নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

দৰঙত পঞ্চায়ত নিৰ্বাচনৰ সৰ্বকালৰ অভিলেখ ভংগ, ২ জিলা পৰিষদসহ ১১২গৰাকী বিনাপ্ৰতিদ্বন্দ্বিতাই বিজয়ী

আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ মঙলদৈ বিধানসভা সমষ্টিৰ ২জন, ছিপাঝাৰ বিধানসভা সমষ্টিৰ ১জন আৰু দলগাওঁ বিধানসভা সমষ্টিৰ ৪জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে। গাওঁ পঞ্চায়তৰ সদস্য পদত মঙলদৈ বিধানসভা সমষ্টিৰ ২৫জনে, ছিপাঝাৰ সমষ্টিৰ ১৪জনে আৰু…

মিছামাৰীৰ গৰুবন্ধাৰ ব্যস্ততাময় পথৰ বিধ্বস্ত ৰূপ

পঞ্চায়ত নিৰ্বাচনত ভোট বিছৰাৰ ক্ষেত্ৰত বিজেপিৰ প্ৰাৰ্থী সকল বিভিন্ন প্ৰশ্ন অৱতাৰণা সন্মুখীনৰ আশংকা, পঞ্চায়ত নিৰ্বাচনত শাসকীয় দলৰ প্ৰাৰ্থীক বেলট পেপাৰৰ জৰিয়তে এসেকা দিবলৈ স্থানীয় ৰাইজ কঁকালত টঙালি বন্ধাৰ অভিযোগ।

স্মাৰ্ট মিটাৰৰ ৰিচাৰ্জ শেষ, পানী-কাৰেণ্টৰ বাবে হাহাকাৰ ভোলানাথ কলেজৰ ছাত্ৰী নিৱাসত!

নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ বিভাগীয় বিদ্যুতৰ লাইন আছে, কিন্তু নাই স্মাৰ্ট মিটাৰৰ ৰিচাৰ্জ। ফলত এক অঘোষিত বন্ধ সদৃশ পৰিৱেশ ছোৱালীৰ ছাত্ৰীবাস। এই নাভূত-নাশ্ৰুত ঘটনা নামনি অসমৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়…

এলিয়েনৰ আক্রমণত পাথৰ হৈছিল ২৩জন ৰাছিয়ান সৈনিক

🔹 মার্কিন গুপ্তচৰ সংস্থা চিআইএৰ প্রতিবেদনক লৈ ব্যাপক চর্চা নিউজ ডেস্ক, ১৮ এপ্রিল : এই ব্রহ্মাণ্ডত পৃথিৱীৰ বাহিৰৰ অন্য গ্রহতো আছে প্রাণীৰ অস্তিত্ব! তাৰ প্রমাণ এই নীল গ্রহতেই আছে! আমেৰিকাই লুকুৱাই ৰাখিছে ভিন্নগ্রহী প্রাণীৰ যান৷ আনকি এলিয়েনৰ…

বিশ্বজুৰি নিজৰ সন্তান ৰাখিব এলন মাস্কে

🔹 বৃহৎ অংকৰ ধনৰ বিনিময়ত বহু মহিলাক প্রস্তাৱ মার্কিন ধনকুবেৰৰ নিউজ ডেস্ক, ১৮ এপ্রিল : ধ্বংস হৈ যাব মানৱ জাতি৷ সেইবাবে নিজৰ সন্তানৰ এক বিশাল বাহিনী গঢ়ি তুলিব বিচাৰিছে মার্কিন ধনকুবেৰ এলন মাস্কে। সূত্রই সদৰী কৰা অনুসৰি একাধিক মহিলাৰ সৈতে…

কাশ্মীৰ পাকিস্তানৰ অংগ ! ভাৰতীয় বাহিনীক ভয় নকৰে ইছলামাবাদ প্রশাসনে

🔹 পাকিস্তানী সেনা মুৰব্বী জেনেৰেল আছিম মুনিৰৰ বিস্ফোৰক মন্তব্য নিউজ ডেস্ক, ১৮ এপ্রিল : আদর্শ আৰু সংস্কৃতিৰ ঐতিহ্যৰ নিৰিখত পাকিস্তানত অৱস্থান উচ্চতৰ বুলি দাবী কৰিলে পাক সেনাপ্রধান জেনেৰেল আছিম মুনিৰে৷ এই তত্ত্ব প্রতিষ্ঠা কৰিবলৈ গৈ মুনিৰে…

ভাৰতত টেছলাৰ প্ৰৱেশ নিশ্চিত! ইলন মাস্কৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

বাৰ্তালাপত ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা প্ৰযুক্তি খণ্ড আৰু ইলন মাস্কৰ কোম্পানীসমূহৰ মাজত ক্ৰমবৰ্ধমান সহযোগিতাৰ প্ৰতিও বিশেষ গুৰুত্ব দিয়া হয়। ৰবীন্দ্ৰনাথ ঠাকুৰৰ "দ্য ক্ৰেচেণ্ট মুন", আৰ.কে. নাৰায়ণৰ "দ্য গ্ৰেট আৰ.কে. নাৰায়ণ সংগ্ৰহ", আৰু…

ছুপ্রিম ক’ৰ্ট হৈ পৰিছে ‘ছুপাৰ পার্লিয়ামেণ্ট’ !

🔹 ৰাষ্ট্রপতিক সময়সীমা বান্ধি দিয়াক লৈ ক্ষুব্ধ ধনখড় নিউজ ডেস্ক, ১৮ এপ্রিল : পুনৰ ন্যায়পালিকাক আক্রমণৰ লক্ষ্য হিচাপে বাছি ল’লে উপ–ৰাষ্ট্রপতি জগদীপ ধনখড়ে৷ উপ–ৰাষ্ট্রপতিগৰাকীয়ে মন্তব্য কৰিছে যে যিধৰণে উচ্চতম ন্যায়ালয়ে আইন সভাত গৃহীত হোৱা…

চৰকাৰী মেডিকেল কলেজ হাস্পতালত ৬২০টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ২৫ এপ্রিল মেডিকেল এণ্ড হেলথ ৰিক্রুইটমেণ্ট ব’ৰ্ড, অসমৰ ফালৰ পৰা অসম মেডিকেল শিক্ষা আৰু গৱেষণা বিভাগৰ অধীনত চৰকাৰী মেডিকেল কলেজ হাস্পতালত ৬ শতাধিক পদ পূৰণৰ বাবে আবেদন বিচৰা হৈছে৷