নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

মার্কিন সামগ্রীত ১২৫ শতাংশ প্রতিশুল্ক আৰোপ

🔹 আমেৰিকাৰ ‘শুল্ক বোমা’ৰ প্রত্যুত্তৰ চীনৰ নিউজ ডেস্ক, ১২ এপ্রিল : চীন–আমেৰিকাৰ মাজত অব্যাহত শুল্ক যুদ্ধ৷ বিশ্বৰ অন্য দেশবোৰৰ ওপৰত আৰোপ কৰা শুল্ক আগন্তুক ৯০ দিনৰ বাবে স্থগিত ৰাখিলেও চীনৰ বিৰুদ্ধে অতিৰিক্ত শুল্ক আৰোপ অব্যাহত ৰাখিছে আমেৰিকাই৷…

২৬/১১ মুম্বাই আক্রমণ : সৌভাগ্যক্রমে প্রাণৰক্ষা পৰিছিল মুখ্যমন্ত্ৰী ড০ শর্মাৰ

🔹 সামাজিক মাধ্যমযোগে সদৰী কৰিলে মুখ্যমন্ত্রীয়ে বিশেষ বাৰ্তা, ১২ এপ্রিল : ২৬/১১ৰ মাষ্টাৰমাইণ্ড তাহাউৰ ৰাণাক ভাৰতলৈ প্রত্যর্পণ কৰাৰ পাছতে পুনৰ মুম্বাই আক্রমণৰ ঘটনা সজীৱ হৈ উঠিছে ৷ ১৬ বছৰ পূর্বে সংঘটিত এই ভয়ানক ঘটনাৰ অভিজ্ঞতাক সুঁৱৰিলে…

অভিলেখ ৰচি ৩৮ দিনতে মেট্রিকৰ ফলাফল, পূর্বতকৈ হ্রাস পালে উত্তীর্ণৰ হাৰ, ছাত্রীক পিছ পেলাই ছাত্রৰ…

নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ এপ্ৰিলঃ শিক্ষার্থী–অভিভাৱকৰ প্রতীক্ষাৰ অন্ত পেলাই ঘোষণা কৰা হ’ল ২০২৫ বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল৷ অসম মাধ্যমিক শিক্ষা ব’ৰ্ড (ছেবা) আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ একত্রিত কৰি অসম ৰাজ্যিক বিদ্যালয়…

৮ উইকেটত জয় KKRৰ, ক্রমাগত পঞ্চম পৰাজয় CSKৰ, ঘৰৰ মাটিতে ধূলিস্যাৎ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ এপ্ৰিলঃ পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে চলিত আইপিএলত ক্রমাগত পঞ্চমটো পৰাজয়ৰ সন্মুখীন হৈছে৷ চেন্নাইত অনুষ্ঠিত ল’ স্ক’ৰিং মেচখনত ঘৰুৱা দল চেন্নায়ে ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডার্ছৰ হাতত আঠ উইকেটত পৰাস্ত…

লোকবিশ্বাসত ব’হাগ বিহু

ব’হাগ বিহু বা ৰঙালী বিহু অসমীয়া জাতিৰ আয়ুসৰেখা৷ বসন্ত কালৰ আগমনৰ লগে লগে সমগ্র অসমত সকলো জাতি–উপজাতিয়ে বিভিন্ন ৰূপত ব’হাগ বিহু উদযাপন কৰে৷ মূলতঃ এই বিহু কৃষিৰ সৈতে জড়িত৷ মাটিৰ উর্বৰতাৰ সৈতে ব’হাগ বিহুৰ এৰাব নোৱাৰা সম্পর্ক আছে বুলি সকলোৱে…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১২ এপ্রিল, চ’ত মাহৰ ২৯ তাৰিখ শনিবাৰ : তিথি– পূর্ণিমা, নক্ষত্র : হস্তা, যাত্রা : শুভ মেষ : অর্থ আগমনত বাধাৰ সৃষ্টি হ’ব পাৰে৷ শুভ কাম আগত লৈ যাত্রা নকৰাই ভাল৷ আপোনাৰ শুভ ৰং মেৰুণ৷ মেৰুণ ৰং ব্যৱহাৰ কৰিব৷ প্রেমত শুভ৷ শুভ সংখ্যা ৮৷ বৃষ :…

৩ এপ্ৰিলত গৃহভূমি জয়পুৰত ৰাজস্থান ৰয়েলছৰ অভিযান, মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাক গ’ল্ডেন টিকট উপহাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ এপ্ৰিলঃ ৰাজস্থান ৰয়েলছে চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ইতিমধ্যে পাঁচখন মেচ খেলিছে যদিও গৃহভূমি জয়পুৰত দলটোৱে অভিযান আৰম্ভ কৰিবলৈ আগ্ৰহৰে অপেক্ষা কৰি আছে৷ ১৩ এপ্ৰিলত দলে চাৱাই মানসিং ষ্টেডিয়ামত আই পি এল-২০২৫ ৰ…

দুৰ্ঘটনাত আহত শালবাৰীৰ সেনা জোৱানৰ মৃত্যু, সামৰিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ পথ দুৰ্ঘটনাত মৃত্যু ভাৰতীয় সেনাত কৰ্মৰত জোৱানৰ। বুধবাৰে বজালীৰ গনকপাৰাত সংঘটিত পথ দুৰ্ঘটনাত আহত বাক্সা জিলাৰ শালবাৰীৰ শৰনীয়া উলুবাৰীৰ সেনা জোৱান ভূপেন বড়োৰ কালি মৃত্যু হয়। প্ৰাপ্য তথ্য অনুসৰি বাক্সা জিলাৰ বৰটাৰীৰ…

ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতি আবেদুৰ জামানক কাৰণ দৰ্শোৱাৰ জাননী এপিচিচিৰ

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটি (এপিচিচি)ৰ উপ-সভাপতি তথা ধুবুৰী জিলা কংগ্ৰেছ কমিটিৰ দায়িত্বত থকা নৃপেন্দ্ৰ ঠাকুৰীয়াই দলটোৰ ধুবুৰী জিলাৰ সভাপতি আবেদুৰ ৰহমান (জুৱেল)ক এখন কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা বুলি জানিব…

দোতমাত পথ দুৰ্ঘটনা, বাছ-মটৰচাইকেলৰ মাজত সংঘটিত দুৰ্ঘটনাত দুজন আহত

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ কোকৰাঝাৰ জিলাৰ দোতমাৰ মাউৰিয়া গাঁৱত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত বাতৰি অনুসৰি কোকৰাঝাৰ জেলৰ পৰা গোসাইগাঁৱলৈ আদালতলৈ অনা নিয়া কৰা আৰক্ষীৰ বাহন আৰু মটৰচাইকেলৰ মাজত সংঘৰ্ষৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো।…