নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ব’ৰুছিয়া ড’ৰ্টমুণ্ডক ৪ গ’ল দি ছেমিৰ দিশে বার্চিলোনা

🔹 চেম্পিয়নছ লীগ : পিএছজিৰ হাতত পৰাস্ত এষ্টন ভিল্লা নিউজ ডেস্ক, ১১ এপ্রিল : বার্চিলোনাই উৱেফা চেম্পিয়নছ লীগৰ ছেমিফাইনেলত প্রৱেশ কৰাৰ আশা সজীৱ কৰি তুলিছে৷ বুধবাৰে নিশা বার্চিলোনাত অনুষ্ঠিত কোৱার্টাৰ ফাইনেলৰ প্রথম লেগৰ মেচখনত ঘৰুৱা দলটোৱে…

৬৪ বছৰত টি–২০ ক্রিকেটত অভিষেক ‘বৃদ্ধা’ চাইল্ডৰ

🔹 বিশ্বৰ দ্বিতীয়গৰাকী বয়োজ্যেষ্ঠ খেলুৱৈ হিচাপে নজিৰ নিউজ ডেস্ক, ১১ এপ্রিল : ৬৪ বছৰ বয়সত টি–২০ আন্তর্জাতিক ক্রিকেটত অভিষেক ঘটাই বিশ্বৰ দ্বিতীয়গৰাকী বয়োজ্যেষ্ঠ খেলুৱৈ হিচাপে নজিৰ গঢ়িলে ‘বৃদ্ধা’ জোয়ানা চাইল্ডে৷ যোৱা ৭ এপ্রিলত নৰৱে’ৰ বিৰুদ্ধে…

ইউক্রেইনৰ বিৰুদ্ধে চীনা যোদ্ধাক ব্যৱহাৰ পুটিনৰ

🔹 কিয়েভৰ চাঞ্চল্যকৰ দাবী : বন্দী চীনা নাগৰিকৰ ছবি মুকলি ৰাষ্ট্রপতি জেলেনস্কীৰ নিউজ ডেস্ক, ১১ এপ্রিল : নামত চর্তসাপেক্ষে যুদ্ধবিৰতিত সন্মতি জনাইছে ৰাছিয়া আৰু ইউক্রেইনে৷ কিন্তু যুদ্ধৰ অৱসান ঘটোৱাৰ কোনো পদক্ষেপ গ্রহণ কৰা নাই৷ যুদ্ধক্ষেত্রত…

HSLCৰ ফলাফল ঘোষণা, শীৰ্ষ তিনিত আমিষী, সপ্তৰ্ষ, অনিৰ্বাণ, উত্তীৰ্ণৰ হাৰ ৬৩.৯৮ শতাংশ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ এপ্ৰিলঃ আজি বহু চৰ্চাৰ অন্তত ঘোষণা হল। আজি ঘোষণা কৰা মেট্ৰিকৰ ফলাফল অনুসৰি প্ৰথম বিভাগত ৮৯,০৪১, দ্বিতীয় বিভাগত ১,৩৫,৫৬৮ আৰু তৃতীয় বিভাগ ৪৫, ৮৬২গৰাকী উত্তীৰ্ণ হৈছে। এইবাৰৰ মেট্ৰিকত উত্তীৰ্ণৰ হাৰ ৬৩.৯৮ শতাংশ।…

ঘাঁহ খাবলৈ বৈদ্যুতিক তাঁৰ বগালে ছাগলীয়ে

🔹 ছ’চিয়েল মিডিয়াত আশ্চর্যজনক ঘটনাৰ ভিডিঅ’ ভাইৰেল নিউজ ডেস্ক, ১১ এপ্রিল : সাধু কথা নহয়৷ গৰু–ছাগলীয়ে গছত উঠিব নোৱাৰে বুলি সকলোৰে জ্ঞাত৷ কিন্তু বাস্তৱত ইয়াৰ ওলোটা ঘটনা দেখিবলৈ পোৱা গ’ল৷ এটা ছাগলীয়ে বিদ্যুতৰ খুঁটা বগাই তাঁৰত ওলমি থকা ঘাঁহ খালে…

অসম অভিযান্ত্রিক সেৱাত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ২২ এপ্রিল অসম চৰকাৰৰ অভিযান্ত্রিক খণ্ডত সহকাৰী অধ্যাপকৰ পদ পূৰণৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

ঢোল–পেঁপাৰ শবদত ৰজনজনাইছে ৰাজ্য

🔹 বাপতিসাহোন ৰঙালী বিহুলৈ মাজত মাথোঁ দুটা দিন বিশেষ বাৰ্তা, ১১ এপ্রিল : ঢোলৰ গুমগুমনি, পেঁপাৰ টিহিটি টিহিটি মাতেৰে ৰজনজনাইছে ৰাজ্য৷ শদিয়াৰ পৰা ধুবুৰীলৈ এতিয়া মাথোঁ সীমাহীন ব্যস্ততা৷ বাপতিসাহোন ৰঙালী বিহুলৈ মাজত মাথোঁ দুটা দিন৷ জাতীয় জীৱনৰ…

বিশেষ বিমানেৰে দিল্লীলৈ আনি তাহাউৰ ৰাণাক গ্রেপ্তাৰ ‘নিয়া’ৰ

🔹 শিহৰণকাৰী মুম্বাই আক্রমণৰ মূল ষড়যন্ত্রকাৰী নিউজ ডেস্ক, ১১ এপ্রিল : শিহৰণকাৰী ২৬/১১ৰ মুম্বাই আক্রমণৰ মূল ষড়যন্ত্রকাৰী পাকিস্তানী মূলৰ কানাডাৰ নাগৰিক তাহাউৰ ৰাণাক কালি বিশেষ বিমানেৰে আমেৰিকাৰ পৰা দিল্লীলৈ অনা হৈছে৷ ৰাণাক লৈ অহা বিমান…

থালা ইজ বেক : পুনৰ অধিনায়ক মহেন্দ্র সিং ধোনী

নিউজ ডেস্ক, ১১ এপ্রিল : পুনৰ স্ব–মহিমালৈ ঘূৰি আহিল থালা৷ চলিত আইপিএলৰ পৰৱর্তী মেচকেইখনত চেন্নাই ছুপাৰ কিংছক পুনৰ নেতৃত্ব দিব মহেন্দ্র সিং ধোনীয়ে৷ আজি কলকাতা নাইট ৰাইডার্ছৰ বিপক্ষে খেলিবলগীয়া মেচখনৰ পূর্বে চেন্নাই ছুপাৰ কিংছৰ মুখ্য প্রশিক্ষক…

ক্রমাগত চতুর্থ জয়লাভ দিল্লী কেপিটেলছৰ

🔹 ৰাহুলৰ অপৰাজিত ৯৩ ৰান : ৬ উইকেটত হাৰিল আৰচিবি নিউজ ডেস্ক, ১১ এপ্রিল : দিল্লী কেপিটেলছৰ চলিত আইপিএলত জয়ৰ ধাৰা অব্যাহত আছে৷ কালি বেংগালুৰুত অনুষ্ঠিত মেচখনত লোকেশ ৰাহুলৰ বিস্ফোৰক অপৰাজিত ৯৩ ৰানৰ সহায়ত দিল্লীয়ে ঘৰুৱা দল ৰয়েল চেলেঞ্জার্ছ…