নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ক’ভিডৰ পিছত পাঁচ বছৰত অসমৰ জিএছডিপি দুগুণ বৃদ্ধি

🔹 ফিটছ গ্রুপৰ ‘ইণ্ডিয়া ৰেটিংছ এণ্ড ৰিছার্চ’ৰ সমীক্ষা নিউজ ডেস্ক, ১১ এপ্রিল : ফিটছ গ্রুপৰ ‘ইণ্ডিয়া ৰেটিংছ এণ্ড ৰিছার্চ’ৰ সমীক্ষাত উজলিছে অসম৷ ক’ভিড–১৯ৰ পিছত বিগত ৫ বছৰত অসমে স্থিৰ মূল্যত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন অর্থাৎ জিএছডিপি বৃদ্ধিৰ গড়…

ধুবুৰীত ধনৰ বিনিময়ত কংগ্ৰেছৰ দলীয় টিকট প্ৰদানৰ অভিযোগ

🔹 অভিযোগৰ আঙুলি খোদ কংগ্ৰেছৰ ধুবুৰী জিলা সভাপতিৰ বিৰুদ্ধে  নিয়মীয়া বাৰ্তা, ধুবুৰী, ১০ এপ্ৰিল : যোগ্যজনক বঞ্চিত কৰি ধনৰ বিনিময়ত আনক পঞ্চায়ত নিৰ্বাচনৰ কংগ্ৰেছৰ দলীয় টিকট প্ৰদান কৰাৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপিত হৈছে ধুবুৰীত। আনকি ধন…

ঔষধৰ ওপৰতো বৃহৎ পৰিমাণৰ শুল্ক বহুৱাব ট্রাম্পে

🔹 মার্কিন ৰাষ্ট্রপতিৰ ঘোষণাত উদ্বিগ্ন ভাৰত নিউজ ডেস্ক, ১০ এপ্রিল : এইবাৰ ঔষধৰ ওপৰত শুল্ক আৰোপ কৰিব আমেৰিকাই৷ এই কথা সদৰী কৰিছে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ লগে লগে বিভিন্ন দেশৰ ঔষধ উৎপাদন শিল্পলৈ আহি পৰিছে আশংকা৷ ভাৰতৰ ঔষধ উৎপাদন…

পণ্য ৰপ্তানিত বাংলাদেশৰ বাবে বন্ধ ভাৰতীয় বন্দৰ

🔹 প্রতিৱেশী দেশৰ বিৰুদ্ধে কঠোৰ মোদী চৰকাৰ নিউজ ডেস্ক, ১০ এপ্রিল : তৃতীয় কোনো দেশলৈ বাংলাদেশী কোনো পণ্য ৰপ্তানি কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰিব ভাৰতীয় বন্দৰ বা বিমানবন্দৰৰ শুল্ককেন্দ্র৷ শেহতীয়াকৈ এই সিদ্ধান্ত গ্রহণ কৰিছে কেন্দ্রৰ নৰেন্দ্র মোদী…

প্রাক্তন প্রেমিকেই ভাবী শহুৰ!

🔹 প্রেমিকৰ পৰিয়ালত উপস্থিত হৈ চকু কপালত উঠিল যুৱতীৰ  নিউজ ডেস্ক, ১০ এপ্রিল : দুই যুৱক–যুৱতীৰ গভীৰ প্রেম ! সংসাৰ পতাৰ বাবে দুয়ো সিদ্ধান্ত লৈছিল৷ সেইবাবে বিয়াৰ প্রস্তাৱ দিবলৈ যুৱতীয়ে নিজেই প্রেমিকৰ পৰিয়ালৰ সৈতে দেখা কৰিবলৈ গৈছিল৷ প্রেমিকৰ…

নার্ছিং হোমত অগ্নিকাণ্ড, জীৱন্তে দগ্ধ ২০জনৰ প্রাণহানি

🔹 গুৰুতৰভাৱে আহত অৱস্থাত ১৯জনক উদ্ধাৰ নিউজ ডেস্ক, ১০ এপ্রিল : চীনৰ নার্ছিং হোমত ভয়াৱহ অগ্ণিকাণ্ডত জীৱন্তে দগ্ধ ২০গৰাকী লোক৷ উত্তৰ–পূব চীনৰ চেংডে চহৰৰ এখন নার্ছিং হোমত সংঘটিত হৈছে এই শোকাৱহ দুর্ঘটনা৷ হেবেই প্রদেশৰ চহৰখনৰ নার্ছিং হোমত পৰহি…

ধুবুৰী জিলা পৰিষদৰ সদস্য পদৰ ১৭টাত প্ৰাৰ্থিত্ব প্ৰদান বিজেপিৰ

🔹 পুৰুষ প্ৰাৰ্থীৰ সংখ্যাক চেৰ পেলালে মহিলা প্ৰাৰ্থীৰ সংখ্যাই নিয়মীয়া বাৰ্তা, ধুবুৰী, ১০ এপ্ৰিল : কালি নিশা শাসকীয় বিজেপি দলে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জিলা পৰিষদকে ধৰি ধুবুৰী জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী তালিকাও আনুষ্ঠানিকভাৱে ঘোষণা…

প্ৰেছ গীল্ড, ঢকুৱাখনাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস

🔹 বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা : 'শব্দ আৰু সুৰৰ এসন্ধ্যা' অনুষ্ঠান নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ১০ এপ্ৰিল : ২৩ বছৰত ভৰি দিলে ঢকুৱাখনা সমজিলাৰ সংবাদকৰ্মীসকলৰ উমৈহতীয়া অনুষ্ঠান প্ৰেছ গীল্ড, ঢকুৱাখনাই। দিনজোৰা বর্ণাঢ্য কাৰ্যসূচীৰে বুধবাৰে প্ৰেছ…

অসম কৃষি বিশ্ববিদ্যালয়ত ২৮টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ১৩ মে’ যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত খালী হোৱা কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

নৈশ ক্লাবত মর্মান্তিক ঘটনা, ১১৩জনৰ প্ৰাণহানি

🔹 সংগীতানুষ্ঠান চলি থকা সময়তে খহি পৰিল প্রাসাদৰ মূধচ নিউজ ডেস্ক, ১০ এপ্রিল : লেটিন আমেৰিকাৰ ৰাষ্ট্র ড’মিনিকান ৰিপাব্লিকত এক মর্মান্তিক ঘটনাত ১১৩জন লোকৰ প্রাণহানি হোৱাৰ লগতে শতাধিক লোক আহত হৈছে৷ দেশখনৰ ৰাজধানী ছাণ্টো ড’মিংগোত নৈশ ক্লাবৰ…