নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ইউনেস্কোৰ বিশ্ব স্মাৰক পঞ্জীয়নত অন্তর্ভুক্ত শ্রীমদ্ভাগৱত গীতা আৰু নাটশাস্ত্রৰ

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ মন্তব্য– ‘আমাৰ জ্ঞান আৰু সমৃদ্ধিশালী সংস্কৃতিৰ আন্তর্জাতিক স্বীকৃতি’

অসম সন্তান ড০ দীপ মেধিলৈ ২০২৫ বর্ষৰ আর্নে জেনছেন জীৱনজোৰা সাধনা বঁটা

আন্তঃৰাষ্ট্রীয় পর্যায়ত পুনৰ সুখ্যাতি কঢ়িয়াবলৈ সক্ষম হৈছে অসম সন্তানে। ট্রেফিক মডেলিং, নিয়ন্ত্রণ আৰু টেলি ট্রেফিক সম্প্রদায়লৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক এই সন্মানেৰে সন্মানিত কৰা হৈছে

মৰাণৰ লিজামণিৰ শিৰত ঐতিহ্যমণ্ডিত লতাশিলৰ বিহু সন্মিলনীৰ বিহু সম্রাজ্ঞীৰ খিতাপ

বিজয়ী প্রতিযোগীগৰাকীক বিহু সম্রাজ্ঞীৰ বেণ্ড, স্থায়ী ৰূপৰ মুকুট, বিহু সম্রাজ্ঞীৰ দণ্ড, নগদ একলাখ ১১ হাজাৰ টকা, দেৱজিৎ দাসৰ পৰিয়ালৰ পৰা ৩০ হাজাৰ টকা, চলন্ত বঁটা, মানপত্র, গামোচা, ফুলৰ তোড়া, ডায়মণ্ড ছেট, ১০গ্রামৰ শোণৰ মুদ্রা, ফ্রীজ, টিভি,…

প্রথমবাৰলৈ ভিন্ন গ্রহত জীৱৰ অস্তিত্বৰ সম্ভাৱনা, পৃথিৱীৰ কক্ষপথৰ পৰা নিলগত কে ২–১৮ বি নামৰ গ্রহৰ…

কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট অৱ এষ্ট্র’নমিৰ বিজ্ঞানী আৰু গৱেষকৰ দল এটাই পৃথিৱীৰ কক্ষপথৰ পৰা নিলগত থকা গ্রহ এটাত জীৱৰ অস্তিত্বৰ উমান পাইছে৷ নাছাৰ জেমছ ৱেব স্পেচ টেলিস্কোপ, চমুকৈ জেডব্লিউএছটিৰ দ্বাৰা গ্রহটোৰ বায়ুমণ্ডলত এনে কিছু উপাদানৰ…

মমতা বেনাৰ্জী বঙালী হিন্দুৰ বাবে ভাবুকিস্বৰূপ, ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা মিঠুন চক্ৰৱৰ্তীৰ

হিমন্ত বিশ্ব শৰ্মাৰ মেৰুদণ্ড অতি শক্তিশালী। তেওঁ এজন মহান মুখ্যমন্ত্ৰী। তেওঁৰ ওপৰত ৰাইজৰ যথেষ্ট আস্থা আছে। ৱাকফ সংশোধনী বিধেয়ক সন্দৰ্ভত বাংলাত সংঘটিত হোৱা ঘটনাক গৰিহণা দাদাৰ

‘এতিয়া মানুহে আৰু কংগ্ৰেছক ভোট নিদিয়ে’, ‘য’ত পঞ্চায়ত নিৰ্বাচন হ’ব তাতেই বিপুল ভোটত জিকিব…

লখিমপুৰৰ লালুকত ৰঙানদী কেন্দ্ৰীয় ৰঙালী মহোৎসৱত মন্ত্ৰী পীযুষ হাজৰীকা, নাৰায়ণপুৰত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাৰ মন্তব্য

CSKৰ পেচাৰ গুৰজাপনীত সিঙৰ আঘাত, দক্ষিণ আফ্ৰিকাৰ যুৱ তাৰকা ডেৱাল্ড ব্ৰেভিছক চুক্তিবদ্ধ

যোৱা বছৰৰ শেষৰ ফালে হোৱা নিলামত ব্ৰেভিছৰ ভিত্তি মূল্য মাত্ৰ ৭৫ লাখ টকা আছিল যদিও চি এছ কেই তেওঁক ২.২ কোটি টকাত চুক্তিবদ্ধ কৰিছে।

আগমনিত যুৱকৰ আত্ম*হত্যাৰ অভিযোগত আৰক্ষী বিষয়া জোনালী দেৱীসহ দুই কনিষ্টবলক ৰিজাৰ্ভ ক্ল’জ

নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিল : আগমনি থানাৰ কেজ ডায়েৰী লিখা দেৱানন্দ দাসে আত্মহত্যা কৰিবলৈ বাধ্য কৰাৰ অভিযোগত থানা খনৰ আৰক্ষী বিষয়া জোনালী দেৱী, আৰক্ষী কনিষ্টবল ক্ৰমে আছিফ আহমেদ আৰু শ্যামল দাসক ৰিজাৰ্ভ ক্লজ কৰিলে ধুবুৰী জিলা আৰক্ষী অধীক্ষকে।…

কলিয়াবৰত কংগ্ৰেছৰ দুই জিলা পৰিষদৰ প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ

চতিয়াল-পুৱথৰীয়া জিলা পৰিষদ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰীতামণি কলিতা আৰু দ্বাৰ-বাগৰি  জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী  যশৱন্ত চৌহানৰ মনোনয়ন প্ৰত্যাহাৰ