ক্রয় কৰাৰ পাছতেই দাওদাওকৈ জ্বলিল বিলাসী গাড়ী
🔹 জাপানৰ যুৱকৰ ১০ বছৰীয়া পৰিশ্রমৰ ফল মুহূর্ততে পুৰি ছাই
নিউজ ডেস্ক, ২৬ এপ্রিল : মাখিৰ মূৰৰ ঘি কঢ়াৰ দৰে ন্যূনতম উপার্জনৰ পৰা এটকা–দুটকাকৈ জমা কৰি স্বপ্ণক বাস্তৱ ৰূপ দিছিল এজন যুৱকে৷ প্রায় ১০ বছৰ ধৰি এনেদৰে ধন জমা কৰি আঢ়ৈ কোটি টকাৰে ক্রয়…