ঘোচ লৈ আৰক্ষীৰ জালত পৰিল বন বিষয়া চৰিফুল ৰহমান
বিশেষ বাৰ্তা, ২৩ এপ্ৰিলঃ গোলাঘাট আঞ্চলিক বন বিভাগৰ বিষয়াই ব্যৱসায়ীৰ পৰা ঘোচ লৈ আৰক্ষীৰ জালত পৰিল। ছৰিফুল ৰহমান নামৰ বন বিষয়াজনে চলে বলে বুদ্ধিৰে বিভিন্নজন ব্যৱসায়ীৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰি আহিছিল। যাৰ ফলত অতিষ্ঠ হৈ ব্যৱসায়ী সকলে…