ৰাছিয়া-ইউক্রেইন যুদ্ধৰ অৱসান ঘটাবলৈ মধ্যস্থতা নকৰে আমেৰিকাই!
🔹 যুদ্ধবিৰতিত আগ্রহ নাই মস্কো–কিয়েভৰ
নিউজ ডেস্ক, ১৯ এপ্রিল : ৰাছিয়া–ইউক্রেইনৰ মাজত যুদ্ধৰ অৱসান ঘটাবলৈ চেষ্টা চলাইছিল আমেৰিকাই৷ শান্তিৰ পথলৈ উভতি আহিবলৈ চর্তসাপেক্ষে ৰাজীও হৈছিল যুযুধান দুই পক্ষ৷ কিন্তু যুদ্ধবিৰতিৰ প্রতিশ্রুতি যে মাত্র…