নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

নতুন দিল্লীস্থিত পাকিস্তানী উচ্চায়ুক্ত ৰ কার্যালয়ত নিৰাপত্তা প্রত্যাহাৰ

নিউজ ডেস্ক, ২৪ এপ্রিলঃ নতুন দিল্লীস্থিত পাকিস্তানী উচ্চায়ুক্ত উচ্চায়ুক্ত ৰ কার্যালয়ত নিৰাপত্তা প্রত্যাহাৰ। জম্মু–কাশ্মীৰৰ পেহেলগামত পর্যটকৰ ওপৰত পাক সন্ত্রাসবাদীয়ে বর্বৰ আক্রমণ চলোৱাৰ পাছতেই নতুন দিল্লীস্থ পাকিস্তানী উচ্চায়ুক্ত ৰ কার্যালয়…

পেহেলগাম কাণ্ডৰ ভিন্নধৰ্মী প্ৰতিবাদ ধুবুৰীৰ ৮৯ বছৰীয়া চিত্ৰশিল্পীৰ

নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিলঃ কাশ্মীৰৰ পেহেলগাম নৰসংহাৰৰ এক ব্যতিক্ৰমীধৰ্মী প্ৰতিবাদ আৰম্ভ কৰিছে ধুবুৰীৰ এগৰাকী শিল্পীয়ে। ধুবুৰীত বাটা-গলি বুলি পৰিচিত ঠেক গলি এটাৰ একাষে থকা এখন পকী বেৰত আজি পুৱাৰ পৰা পেহেলগামত সংঘটিত হোৱা ঘটনাৰ কৰুণ…

নাবালিকাক ধৰ্ষণ, গ্ৰেপ্তাৰ ধুবুৰীৰ আব্দুৰ-ময়নাল

নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিলঃ নাবালিকাক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ ধুবুৰী জিলা আয়ুক্তৰ এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীকে ধৰি আন এজন ব্যক্তিক ধুবুৰীৰ গৌৰীপুৰ আৰক্ষীৰ। জানিব পৰা মতে, ভূক্তভোগীৰ পৰিয়ালে দাখিল কৰা এক এজাহাৰৰ ভিত্তিত গৌৰীপুৰ থানাত…

ইংলেণ্ডৰ নিউকাছলত ৰঙালী বিহু উদযাপন, বিশিষ্ট অতিথি মৃণালিনী দেৱী

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ এপ্ৰিলঃ হেঁপাহৰ বিহু ৰঙালী বিহু। ৰাজ্যৰ লগতে ৰঙালী বিহুৱে দেশৰ পৰিধি ভাঙি ইংলেণ্ডৰ নিউকাছল চহৰত থকা অসমীয়া বাসিন্দাসকলে যোৱা ২০ এপ্ৰিলত অসমীয়াৰ বাপতিসাহোন, অসমীয়াৰ হৃদয়ত চিৰপ্ৰৱহমান 'ৰঙালী বিহু'ক সাত…

বেদাংগ ভূষণ বৰুৱাৰ হত্যাৰ মূল অভিযুক্ত আব্দুল নুৰ গুলীবিদ্ধ

বিশেষ বাৰ্তা, ২৪ এপ্ৰিলঃ এদল পাষণ্ডৰ দলবদ্ধ আক্ৰমণত কৰুণ মৃত্যুক সাৱটি লোৱা যোৰহাটৰ বেদাংগ ভূষণ বৰুৱাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আব্দুল নুৰক (ৰিজু) আজি পুৱতি নিশা আৰক্ষীয়ে গুলিবিদ্ধ কৰে। পুৱতি নিশা অভিযুক্ত টোক লৈ যোৰহাট আৰক্ষীয়ে অভিযান…

ৰঙানদীত দিলীপ শইকীয়াৰ পঞ্চায়ত নিৰ্বাচন ৰ প্ৰচাৰ, পেহেলগাম কাণ্ডক গৰিহণা

বিশেষ বাৰ্তা, ২৪ এপ্ৰিল : প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন লৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত  নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ  ৰূপ পাইছে। এইবাৰ  পঞ্চায়ত নিৰ্বাচনত আন দলতকৈ শাসকীয় দলে প্ৰচাৰ অভিযানত আগ্ৰাসী ৰূপত অৱতীৰ্ণ হৈ দলৰ…

ৱাঘা-আটাৰী সীমা বন্ধই বিয়াত আনিলে জটিলতা, হতাশ দৰা

নিউজ ডেস্ক, ২৪ এপ্ৰিলঃ ৱাঘা-আটাৰী সীমান্ত বন্ধই যুগ্ম জীৱনৰ পাতনি মেলাত আনিলে বাধা। কিয়নো পাকিস্তানৰ যুৱতীক বিয়া কৰোৱাৰ বাবে ৰাওনা হোৱাৰ প্ৰাকমুহূৰ্তত সন্ত্ৰাসবাদীৰ নাৰকীয়তাৰ বাবে ভাৰতে পাকিস্তানগামী সকলো পথ তথা সীমা বন্ধ কৰি দিছে। পেহেলগাম…

সিন্ধু নদীৰ পানী বন্ধ কৰিলেই ই যুদ্ধসম : পাক

নিউজ ডেস্ক, ২৪ এপ্ৰিলঃ পানী যুদ্ধ। সিন্ধু নদীৰ পানী বন্ধ কৰিলে ভাৰতে। জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬জন নিৰীহ ভাৰতীয়ক নৃশংসভাৱে হত্যা কৰাৰ পিছত ভাৰতে পাকিস্তানক পাঠ শিকাবলৈ কেইবাটাও ডাঙৰ সিদ্ধান্ত ঘোষণা কৰে। কালি…

ইএছআইচিত ৫৫৮টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ২৬ মে’ কর্মচাৰী ৰাজ্যিক বীমা নিগম (ইএছআইচি)ত ভিন্ন বর্গৰ ৫ শতাধিক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

বাছিলিকালৈ স্থানান্তৰ পোপ ফ্রান্সিছৰ মৃতদেহ

🔹 ২০ হাজাৰ অনুৰাগীৰ উপস্থিতিত খোলা কফিন লৈ শোক সমদল নিউজ ডেস্ক, ২৪ এপ্রিল : কেথলিক খ্রীষ্টানৰ মুৰব্বী পোপ ফ্রান্সিছৰ মৃতদেহ কালি ভেটিকানৰ বাসস্থানৰ পৰা ছেইণ্ট পিটার্ছ বাছিলিকালৈ অনা হয়৷ অনুৰাগীসকলৰ শেষ শ্রদ্ধাৰ বাবে ছেইণ্ট পিটার্ছ…