নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

পাকিস্তানৰ সৈতে ক্রিকেট খেলা বন্ধ কৰক ভাৰতে

🔹 পেহেলগাম কাণ্ডৰ পিছত ভাৰতৰ ক্রীড়া সমাজত ক্রোধ নিউজ ডেস্ক, ২৪ এপ্রিল : পেহেলগামত নিৰীহৰ ওপৰত সংঘটিত ভয়ানক সন্ত্রাসবাদী আক্রমণৰ পিছত শোক প্রকাশ কৰিছে ভাৰতৰ প্রাক্তন আৰু বর্তমানৰ তাৰকা ক্রিকেটাৰসকলে৷ কেইবাগৰাকীও তাৰকা খেলুৱৈয়ে এই আক্রমণক…

ষষ্ঠৰ পৰা তৃতীয় স্থানলৈ উন্নীত মুম্বাই

🔹 ৰোহিতৰ দর্শনীয় ৭০ : পৰাস্ত ছানৰাইজার্ছ নিউজ ডেস্ক, ২৪ এপ্রিল : ষষ্ঠ স্থানৰ পৰা পইণ্ট তালিকাৰ তৃতীয় স্থানলৈ উন্নীত হ’ল পাঁচবাৰৰ চেম্পিয়ন ইণ্ডিয়ানছ৷ চলিত আইপিএলৰ কালি হায়দৰাবাদত অনুষ্ঠিত মেচখনত মুম্বাই ইণ্ডিয়ানছে ছানৰাইজার্ছ হায়দৰাবাদক…

সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি ৰয়েল গ্ল’বেল ইউনিভাৰ্ছিটীত শোকসভা

🔹 কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণ বিশেষ বাৰ্তা, ২৪ এপ্ৰিল : কাশ্মীৰৰ পেহেলগামত ২২ এপ্ৰিলত সন্ত্ৰাসবাদীয়ে চলোৱা বৰ্বৰ হত্যাযজ্ঞত সমগ্ৰ দেশবাসী শোকত ম্ৰিয়মাণ হোৱাৰ লগতে এই জঘন্য কাণ্ডত জড়িতসকলৰ বিৰুদ্ধে উচিত ব্যৱস্থাৰ দাবী…

নিৰাপত্তা সংস্থাই প্রকাশ কৰিলে ৪ সন্ত্রাসবাদীৰ আলোকচিত্র

🔹 পেহেলগামৰ বর্বৰ নৰঘাতকক চিনাক্ত নিউজ ডেস্ক, ২৪ এপ্রিল : জম্মু–কাশ্মীৰৰ মিনি ছুইজাৰলেণ্ডখ্যাত পেহেলগামত পর্যটকক বর্বৰতাৰে হত্যা কৰা নৰঘাতকক চিনাক্ত কৰা হৈছে৷ নিৰাপত্তা সংস্থাই এই নৰসংহাৰ চলোৱা ৪ সন্ত্রাসবাদীৰ ফটো মুকলি কৰি দিছে৷…

৪৮ ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগৰ নির্দেশ পাকিস্তানী নাগৰিকক

🔹 পাকিস্তানী হাই কমিছনৰ উপদেষ্টাক ভাৰত এৰাৰ নির্দেশ 🔹 তিনি সশস্ত্র বাহিনীৰ মুৰব্বীৰে বৈঠক প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ নিউজ ডেস্ক, ২৪ এপ্রিল : মিনি ছুইজাৰলেণ্ডখ্যাত পেহেলগামত সন্ত্রাসবাদীৰ বর্বৰ আক্রমণৰ পিছতে কালি প্রধানমন্ত্রী নৰেন্দ্র…

তেজৰ সলনি তেজ, গুলীৰ প্রত্যুত্তৰ গুলী

🔹 পেহেলগাম বর্বৰতাৰ প্রত্যাঘাত লাগে দেশবাসীক নিউজ ডেস্ক, ২৪ এপ্রিল : কাশ্মীৰৰ পেহেলগামত সন্ত্রাসবাদীৰ বর্বৰতাৰ প্রত্যাঘাত বিচাৰিছে দেশবাসীয়ে৷ নিৰীহই প্রাণ হেৰুওৱাৰ শোকৰ সমান্তৰালকৈ প্রত্যাঘাতৰ ক্ষোভৰ উদ্গীৰণ ঘটিছে দেশত৷ পাক মদতপুষ্ট…

ভূ–স্বর্গত সন্ত্রাসবাদীৰ বর্বৰতা

পুনৰ সন্ত্রাসবাদীৰ নৰমেধ ভূ–স্বর্গ কাশ্মীৰত৷ এইবাৰ পাক মদতপুষ্ট সন্ত্রাসবাদীয়ে নৃশংসভাৱে হত্যা কৰিলে নিৰীহ পর্যটকক৷ বিভিন্ন সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি তিনি–চাৰিজনীয়া সন্ত্রাসবাদীৰ নির্বিচাৰ গুলীচালনাত কাশ্মীৰৰ পেহেলগামৰ ‘মিনি…

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৪ এপ্রিল, ব’হাগ মাহৰ ১০ তাৰিখ বৃহস্পতিবাৰ : তিথি– কৃষ্ণ একাদশী, নক্ষত্র : শতভিষা, যাত্রা : মধ্যম মেষ : পঢ়া–শুনাত বেমেজালিৰ সৃষ্টি হ’ব৷ যাত্রা কৰোঁতে সাৱধান হ’ব৷ সন্তানৰ স্বাস্থ্যক লৈ চিন্তিত৷ কমলা ৰঙৰ বস্ত্র পৰিধান কৰিব৷ শুভ ৰং কমলা,…

PoKত ১১০ৰ পৰা ১৩০টা সন্ত্ৰাসবাদী লঞ্চ পেড, এক্সন প্লেন তৈয়াৰ সেনাৰ

নিউজ ডেস্ক, ২৩ এপ্ৰিলঃ জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে নিৰাপত্তা বাহিনীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। ইফালে, সেনাই PoKত ৪২টা সন্ত্ৰাসবাদী শিবিৰ চিনাক্ত কৰে। প্ৰয়োজন হ’লে এই শিবিৰসমূহ ধ্বংস কৰা হ’ব। ইয়াৰ ভিতৰত ১০…

বিটিচি বিধান পৰিষদীয় ভৱনত বাজেট দাখিল বিটিআৰ চীফ প্ৰমোদ বড়োৰ

ষ্টাফ ৰিপৰ্টাৰ, কোকৰাঝাৰ ২৩ এপ্ৰিল : কোকৰাঝাৰৰ বিটিচি বিধান পৰিষদীয় ভৱনত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বিটিচিৰ বাজেট অধিবেশন। বিটিচি বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োৰ অধ্যক্ষতাত আৰম্ভ বাজেট অধিবেশনৰ প্ৰথম দিনৰ কাৰ্যসূচীত ৩১…