নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

পেহেলগামৰ নৰসংহাৰক লৈ ধুবুৰী ত অব্যাহত দল-সংগঠনৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ কাশ্মীৰৰ পেহেলগামৰ নৰসংহাৰৰ ঘটনাক লৈ আজিও ধুবুৰী ত অব্যাহত আছে বিভিন্ন দল-সংগঠন-ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। আজি দুপৰীয়াৰ ভাগত ধুবুৰীত বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত অনুষ্ঠিত হয় ধৰ্ণা কাৰ্যসূচী তথা শ্ৰদ্ধাঞ্জলি…

‘শুল্ক যুদ্ধ’ অৱসানৰ ইংগিত ড’নাল্ড ট্রাম্প-ৰ

নিউজ ডেস্ক, ২৫ এপ্রিল : ‘শুল্ক যুদ্ধ’ অৱসানৰ ইংগিত ড’নাল্ড ট্রাম্প-ৰ। অৱশেষত সুৰ সলনি হৈছে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প-ৰ৷ চীনৰ সৈতে চলি থকা শুল্ক যুদ্ধ-ৰ অৱসান ঘটোৱাৰ বার্তা দিছে মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে৷শেহতীয়াকৈ ড’নাল্ড ট্রাম্প-এ…

পেহেলগাম-ৰ নৰমেধত লস্কৰ–পাক নহয়, ভাৰত জড়িত

নিউজ ডেস্ক, ২৫ এপ্রিল : কাশ্মীৰৰ পেহেলগাম-ৰ নৰমেধ-ত সন্ত্রাসবাদীয়ে ২৬জন পর্যটকক গুলীয়াই হত্যা কৰা ঘটনাক লৈ ভাৰতজুৰি ক্ষোভৰ উদ্গীৰণ ঘটিছে৷ এই পাশৱিক আক্রমণৰ ঘটনাক বিশ্বৰ বিভিন্ন দেশে গৰিহণা দিছে৷ পেহেলগাম-ৰ সেই আক্রমণৰ মাষ্টাৰ মাইণ্ড হিচাপে…

আইপিএল : নিশ্চিত বিদায় ৰাজস্থান ৰয়েলছ-ৰ !

নিউজ ডেস্ক, ২৫ এপ্রিল : ক্রমাগত পঞ্চম পৰাজয়েৰে চলিত আইপিএলৰ পৰা বিদায় প্রায় নিশ্চিত হ’ল ৰাজস্থান ৰয়েলছ-ৰ৷ কালি বেংগালুৰুত অনুষ্ঠিত বিজয় অপৰিহার্য মেচখনত ৰাজস্থান ৰয়েলছ ঘৰুৱা দল ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ হাতত ১১ ৰানত পৰাস্ত হয়৷ মেচখনত বিজয়…

পাক সন্ত্রাসবাদী-এ ভুগিব লাগিব অকল্পনীয় পৰিণাম

🔹 পাক সন্ত্রাসবাদী-ক হুংকাৰ প্রধানমন্ত্রীৰ নিউজ ডেস্ক, ২৫ এপ্রিল : পাক সন্ত্রাসবাদী-ক লৈ দুমুখীয়া নীতি গ্রহণ কৰি থকা সন্ত্রাসবাদৰ পৃষ্ঠপোষক পাকিস্তানক হুংকাৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ পাক সন্ত্রাসবাদীয়ে জম্মু–কাশ্মীৰৰ পেহেলগামত…

নতুন দিল্লীৰ কূটনীতি

নতুন দিল্লীৰ কূটনীতি : ভাৰতীয় ভূমিত সন্ত্রাসবাদী কার্যকলাপত পাকিস্তান প্রত্যক্ষভাৱে জড়িত হৈ থকাটো মুক্ত সত্য কথা৷ বিশেষকৈ জম্মু–কাশ্মীৰত দশক দশক ধৰি পাকিস্তানে সন্ত্রাসবাদীৰ দ্বাৰা অঞ্চলটোৰ পৰিস্থিতি অশান্ত কৰি ৰাখিছে৷ জম্মু–কাশ্মীৰতেই নহয়,…

আজিৰ ৰাশিফল

আজিৰ ৰাশিফল, ২৫ এপ্রিল, ব’হাগ মাহৰ ১১ তাৰিখ শুকুৰবাৰ : তিথি– কৃষ্ণ দ্বাদশী, নক্ষত্র : পূর্বভাদ্রপদ, যাত্রা : শুভ মেষ : পঢ়া–শুনাত বেমেজালিৰ সৃষ্টি হ’ব৷ যাত্রা কৰোঁতে সাৱধান হ’ব৷ সন্তানৰ স্বাস্থ্যক লৈ চিন্তিত৷ কমলা ৰঙৰ বস্ত্র পৰিধান কৰিব৷…

পেহেলগামৰ আক্ৰমণ, সৰ্বদলীয় বৈঠকত চৰকাৰৰ সিদ্ধান্তলৈ সমৰ্থন বিৰোধীৰ

নিউজ ডেস্ক, ২৪ এপ্ৰিলঃ পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত দিল্লীত এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত সকলো পক্ষই এই সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়ে। বৈঠক শেষ হোৱাৰ পাছত কেন্দ্ৰীয়…

কেন্দ্রৰ বিৰুদ্ধে বিতর্কিত মন্তব্য কৰি গ্রেপ্তাৰ বিধায়ক আমিনুল

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ এপ্ৰিলঃ কেন্দ্রৰ বিৰুদ্ধে বিতর্কিত গ্রেপ্তাৰ মন্তব্য কৰি গ্রেপ্তাৰ বিধায়ক আমিনুল। জম্মু–কাশ্মীৰৰ পেহেলগাম ত নিৰীহ পর্যটকৰ ওপৰত সন্ত্রাসবাদীয়ে কৰা নৃশংস আক্রমণক দেশজুৰি জনসাধাৰণে কঠোৰ ভাষাৰে নিন্দা কৰাৰ সময়তে…

গৌতম গম্ভীৰক মৃত্যুৰ ভাবুকি আইছিছ কাশ্মীৰৰ

নিউজ ডেস্ক, ২৪ এপ্রিলঃ গৌতম গম্ভীৰ ক মৃত্যুৰ ভাবুকি আইছিছ কাশ্মীৰৰ। পাক সন্ত্রাসবাদীয়ে পেহেলগামত দেশী–বিদেশী পর্যটকক বর্বৰতাৰে হত্যা কৰাৰ শোক–ক্ষোভৰ মাজতেই ভাৰতীয় ক্রিকেট দলৰ মুখ্য প্রশিক্ষক গৌতম গম্ভীৰক মৃত্যুৰ ভাবুকি জেহাদী সংগঠনৰ৷…