ট্রেভিছ হেড অভিনীত বিজ্ঞাপনক লৈ ক্ষুব্ধ আৰচিবি
🔹 আদালতৰ দ্বাৰস্থ ৰয়েল চেলেঞ্জার্ছ বেংগালুৰু
নিউজ ডেস্ক, ১৮ এপ্রিল : আইপিএলৰ চলিত ছিজনত আশানুৰূপ আৰম্ভণি ঘটাহছে আৰচিবিয়ে৷ এই পর্যন্ত ৬খন মেচৰ ভিতৰত ৪খনত জয়েৰে আৰচিবি আছে পইণ্ট তালিকাৰ তৃতীয় স্থানত৷ প্রতিযোগিতাত এই সফলতাৰ পিছতো আৰচিবিৰ…