ভূপেন বৰাই হৰাৰ ৰণনীতি তৈয়াৰ কৰি আছে, আমি জিকাৰ ৰণনীতি তৈয়াৰ কৰি আছো
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ এপ্ৰিলঃ ভূপেন বৰাই হৰাৰ ৰণনীতি তৈয়াৰ কৰি আছে। নিৰ্বাচনত কংগ্ৰেছ হাৰিলে কি জবাব দিব ভূপেন বৰাই তাৰেই ৰণনীতি তৈয়াৰ কৰি আছে। আমি জিকাৰ ৰণনীতি তৈয়াৰ কৰি আছো।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। আজি ধেমাজি জিলাৰ…