আজি দিনটোৰ ৰাশিফল
আজি ২৯ এপ্রিল, ব’হাগ মাহৰ ১৫ তাৰিখ
মঙলবাৰ : তিথি– শুক্লা দ্বিতীয়া, নক্ষত্র : কৃত্তিকা, যাত্রা : নাই
মেষ : শুভ ৰং হালধীয়া, সংখ্যা ৭৷ পৰিয়ালৰ মাজত মনোমালিন্য হ’ব পাৰে৷ চাকৰিৰ ক্ষেত্রত কিছু সমস্যা আছে৷ অবাবত খৰচ বাঢ়িব৷ সন্তানৰ শুভ৷
বৃষ :…