নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

অসমৰ ৰাজনীতিত নিজক সকলোতকৈ ক্লীনেষ্ট বুলি ভবা ব্যক্তিজনেই হৈছে প্ৰদ্যুৎ বৰদলৈ

'প্ৰদ্যুৎ বৰদলৈয়ে নিজকে গংগাৰ পৱিত্ৰ পানী বুলি ভাবে, তেওঁ মিনাৰেল ৱাটাৰতকৈও ওপৰত’, 'কংগ্ৰেছ দলে টিকট দিয়াৰ দিনাখনেই তেওঁলোকৰ প্ৰাৰ্থীসকলক দুৰ্নীতিত নিমজ্জিত হোৱাৰ লাইচেন্স দি দিয়ে’ 'কংগ্ৰেছৰ এনে কাৰ্য সুস্থ গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি…

লণ্ডনৰ নেহৰু চেণ্টাৰত মৃদুস্মিতা দাস বৰাৰ সত্ৰীয়া নৃত্য প্ৰদৰ্শন

সত্ৰীয়া পৰম্পৰাৰ নিখুঁততা, কৃপা আৰু গভীৰ বুজাবুজিৰ বাবে পৰিচিত মৃদুস্মিতা দাস বৰাই তেওঁৰ সমষ্টিৰ লগতে পৌৰাণিক কাহিনী আৰু ভক্তিমূলক বিষয়বস্তুৰ চিত্ৰ অংকন কৰি জটিল ফুটৱৰ্ক, প্ৰকাশভংগী অভিনয়, ছন্দময় আড়ম্বৰেৰে দৰ্শকক মোহিত কৰা এক ধাৰাবাহিক…

কন্যা ভ্রূণ হত্যা ! ৩০০ স্বাস্থ্যকেন্দ্রৰ অনুজ্ঞা–পত্র বাতিল

🔹 চাঞ্চল্যকৰ ঘটনা পোহৰলৈ অহাৰ পাছতে কঠোৰ চৰকাৰ নিউজ ডেস্ক, ১২ এপ্রিল : চৰকাৰী নিয়ম অনুসৰি ভ্রূণৰ লিংগ নির্ধাৰণ অবৈধ আৰু শাস্তিযোগ্য অপৰাধ৷ অৱশ্যে এয়া কাগজে–কলমেহে সীমাবদ্ধ৷ আইনক অগ্রাহ্য কৰি হাৰিয়ানাৰ নামী–বেনামী স্বাস্থ্যকেন্দ্রবোৰত চলাই…

বিহাৰ, উত্তৰ প্রদেশত বজ্র–বৃষ্টিত ৮৭জনৰ মৃত্যু

বিহাৰ, উত্তৰ প্রদেশ আৰু ঝাৰখণ্ডত মুষলধাৰ বৃষ্টিপাত আৰু বজ্রপাতে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰে৷ বিভিন্ন স্থানত শিলাবৃষ্টিও হয়৷ দুর্যোগৰ ফলত বিহাৰত কমপক্ষেও ৬৫গৰাকী লোকৰ মৃত্যু হৈছে৷ ৰাজ্যখনৰ নালন্দা জিলাতেই ২২গৰাকী লোকৰ মৃত্যু হৈছে৷

KKRৰ বিৰুদ্ধে ধৰাশায়ী CSK, পৰাজয়ৰ কাৰণ ব্যাখ্যা কৰিলে কেপ্টেইন ধোনীয়ে

পৰাজয়ৰ কাৰণ উল্লেখ কৰি ধোনীয়ে কয় যে দলটোৱে পৰ্যাপ্ত ৰান সংগ্ৰহ কৰিব পৰা নাছিল। মই ভাবো আজি আমি পৰ্যাপ্ত ৰান কৰা নাছিলো। চি এছ কেৰ বেটিং বেয়া হোৱাৰ বাবেই পৰাজয়ৰ কাৰণ হৈ পৰিল।

গুজৰাট টাইটানছত মোক্ষম আঘাত, আইপিএলৰ পৰা বাহিৰ গ্লেন ফিলিপছ

নিউজ ডেস্ক, ১২ এপ্ৰিলঃ আই পি এল ২০২৫ত গুজৰাট টাইটানছৰ আজিৰ মেচ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে আছে। লক্ষ্ণৌত অনুষ্ঠিত হ’ব খেলখন। ইয়াৰ আগতে দলটোৰ বাবে এটা বেয়া খবৰ আহিছে। গুজৰাটৰ তাৰকা অল ৰাউণ্ডাৰ গ্লেন ফিলিপছ আই পি এল ২০২৫ৰ বাহিৰ…

এ ডি পি কলেজত ব্যতিক্ৰমী বিহু অনুষ্ঠান, লোকশিল্পী খগেন গগৈলৈ ‘বিহুগিৰি’ অভিধা

মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ প্ৰায় ২০ খন মান  স্ব-দক্ষতা আৰু অনুপম কৰ্মৰ প্ৰতিফলন ঘটা বিপনীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক পাঠগত তথা বিদ্যায়তনিক দিশৰ সমান্তৰালকৈ ছাত্ৰ ছাত্ৰীৰ দক্ষতা বিকাশৰ প্ৰতিও উৎসাহিত, অনুপ্ৰাণিত…

ঢকুৱাখনা মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে বহুৱালে এখন বিশেষ বজাৰ

বাণিজ্য মেলাখনত শিক্ষার্থীসকলে ঘৰতে উৎপাদিত হোৱা লাও,কচু, বেঙেনা,মাটিমাহ, ৰঙলাও আদি বিভিন্ন শাক-পাচলিৰ লগতে হাতে বোৱা গামোচা, ৰিহা, চাদৰ-মেখেলা, এৰী, চেলেং আদি পৰম্পৰাগত বস্ত্ৰৰ বিক্ৰীৰ ব্যৱস্থা কৰাৰ লগতে বাণিজ্য মেলাৰস্থলীতে পিঠা, লাড়ু…

গুৱাহাটীবাসীক বিশুদ্ধ খোৱাপানী যোগানৰ বাবে তৎপৰ পৌৰ নিগম

পৌৰ নিগমে মহানগৰীৰ ৬০টা ৱার্ডত ধর্মীয় অনুষ্ঠান–প্রতিষ্ঠানক্ ধৰি ৰাজহুৱা অনুষ্ঠানত গুৱাহাটী জলব’র্ডে প্রদান কৰা পানীৰ সংযোগ বিনামূলীয়াকৈ প্রদান কৰিব৷ গুৱাহাটী জলব’ৰ্ডৰ আঁচনিয়ে সাঙুৰি লোৱা অঞ্চলসমূহত প্রথম পর্যায়ত এই সংযোগ প্রদান কৰা হ’ব৷