছআপ RCBয়ে চলিত আইপিএলত প্রথমটো দল হিচাপে ফাইনেলত স্থান সুৰক্ষিত কৰিছে৷ নিউ চণ্ডীগড়ত অনুষ্ঠিত ল’ স্ক’ৰিং প্রথমখন কোৱালিফায়াৰত RCBয়ে পঞ্জাব কিংছক ৮…

জানক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ৩০ মে’, জেঠ মাহৰ ১৫ তাৰিখ শুকুৰবাৰঃ তিথি– শুক্লা চতুর্থী, নক্ষত্রঃ পুনর্ব্বসু, যাত্রাঃ শুভ আজিৰ দিনটোৰ ৰাশিফল মেষঃ শুভ ৰং বগা, সংখ্যা ৩৷ প্রাকৃতিক দুর্যোগত ক্ষতি হ’ব পাৰে৷ যিকোনো কাম কৰিলে সফল হ’ব৷ ব্যৱসায়ত ভাল…

অসমীয়া চুটি ছবি অনসুনী চিঁখেক Cannes Marché du-ত বিপুল সঁহাৰি

অসমীয়া চুটি ছবি অনসুনী চিঁখেলৈ Cannes Marché du-ত বিপুল সঁহাৰি নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ মে' : ড° পাৰ্থসাৰথি মহন্তৰ পৰিচালনাত নিৰ্মিত 'অনসুনী চিঁখে' শীৰ্ষক অসমীয়া চুটি ছবিখনে বিশ্ববিখ্যাত Cannes Film Festival-ৰ লগত সন্মিলিতভাৱে অনুষ্ঠিত…

বিয়াৰ উপহাৰত বোমা পঠিয়াই দৰাক হ*ত্যা

🔹 যাৱজ্জীৱন কাৰাদণ্ড দোষীক : ওড়িশাৰ শিহৰণকাৰী কাণ্ডৰ গোচৰৰ ৰায় আদালতৰ নিউজ ডেস্ক, ২৯ মে’ : বিয়াৰ উপহাৰত বোমা পঠিয়াই নৃশংস হত্যাকাণ্ড৷ ঘটনাৰ ৭ বছৰৰ পিছত মূল অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ নির্দেশ দিলে ওড়িশাৰ আদালতে৷ ইয়াৰ উপৰি দোষীক ৫০ হাজাৰ…

শ্বিলঙত ছাত্ৰীক যৌন নিৰ্যাতন-ৰ ভাইৰেল ভিডিঅ’, আটক অসমৰ হিমান গগৈ

শ্বিলঙত ছাত্ৰীক যৌন নিৰ্যাতন ৰ ভাইৰেল ভিডিঅ', আটক অসমৰ হিমান গগৈ নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ মে' : মেঘালয়ৰ ইষ্ট খাছি হিলছ পুলিচে দুখন ৰাজ্যক সামৰি লোৱা এক উচ্চ অগ্ৰাধিকাৰৰ অভিযানত শ্বিলঙৰ এগৰাকী স্কুলীয়া ছাত্ৰীক সংঘটিত কৰা যৌন নিৰ্যাতনৰ…

দেশজুৰি স্কুলৰ পাঠ্যপুথিত থাকিব ‘অপাৰেচন সিন্দূৰ’ !

নিউজ ডেস্ক, ২৯ মে’ : এইবাৰ স্কুলীয়া পাঠ্যক্রমতো থাকিব অপাৰেচন সিন্দূৰ! এই ইংগিত পোৱা গ’ল কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানৰ মন্তব্যত৷ এক অনুষ্ঠানলৈ গৈ শিক্ষামন্ত্রীগৰাকীয়ে কয় যে ইতিহাসক সঠিকভাৱে তুলি ধৰা উচিত৷ দেশৰ ক্ষমতা বৃদ্ধি হ’ব…

২৪ ঘণ্টাত ১,৪৭৫ ইউক্রেইনী সেনা জোৱান নিহত

🔹 ২৪ ঘণ্টাত ১,৪৭৫ ইউক্রেইনী সেনা জোৱান নিহত 🔹 ডনবাছত ভয়াৱহ আক্রমণ ৰাছিয়াৰ নিউজ ডেস্ক, ২৯ মে’ : ইউক্রেইনত ভয়াৱহ অভিযান অব্যাহত ৰাখিছে ৰাছিয়াই৷ যুদ্ধবিৰতি আৰু শান্তি আলোচনাৰ বাবে আমেৰিকা তথা ইউৰোপীয় দেশসমূহে দুয়োখন দেশক আহ্বান জনাই থকা…