নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

২৪৫ শতাংশ :চীনৰ বিৰুদ্ধে নজিৰবিহীন শুল্ক

🔹 মার্কিন ৰাষ্ট্রপতি ট্রাম্পৰ ওচৰত শিৰনত নকৰে বেইজিঙে নিউজ ডেস্ক, ১৭ এপ্রিল : আমেৰিকা আৰু চীনৰ শুল্ক যুদ্ধই অধিক জটিল ৰূপ ধাৰণ কৰিছে৷ মার্কিন ৰাষ্ট্রপতি ট্রাম্পৰ একপক্ষীয় শুল্ক বৃদ্ধিক প্রত্যাহ্বান জনাই চীনেও আমেৰিকাৰ সামগ্রীৰ ওপৰত…

ডুবাইত পাকিস্তানীৰ আক্রমণত নিহত ২ ভাৰতীয়

🔹 বেকাৰীত প্রৱেশ কৰি তৰোৱালেৰে আক্ৰমণ নিউজ ডেস্ক, ১৭ এপ্রিল : কর্মসূত্রে ডুবাইলৈ গৈ প্রাণ হেৰুৱালে দুজন ভাৰতীয়ই৷ অভিযোগ অনুসৰি ডুবাইৰ এটা বেকাৰীত কাম কৰাৰ সময়ত তিনিজন ভাৰতীয়ৰ ওপৰত এজন পাকিস্তানী নাগৰিকে আক্রমণ চলায়৷ ইয়াৰ ভিতৰত দুজনৰ মৃত্যু…

প্রাণৰো আপোন চাৰিকড়ীয়াৰ পাৰত পুনৰ জীৱন্ত হৈ উঠিব কথাশিল্পী

🔹 স্মৃতি যাউতিযুগীয়া কৰিবলৈ ঢকুৱাখনাবাসীৰ ব্যতিক্রমী প্রচেষ্টা বিশেষ বাৰ্তা, ১৭ এপ্রিল : হেঁপাহৰ চাৰিকড়ীয়াৰ পাৰত পুনৰ প্রাণ পাই উঠিব বিশিষ্ট সাহিত্যিক–কথাশিল্পী হোমেন বৰগোহাঞি৷ ব্যতিক্রমী ৰচনাশৈলীৰে অসমীয়া সাহিত্যৰ ভঁৰাল টনকিয়াল কৰা…

পৰাজয় সত্ত্বেও ছেমিফাইনেলত প্রৱেশ বার্চিলোনা-পিএছজিৰ

🔹 উৱেফা চেম্পিয়নছ লীগৰ পৰা বাহিৰ ড’ৰ্টমুণ্ড–এষ্টন ভিল্লা নিউজ ডেস্ক, ১৭ এপ্রিল : উৱেফা চেম্পিয়নছ লীগৰ কোৱার্টাৰ ফাইনেলৰ দ্বিতীয় লেগত পৰাস্ত হৈও ছেমিফাইনেলত স্থান সুৰক্ষিত কৰিলে বার্চিলোনাৰ লগতে পেৰিছ ছেইণ্ট জার্মেইনে৷ ড’ৰ্টমুণ্ডত মঙলবাৰে…

প’মোনাৰ অস্থায়ী ষ্টেডিয়ামত ২০২৮ চনৰ অলিম্পিকৰ ক্রিকেট খেল

🔹 সুদীর্ঘ ১২৮ বছৰৰ পিছত পুনৰ অলিম্পিকলৈ ঘূৰি আহিছে ক্রিকেট নিউজ ডেস্ক, ১৭ এপ্রিল : সুদীর্ঘ ১২৮ বছৰৰ পিছত পুনৰ অলিম্পিকলৈ ঘূৰি আহিছে ক্রিকেট৷ ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিক গেমছৰ পাঁচটা নতুন ইভেণ্টৰ ভিতৰত অন্যতম হিচাপে অন্তর্ভুক্ত কৰা হৈছে…

প্রথমবাৰলৈ ছুপাৰ অভাৰ : ৰাজস্থানক হৰুৱাই শীর্ষস্থানলৈ দিল্লী

🔹 চলিত আইপিএলত পৰাজয়ৰ হেটট্রিক সঞ্জু ছেমছন বাহিনীৰ নিউজ ডেস্ক, ১৭ এপ্রিল : প্রথমবাৰলৈ ছুপাৰ অভাৰ৷ চলিত আইপিএলৰ কালি নতুন দিল্লীত অনুষ্ঠিত শ্বাসৰুদ্ধকাৰী মেচখনত দিল্লী কেপিটেলছে ৰাজস্থান ৰয়েলছক ছুপাৰ অভাৰত পৰাস্ত কৰে৷ ছুপাৰ অভাৰত ৰাজস্থানে…

২০২৬ৰ নৱেম্বৰলৈকে অতি শুভ দশা চলি থাকিব মুখ্যমন্ত্রী ড০ শর্মাৰ

🔹 পহিলা ব’হাগত বৰপেটা সত্রৰ বর্ষফল গণনা বিশেষ বাৰ্তা, ১৭ এপ্রিল : ২০২৬ চনৰ নৱেম্বৰলৈকে অতি শুভ দশা চলি থাকিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ শুক্রৰ দশা চলি থকাৰ বাবে বিগত বছৰতকৈ এই বছৰটো তেওঁৰ বাবে সর্বশ্রেষ্ঠ৷ দ্বিতীয়বাৰলৈ…

গ্রেপ্তাৰী পৰোৱানাত চোৰৰ পৰিৱর্তে বিচাৰকৰ নাম

🔹 কর্তব্যত গাফিলতি কৰি নিলম্বিত থানাৰ উপ–পৰিদর্শক নিউজ ডেস্ক, ১৭ এপ্রিল : চোৰ নহয়, বিচাৰকৰ বিৰুদ্ধে জাৰি হ’ল গ্রেপ্তাৰী পৰোৱানা৷ চুৰিৰ অভিযোগত জামিনবিহীন ধাৰাত গ্রেপ্তাৰী পৰোৱানা জাৰি কৰা হ’ল আদালতৰ বিচাৰকৰ বিৰুদ্ধে৷ চোৰ ধৰিব নোৱাৰা বাবে…

মধ্যপ্রাচ্যত যুদ্ধৰ আশংকা

সমগ্র বিশ্বৰ বিৰুদ্ধে নতুন শুল্কনীতি আৰোপ কৰিও নব্বৈ দিনৰ বাবে তাক স্থগিত ৰাখিবলগীয়া হৈছে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ একমাত্র এখন দেশৰ বিৰুদ্ধে ট্রাম্পে ‘শুল্ক বোমা’ আৰোপ কৰিছে৷ ইয়াৰ প্রত্যুত্তৰত সেই দেশখনে আমেৰিকান সামগ্রীৰ ওপৰত…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৭ এপ্রিল, ব’হাগ মাহৰ ৩ তাৰিখ বৃহস্পতিবাৰ : তিথি– কৃষ্ণা চতুর্থী, নক্ষত্র : অনুৰাধা, যাত্রা : নাই মেষ : সর্বদিশত কার্যসিদ্ধি। কোনো সুখবৰ পাব। আনৰ বাবে সময় নষ্ট হ’ব। ভ্রমণত শুভ। শুভ ৰং নীলা, অশুভ– কমলা। শুভ সংখ্যা ৩৷ বৃষ : প্রেমত…