নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

খিলঞ্জীয়া জাতিৰ নিজস্ব অধিকাৰ-সংৰক্ষণৰ বাবে বৰ্তমানৰ চৰকাৰ বদ্ধপৰিকৰ, ৰঙাপৰাত দিলীপ শইকীয়া 

নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিল : শোণিতপুৰৰ ৬৮নং ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিপৰাৰ ঘোঁৰামাৰীত আজি উপস্থিত হৈ পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ চলায় ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। ঘোঁৰামাৰীৰ বিষ্ণু জ্যোতি ভৱনত আজি বিয়লি ২:৩০…

লাহৰীঘাটত পৃথক অভিযানত ড্ৰাগছ জব্দ, মহিলাসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিল : মৰিগাঁও জিলাৰ লাহৰীঘাটত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। আজি পৃথকে পৃথকে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ মহিলা সৰবৰাহকাৰী সহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ হয়। মৰিগাঁও আৰক্ষীৰ বিশেষ শাখাৰ অভিযানত ধিঙৰআটিত…

জন্মতে নাই দুয়োখন হাত, ভাৰতৰ হৈ খেলাৰ সপোন ৰোহিতৰ অনুৰাগী শিৱমৰ

নিউজ ডেস্ক, ২৩ এপ্ৰিলঃ চেতনা লাভ কৰাৰ পাছতহে ল’ৰাটোৱে বুজি পালে যে তেওঁ বাকীবোৰতকৈ পৃথক৷ কাৰণ তেওঁৰ দুয়োখন হাত নাই৷ তাৰ বাবেই উত্তৰ প্রদেশৰ শিৱম কুমাৰে সৰুৰে পৰা আনে কৰিব পৰা কাম কৰিব নোৱাৰিলে৷ অৱশ্যে তেওঁ হাৰ মনা নাছিল৷ ক্রিকেটৰ বেটখন…

মমতা বেনাৰ্জীক তুষ্টিকৰণৰ ৰাজনীতি নকৰিবলৈ আহ্বান মন্ত্ৰী পীযুষ হাজৰীকাৰ

📌 'মমতা দিদিৰ তুষ্টিকৰণ ৰাজনীতিয়ে হিন্দুসকলক নিজৰ ঘৰ এৰি পলায়ন কৰিবলৈ বাধ্য কৰাইছে’ 📌 পশ্চিমবংগৰ বালিচকৰ ডেবৰাত ড০ ভীমৰাও আম্বেদকাৰ সন্মান সভাত মন্ত্ৰী পীযুষ হাজৰীকাৰ অংশগ্ৰহণ নিয়মীয়া বাৰ্তা ডিজিটেল, ২৩ এপ্ৰিলঃ ৱাকফ বিলক লৈ পশ্চিমবংগত…

সম্পাদকীয় : ডিজিটেল জগতত নতুন প্রজন্ম

ডিজিটেল যুগৰ এই সময়ছোৱাত অসমৰ বহু যুৱক–যুৱতী এই জগতখনৰ লগত জডিত হৈ পৰিছে৷ এচামে ডিজিটেল কণ্টেণ্ট সৃষ্টিৰে অর্থ উপার্জনৰ পথ উলিয়াই লৈছে আৰু এচামে ডিজিটেল মাধ্যমৰ জৰিয়তে ৰাজনৈতিক প্রশ্ণ উত্থাপন কৰিছে, সামাজিক ন্যায়ৰ দাবীৰ এক নতুন ঢ়ৌ আৰম্ভ…

প্ৰিয়জনৰ নামত সেন্দূৰেৰে সেওঁতা ৰঙা কৰা হিমাংশীৰ গাত আজি বগাসাজ, ইউৰোপৰ ভিছা যদি পালেহেঁতেন….

নিউজ ডেস্ক, ২৩ এপ্ৰিলঃ জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকলৰ ভিতৰত এজন নৌসেনাৰ বিষয়াও আছে। লেফটেনেণ্ট বিনয় নৰৱালে মাত্ৰ ৮ দিন আগতে হিমাংশী নৰৱালৰ লগত বিয়া হৈছিল আৰু দুয়ো কাশ্মীৰলৈ গৈছিল হানিমুনলৈ। যদিও তেওঁৰ…

হিন্দু-মুছলমানৰ বিভাজনৰ বাবেই পেহেলগাম কাণ্ড, প্ৰিয়ংকা গান্ধীৰ স্বামী ৰবাৰ্ট ৱদ্ৰাৰ বিতৰ্কিত…

নিউজ ডেস্ক, ২৩ এপ্ৰিলঃ জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে সমগ্ৰ দেশক স্তম্ভিত কৰি তুলিছে। এই আক্ৰমণক শাসক-বিৰোধী দলৰ সকলো নেতাই তীব্ৰ সমালোচনা কৰিছে। ইফালে এই বিষয় সন্দৰ্ভত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ স্বামী ৰবাৰ্ট…

পেহেলগামৰ নাৰকীয়তা, স্থলসেনা-বায়ুসেনা-নৌসেনাক হাইএলাৰ্টত থাকিবলৈ নিৰ্দেশ

নিউজ ডেস্ক, ২৩ এপ্ৰিলঃ জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে শ্ৰীনগৰত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ইয়াৰ পিছত তেওঁ আক্ৰমণৰ স্থান পৰিদৰ্শন কৰে। আনহাতে দিল্লীত চলি আছে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উচ্চ…

ভাৰতীয়ই পাহৰিব নোৱাৰা যন্ত্ৰণাদায়ক সন্ত্ৰাসবাদী আক্ৰমণৰ মৃত লোকৰ তালিকা এনেধৰণৰ

নিউজ ডেস্ক, ২৩ এপ্ৰিলঃ কালি জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে ভাৰতক কেতিয়াও পাহৰিব নোৱাৰা এক যন্ত্ৰণা দিলে। সন্ত্ৰাসবাদীয়ে কাশ্মীৰ উপত্যকাত নিৰ্বিচাৰে গুলীচালনা কৰাৰ ফলত ২৬জন লোকৰ মৃত্যু হয়। একে সময়তে বহু লোকে চিকিৎসালয়ত…

পেহেলগামৰ নিহতৰ পৰিয়াললৈ ১০ লাখকৈ সাহায্য মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ, গুৰুতৰ আহতলৈ ২ লাখ, সামান্য…

নিউজ ডেস্ক, ২৩ এপ্ৰিলঃ জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকলৰ পৰিয়ালক ১০ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা জাৰি কৰা এক বিবৃতিত এই আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা…